আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱসৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 17th, 10:05 am

সাংস্কৃতিক মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত জী, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু জী, ভদন্ত ৰাহুল বোধি মহাথেৰো জী, পূজনীয় ইয়াংচুক চোডেন জী, মহাসংঘৰ সকলো সন্মানীয় সদস্য, মহামহিম, কূটনৈতিক সমাজৰ সদস্য, বৌদ্ধ পণ্ডিত, ধৰ্ম অনুগামী, ভদ্ৰ পুৰুষ-মহিলাসকল।

আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

October 17th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ অনুষ্ঠানত ভাষণ আগবঢ়ায়। অভিধম্মা দিৱসত অভিধম্মা শিক্ষা দি ভগৱান বুদ্ধৰ আকাশী ক্ষেত্ৰৰ পৰা অৱতৰণ স্মৰণ কৰা হয়। শেহতীয়াকৈ পালিক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াটোৱে এইবাৰৰ অভিধম্মা দিৱস উদযাপনৰ তাৎপৰ্য্য বৃদ্ধি কৰিছে কাৰণ অভিধম্মা সম্পৰ্কীয় ভগৱান বুদ্ধৰ শিক্ষা মূলতঃ পালি ভাষাত উপলব্ধ।

প্ৰধানমন্ত্ৰীৰ জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্য্যসূচী সম্বোধনৰ অসমীয়া অনুবাদ

June 21st, 06:31 am

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত মোৰ যোগ আৰু ধ্যানৰ ভূমি কাশ্মীৰত উপস্থিত থকাৰ সৌভাগ্য হৈছে। কাশ্মীৰ আৰু শ্ৰীনগৰৰ পৰিবেশ, শক্তি, অভিজ্ঞতাই আমাক যোগৰপৰা অনুভূত শক্তি অনুভৱ কৰায়। যোগ দিৱসত দেশৰ সকলো ৰাইজৰ লগতে বিশ্বৰ প্ৰতিটো কোণত যোগাভ্যাস কৰা সকললৈ কাশ্মীৰ ভূমিৰপৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ২০২৪ৰ কাৰ্য্যসূচী সম্বোধন প্ৰধানমন্ত্ৰীৰ

June 21st, 06:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত ১০ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ (IYD) কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কাৰ্য্যসূচীৰ নেতৃত্ব প্ৰদান আৰু যোগাসনত অংশগ্ৰহণ কৰে।

Prime Minister to address celebration of Dharma Chakra Day / Asaadh Poornima on July 4, 2020

July 03rd, 05:37 pm

Prime Minister Narendra Modi will deliver a video address on the Dharma Chakra Day to emphasize the teachings of peace and justice of Lord Buddha and the Eight Fold Path shown by him to overcome sufferings of sentient beings. 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মংগোলীয়াৰ ৰাষ্ট্ৰপতি শ্ৰীযুত খাটমাগিন বাট্টুলগাই যুটীয়াভাৱে উন্মোচন কৰিলে বুদ্ধৰ মূৰ্তি

September 20th, 01:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মংগোলীয়াৰ ৰাষ্ট্ৰপতি শ্ৰীযুত খাটমাগিন বাট্টুলগাই উলাবাটাৰস্থিত ঐতিহাসিক গানদান টেগচেনলিং বৌদ্ধমঠত সংস্থাপিত ভগৱান বুদ্ধ আৰু তেওঁ দুগৰাকী ভক্তৰ প্ৰতিমূৰ্তি যুটীয়াভাৱে উন্মোচন কৰে৷

PM Modi meets Heads of States of Kazakhstan, Mongolia & Kyrgyzstan

June 10th, 02:14 pm

On the sidelines of the SCO Summit in Qingdao, China, PM Narendra Modi today held productive talks with Heads of States of Kazakhstan, Mongolia and Kyrgyzstan.

PM's meetings on the sidelines of St.Petersburg International Economic Forum

June 02nd, 10:38 pm

Prime Minister Narendra Modi met Mr. Christian Kern, Chancellor of Austria on the margins of SPIEF. Discussions to enhance India-Austria bilateral ties in several sectors were held.

World Culture Festival‬ is a Kumbh Mela of culture: PM Modi

March 11th, 08:02 pm



PM greets people of China, Korea, Mongolia and Vietnam, on the Lunar New Year Celebrations

February 08th, 06:02 pm



In Pictures: PM Modi's visit to China, Mongolia & South Korea

May 19th, 09:55 pm



PM Modi’s Historic and Path-Breaking Visit to Mongolia

May 18th, 01:01 am



PM Modi’s visit to Mongolia

May 17th, 08:58 pm



Text of PM's Banquet speech in Ulaanbaatar

May 17th, 07:30 pm



PM attends community reception in Mongolia

May 17th, 07:25 pm



PM Narendra Modi attends Mini Naadam Festival

May 17th, 06:45 pm



PM Modi's gift to President Elbegdorj of Mongolia

May 17th, 11:05 am



Remarks by Prime Minister in the Mongolian Parliament Ulan Bataar

May 17th, 09:53 am



Text of the Press Statement made by the PM after the Signing of Agreements in Ulaanbaatar, Mongolia

May 17th, 08:46 am



PM visits Gandan Monastery

May 17th, 08:20 am