Mutual trust, mutual respect & mutual sensitivity should continue to be the basis of our relations: PM Modi in meeting with President Xi Jinping

October 23rd, 07:35 pm

Prime Minister Narendra Modi met with Mr. Xi Jinping, President of the People’s Republic of China, on the sidelines of the 16th BRICS Summit at Kazan on 23 October 2024.

১৬ তম ব্ৰিকছ শীৰ্ষ সন্মিলন সন্দৰ্ভত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

October 23rd, 07:14 pm

২০২৪ চনৰ ২৩ অক্টোবৰত কাজানত অনুষ্ঠিত হোৱা ১৬ তম ব্ৰিকছ সন্মিলন সন্দৰ্ভত বিভিন্ন বিষয় আলোচনা কৰিবৰ বাবে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী।

১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ মুকলি পূৰ্ণাংগ সভাত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

October 23rd, 05:22 pm

আৰু, আকৌ এবাৰ ব্ৰিকছত যোগদান কৰা সকলো নতুন বন্ধু ৰাষ্ট্ৰক উষ্ম আদৰণি জনাইছোঁ। নতুন ৰূপত ব্ৰিকছে বিশ্বৰ মানৱতাৰ ৪০ শতাংশ আৰু বিশ্ব অৰ্থনীতিৰ প্ৰায় ৩০ শতাংশ অংশ গ্ৰহণ কৰিছে।

১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ অন্তিম পূৰ্ণাংগ সভাত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

October 23rd, 03:25 pm

আজি এনেকৈ সমবেত হোৱা কাৰ্য্য, বৈঠকৰ বাবে ৰাষ্ট্ৰপতি পুটিনলৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

প্ৰধানমন্ত্ৰীয়ে ১৬ সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে

October 23rd, 03:10 pm

ব্ৰিকছৰ নেতাসকলে বহুপক্ষীয়তাবাদ শক্তিশালী কৰা, সন্ত্ৰাসবাদ প্ৰতিহত কৰা, অৰ্থনৈতিক বৃদ্ধিৰ পোষকতা কৰা, বহনক্ষম উন্নয়নক উদ্গনি যোগোৱা আৰু গ্লোবেল ছাউথৰ উদ্বেগসমূহৰ ওপৰত আলোকপাত কৰাকে ধৰি গঠনমূলক আলোচনা কৰে। নেতাসকলে ব্ৰিকছৰ ১৩খন নতুন অংশীদাৰ দেশক আদৰণি জনায়।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

October 22nd, 10:42 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাজানত ষষ্ঠদশ ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সমান্তৰালভাৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে বৈঠকত মিলিত হয়। এই বছৰৰ এয়া তেওঁলোকৰ দ্বিতীয়খন বৈঠক আছিল। ইয়াৰ পূৰ্বে ২০২৪ চনৰ জুলাই মাহত মস্কোত অনুষ্ঠিত ২২সংখ্যক বাৰ্ষিক শীৰ্ষ সন্মিলনত দুয়োগৰাকী নেতাই বৈঠকত মিলিত হৈছিল।

Prime Minister meets with the President of the Islamic Republic of Iran

October 22nd, 09:24 pm

PM Modi met Iran's President Dr. Masoud Pezeshkian on the sidelines of the 16th BRICS Summit in Kazan. PM Modi congratulated Pezeshkian on his election and welcomed Iran to BRICS. They discussed strengthening bilateral ties, emphasizing the Chabahar Port's importance for trade and regional stability. The leaders also addressed the situation in West Asia, with PM Modi urging de-escalation and protection of civilians through diplomacy.

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত প্ৰধানমন্ত্ৰীৰ আৰম্ভণি ভাষণৰ অসমীয়া অনুবাদ (২২ অক্টোবৰ, ২০২৪)

October 22nd, 07:39 pm

আপোনাৰ বন্ধুত্বৰ মনোভাৱ, উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে মই আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ব্ৰিকছ সন্মিলনৰ বাবে কাজানৰ দৰে এখনি সুন্দৰ চহৰ ভ্ৰমণৰ সুযোগ পাই মই আনন্দিত হৈছোঁ। চহৰখনৰ ভাৰতৰ সৈতে গভীৰ আৰু ঐতিহাসিক সম্পৰ্ক আছে। কাজানত নতুন ভাৰতীয় কনছুলেট মুকলিয়ে এই সম্পৰ্কক অধিক সুদৃঢ় কৰিব।

PM Modi arrives in Kazan, Russia

October 22nd, 01:00 pm

PM Modi arrived in Kazan, Russia. During the visit, the PM will participate in the BRICS Summit. He will also be meeting several world leaders during the visit.

ব্ৰিকছ সন্মিলনৰ বাবে ৰাছিয়া ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

October 22nd, 07:36 am

ৰাছিয়ান ফেডাৰেচনৰ সভাপতি শ্ৰীভ্লাডিমিৰ পুটিনৰ আমন্ত্ৰণ মৰ্মে ষোড়শ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে মই আজি দুদিনীয়া ভ্ৰমণসূচীৰে কাজানলৈ ৰাওনা হৈছো।

২২সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত যৌথ বিবৃতি

July 09th, 09:54 pm

২৷ ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰত আৰু ৰাছিয়াৰ মাজত বিশেষ কৌশলগত অংশীদাৰিত্ব আৰু দেশৰ জনসাধাৰণৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাত বিশিষ্ট অৱদান আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ চেন্ট এণ্ড্ৰু দ্য এপষ্টল বঁটাৰে সন্মানীত কৰে।

২০৩০ চনলৈকে ৰাছিয়া-ভাৰত অৰ্থনৈতিক সহযোগিতাৰ কৌশলগত ক্ষেত্ৰসমূহৰ অগ্ৰগতিক লৈ নেতৃবৃন্দৰ যুটীয়া বিবৃতি

July 09th, 09:49 pm

মস্কোত ৮-৯জুলাইত ৰাছিয়া আৰু ভাৰতৰ মাজত অনুষ্ঠিত ২২তম বাৰ্ষিক দ্বিপাক্ষিক শীৰ্ষ সন্মিলনৰ পিছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি মাননীয় ভ্লাদিমিৰ পুটিন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিপাক্ষিক ব্যৱহাৰিক সহযোগিতা আৰু ৰাছিয়া-ভাৰত বিশেষ আৰু বিশেষাধিকাৰপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বৰ বিকাশৰ সাম্প্ৰতিক বিষয়সমূহৰ ওপৰত সম্পূৰ্ণ মত বিনিময় কৰে।

প্ৰধানমন্ত্ৰীয়ে ৰাছিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে

July 09th, 08:12 pm

ক্ৰেমলিনৰ ছেইণ্ট এণ্ড্ৰিউ হলত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান দ্য অৰ্ডাৰ অৱ চেণ্ট এণ্ড্ৰিউ দ্য এপষ্টলৰে সন্মানিত কৰে। উল্লেখ্য যে এয়া ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাত উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে। স্মৰ্তব্য যে এই বঁটা ২০১৯ চনত ঘোষণা কৰা হৈছিল।

মস্কোৰ ‘অজ্ঞাত সৈনিকৰ সমাধি’ত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

July 09th, 02:39 pm

আজি মস্কোৰ ‘অজ্ঞাত সৈনিকৰ সমাধি’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ সমাধিস্থলত পুষ্পমাল্যও অৰ্পণ কৰে।

ৰাছিয়াত ভাৰতীয় সমূদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

July 09th, 11:35 am

আপোনালোকৰ মৰম, আপোনালোকৰ স্নেহৰ বাবে, আপানোলেকে ইয়ালৈ আহিবলৈ সময় উলিওৱাৰ বাবে, মই আপোনালোকৰ ওচৰত অতিশয় কৃতজ্ঞ। মই অকলে অহা নাই। লগত বহুত লৈ আহিছো। মই লগত লৈ আহিছো ভাৰতৰ মাটিৰ সুগন্ধি। মোৰ লগত লৈ আহিছো ১৪০ কোটি দেশবাসীৰ মৰম। মই তেওঁলোকৰ শুভেচ্ছা আপোনালোকৰ বাবে লৈ আহিছো আৰু তৃতীয়বাৰৰ বাবে চৰকাৰলৈ অহাৰ পিছত প্ৰবাসী ভাৰতীয়ৰ সৈতে মস্কোত মোৰ প্ৰথম মত বিনিময় অতি সুখকৰ।

প্ৰধানমন্ত্ৰীয়ে ৰাছিয়াৰ ভাৰতীয় সমাজক সম্বোধন কৰে

July 09th, 11:30 am

আজি মস্কোত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ভাৰতীয় সমাজখনৰ সৈতে মত-বিনিময় কৰে। ইয়াত তেখেতক বিশেষ সৌহাদ্য আৰু মৰমেৰে আদৰণি জনায় এই সমাজৰ লোকসকলে।

২২সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণৰ বাবে মস্কোত উপস্থিত প্ৰধানমন্ত্ৰীৰ

July 08th, 05:20 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চৰকাৰী ভ্ৰমণসূচীৰে মস্কোত উপস্থিত হয়। মস্কোত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক ৰাছিয়াৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী ডেনিছ মাণ্টুৰভে ভানুকোভ’-দ্বিতীয় বিমানবন্দৰত আনুষ্ঠানিকভাৱে আদৰণি জনায়।

পঞ্চম ‘ইষ্টাৰ্ণ ইকনমিক ফোৰাম’ৰ সম্পূৰ্ণ অধিৱেশনত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ (৫ছেপ্টেম্বৰ,২০১৯)

September 05th, 01:33 pm

বন্ধুসকল, ‘ফাৰ ইষ্ট’ৰ সৈতে ভাৰতৰ সম্পৰ্ক কেৱল আজিৰ নহয়, এই সম্পৰ্ক পুৰাতন। ব্লাডিভষ্টকত কন্চুলেট কাৰ্যালয় স্থাপন কৰা প্ৰথমখন দেশ আছিল ভাৰত। সেই সময়ত, আনকি তাৰো আগতেও ৰাছীয়া আৰু ভাৰতৰ মাজত গভীৰ সম্পৰ্ক বিৰাজ কৰি আছিল। ছোভিয়েট ৰাছীয়াৰ কালত যেতিয়া বিদেশী নাগৰিকৰ প্ৰৱেশ নিয়ন্ত্ৰিত কৰা হৈছিল, তেতিয়াও কিন্তু ব্লাডিভষ্টকৰ দুৱাৰ ভাৰতীয় নাগৰিকৰ বাবে মুকলি ৰখা হৈছিল। এই ব্লাডিভষ্টকৰ জৰিয়তেই বহু সংখ্যক প্ৰতিৰক্ষা আৰু বিকাশমূলক সামগ্ৰী ভাৰতলৈ বুলি প্ৰেৰিত হৈছিল। আজিৰ তাৰিখত আমাৰ এই সম্পৰ্কৰ ব়ৃক্ষজোপাৰ শিপা আৰু গভীৰলৈ ৰপ্ত হৈছে। দুয়োখন দেশৰ জনসাধাৰণৰ উন্নয়নৰ ক্ষেত্ৰত এই সম্পৰ্ক সুদৃঢ় ভেটী হিচাপে পৰিগণিত হৈছে। ভাৰতে এই অঞ্চলত বিশেষকৈ শক্তি খণ্ডৰ লগতে প্ৰাকৃতিক সম্পদ যেনে, হীৰা উদ্যোগত বিশেষ বিনিয়োগ কৰিছে। অঞ্চলটোত ভাৰতীয় বিনিয়োগৰ সাফল্যৰ উল্ল্যেখযোগ্য নিদৰ্শন হ’ল ‘শাখালিন তৈলক্ষেত্ৰ’।

PM Modi's bilateral meetings with world leaders in Vladivostok, Russia

September 05th, 09:48 am

Prime Minister Narendra Modi is visiting Vlapostok, Russia to participate in the Eastern Economic Forum. On the sidelines of the Summit, PM Modi held talks with several world leaders.

প্ৰধানমন্ত্ৰীৰ ভ্লাডিভষ্টক ভ্ৰমণৰ সময়ত বিনিময় হোৱা বুজাবুজিৰ চুক্তিপত্ৰ/চুক্তিৰ তালিকা

September 04th, 04:49 pm

প্ৰধানমন্ত্ৰীৰ ভ্লাডিভষ্টক ভ্ৰমণৰ সময়ত বিনিময় হোৱা বুজাবুজিৰ চুক্তিপত্ৰ/চুক্তিৰ তালিকা