Meeting of Prime Minister with President of European Commission on the sidelines of G-7 Summit

June 28th, 08:07 am

PM Modi met President of the European Commission, Ms. Ursula von der Leyen in Munich. The leaders expressed happiness on the resumption of negotiations on the Trade, Investment and GI Agreements between India and EU. They reviewed India-EU engagements in various sectors, including digital cooperation, climate action and technology & innovation.

জাৰ্মানীত অনুষ্ঠিত ‘জি-৭ শীৰ্ষ সন্মিলন’ত ‘একত্ৰে শক্তিশালী : খাদ্য-সুৰক্ষা সম্ভৱ কৰা আৰু লৈংগিক সমতা আগুৱাই নিয়া’ সম্পৰ্কীয় অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা মন্তব্য

June 27th, 11:59 pm

আমি গোলকীয় উত্তেজনাপূৰ্ণ বাতাবৰণৰ মাজত সন্মিলিত হৈছো। ভাৰতে সদায়ে শা্ন্তিৰ পক্ষত অৱস্থান কৰি আহিছে। সাম্প্ৰতিক পৰিস্থিতিতো আমি নিৰন্তৰ আলোচনা তথা কুটনৈতিক সম্পৰ্কৰ পথ অৱলম্বন কৰাৰ প্ৰয়াস কৰি আহিছো। এই ভূ-ৰাজনৈতিক উত্তেজনাৰ প্ৰভাৱ কেৱল ইউৰোপতে সীমাবদ্ধ হৈ থকা নাই। ইন্ধন আৰু খাদ্য-সামগ্ৰীৰ বৰ্দ্ধিত দামৰ কু-প্ৰভাৱ সকলো দেশৰ ওপৰতে পৰিবলৈ ধৰিছে। উন্নয়ণশীল দেশৰ ইন্ধন আৰু খাদ্য সুৰক্ষা বিশেষ ভাবে বিপদাপন্ন হৈছে। এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত ভাৰতে বহুকেইখন অভাৱগ্ৰস্থ দেশক খাদ্য-সামগ্ৰী যোগান ধৰি আছে। আমি আফাগানিস্তানক যোৱা কেইটামান মাহত প্ৰায় ৩৫ হাজাৰ টন ঘেহু মানৱীয় সহযোগিতাৰ ৰূপত দিয়াৰ ব্যৱস্থা কৰিছো। আৰু অলপতে দেশখনত হোৱা ভয়ংকৰ ভূমিকম্পৰ পিচতো সাহায্য সামগ্ৰী প্ৰেৰণৰ ক্ষেত্ৰতো প্ৰথম খন দেশ আছিল ভাৰতেই। আমি আমৰ চুবুৰীয়া দেশ শ্ৰীলংকাৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সহায় আগবঢ়াই আছো।

জাৰ্মানীত অনুষ্ঠিত ‘জি-৭ শীৰ্ষ সন্মিলন’ত ‘এক উন্নত ভৱিষ্যতত বিনিয়োগ : জলবায়ু, শক্তি, স্বাস্থ্য’ সম্পৰ্কীয় অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা অভিমত

June 27th, 07:47 pm

দুৰ্ভাগ্যবশতঃ, এনেকৈ ভবা হয় যে, বিশ্বৰ বিকাশ আৰু পৰিৱেশ সুৰক্ষাৰ বাবে নিৰ্দ্ধাৰণ কৰা লক্ষ্যসমূহৰ মাজত এক ধৰণৰ মূলভূত সংঘাত আছে। আনহাতে, দুখীয়া দেশ আৰু দুখীয়া মানুহে পৰিৱেশৰ অধিক ক্ষতি সাধন কৰে বুলিও আন এক ভুল ধাৰণা পোষণ কৰি অহা হৈছে। কিন্তু, ভাৰতৰ বহু হেজাৰ বছৰ জোৰা ইতিহাসে এই ধাৰণাক সম্পূৰ্ণ ৰূপেই খণ্ডন কৰে।

Meeting of Prime Minister with President of Argentina on the sidelines of G-7 Summit

June 27th, 09:09 am

Prime Minister Shri Narendra Modi met President of Argentina, H.E. Mr. Alberto Fernandez, in Munich on the sidelines of G7 Summit on 26 June 2022.

Democracy is in DNA of every Indian: PM Modi

June 26th, 06:31 pm

PM Modi addressed and interacted with the Indian community in Munich. The PM highlighted India’s growth story and mentioned various initiatives undertaken by the government to achieve the country’s development agenda. He also lauded the contribution of diaspora in promoting India’s success story and acting as brand ambassadors of India’s success.

প্রধানমন্ত্রীয়ে জাৰ্মানীৰ মিউনিখত ভাৰতীয় সমুদায়ৰ সৈতে বাৰ্তালাপ কৰে

June 26th, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিউনিখত থকা অডি ড'মত জাৰ্মানীত বাস কৰা ভাৰতীয় সমুদায়ক সম্বোধন কৰে আৰু তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰে। জাৰ্মানীৰ অত্যন্ত সক্ৰিয় তথা তৎপৰ ভাৰতীয় সমুদায়ৰ কেইবাহাজাৰ সদস্যই এই কাৰ্যক্ৰমত ভাগ লয়।

PM Modi arrives in Munich, Germany

June 26th, 09:00 am

Prime Minister Narendra Modi arrived in Munich a short while ago. He will participate in the G-7 Summit. Later this evening, he will also address a community programme in Munich.

জাৰ্মানী আৰু ইউএই ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি (২৬-২৮ জুন, ২০২২)

June 25th, 03:51 pm

জাৰ্মানীৰ অধ্যক্ষাধীন জি-৭ সন্মিলনলৈ জাৰ্মানীৰ চেন্সেলৰ মহামহিম শ্ৰী অলাফ স্ক'লজৰ আমন্ত্ৰণমৰ্মে মই জাৰ্মানীৰ শ্বলছ এলমাউ ভ্ৰমণ কৰিবলৈ আগবাঢ়িছো। যোৱা মাহত ফলপ্ৰসূ ভাৰত-জাৰ্মানী আন্তঃচৰকাৰী আলোচনা (IGC) ৰ পিছত পুনৰ চেন্সেলৰ স্ক’লজক লগ পাবলৈ আগ্ৰহী হৈ উঠিছো।

India ended three decades of political instability with the press of a button: PM Modi in Berlin

May 02nd, 11:51 pm

PM Narendra Modi addressed and interacted with the Indian community in Germany. PM Modi said that the young and aspirational India understood the need for political stability to achieve faster development and had ended three decades of instability at the touch of a button.

জার্মানীত ভাৰতীয় সমূদায়ৰ সৈতে বাৰ্তালাপ প্রধানমন্ত্রীৰ

May 02nd, 11:50 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে জার্মানীৰ বার্লিনৰ থিয়েটাৰ আম পটছডেমাৰ প্লাটজত ভাৰতীয় সমূদায়ৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে ভাষণ প্ৰদান কৰে। জার্মানীত বসবাস কৰা ছাত্র, গৱেষক আৰু বিভিন্ন বৃত্তিত জড়িত ১৬০০তকৈ অধিক প্ৰৱাসী ভাৰতীয় সদস্যই এই অনুষ্ঠানত অংশগ্রহণ কৰে৷ প্রধানমন্ত্রীয়ে জার্মানীৰ অর্থনীতি আৰু সমাজত তেওঁলোকৰ অৱদানৰ কথা উল্লেখ কৰে৷ বিশ্বজুৰি ভাৰতীয় সামগ্ৰীৰ প্রচাৰৰ জৰিয়তে ভাৰতৰ ভোকেল ফৰ লোকেল প্ৰচেষ্টাৰ প্ৰতি অৱদান আগবঢ়োৱাৰ বাবে তেওঁ ভাৰতীয় সমূদায়ক উৎসাহ যোগায়৷

প্ৰধানমন্ত্ৰীয়ে বাৰ্লিনত এখন বাণিজ্যিক ঘুৰণীয়া মেজমেলত অংশ লয়

May 02nd, 11:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাৰ্মান চাঞ্চেলৰ অ’লাফ স্ক’লাজৰ সৈতে এখন বাণিজ্যিক ঘুৰণীয়া মেজমেলত অংশ লয়। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন্তব্যত চৰকাৰৰদ্বাৰা কৰা বিস্তৃত সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ভাৰতত ষ্টাৰ্ট-আপ আৰু ইউনিকৰ্ণৰ বৰ্ধিত সংখ্যাক লৈ আলোকপাত কৰে। তেওঁ ব্যৱসায়িক নেতাসকলক ভাৰতৰ যুৱপ্ৰজন্মৰ ওপৰত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনায়।

ষষ্ঠ ভাৰত-জাৰ্মানী আন্তঃ চৰকাৰী পৰামৰ্শ সম্পৰ্কীয় আলোচনা সন্দৰ্ভত প্ৰকাশিত যুটীয়া বিবৃতি

May 02nd, 08:28 pm

আজি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু জাৰ্মানীৰ চেন্সেলৰ ওলাফ স্কোলজৰ অধ্যতাত ভাৰত চৰকাৰ আৰু ‘ফেডাৰেল ৰিপাব্লিক অব জাৰ্মানী’ৰ চৰকাৰ দুখনৰ মাজত ষষ্ঠ লানি ‘আন্তঃ চৰকাৰী পৰামৰ্শ সম্পৰ্কীয় আলোচনা’ অনুষ্ঠিত হয়। দুয়োগৰাকী শীৰ্ষ মুৰব্বীৰ লগতে এই আলোচনাত দুয়ো পক্ষৰ মন্ত্ৰী আৰু সংশ্লিষ্ট মন্ত্ৰালয়সমূহৰ পদাধিকাৰীসকলৰ একোটি দলেও অংশগ্ৰহণ কৰে।

৬ষ্ঠ ভাৰত-জাৰ্মানী আন্তঃচৰকাৰী পৰামৰ্শৰ পূৰ্ণাংগ অধিৱেশনত সহ-অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

May 02nd, 08:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত-জাৰ্মানী আন্তঃচৰকাৰী পৰামৰ্শ (IGC) ৰ পূৰ্ণাংগ অধিৱেশনত ফেডাৰেল ৰিপাব্লিক অৱ জাৰ্মানীৰ চেন্সেলৰ মহামহিম শ্ৰী অ’লাফ শলজৰে সহ-অধ্যক্ষতা কৰে।

জাৰ্মান চেঞ্চেলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠকৰ সন্দৰ্ভত প্ৰেছ বিজ্ঞপ্তি

May 02nd, 06:15 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি জার্মানীৰ চেঞ্চেলৰ শ্ৰীযুত অ’লাফ স্ক’লজৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷ ভাৰত আৰু জার্মানীৰ মাজত ষষ্ঠ দ্বিবার্ষিক আন্তঃচৰকাৰী আলোচনাৰ (আইজিচি) পূৰ্বে এই বৈঠক অনুষ্ঠিত হয়।

জাৰ্মানীৰ বাৰ্লিনত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

May 02nd, 10:04 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময়ৰ পূৰ্বে বাৰ্লিনত উপস্থিত হয়, য’ত তেওঁ জাৰ্মান চেঞ্চেলৰৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে অন্যান্য বৈঠকত অংশগ্ৰহণ কৰিব৷

PM Modi holds talks with German Chancellor Merkel

April 21st, 12:44 am

Prime Minister Narendra Modi met German Chancellor Angela Merkel during his brief visit to Germany. The two leaders held wide ranging talks to further strengthen India-Germany cooperation in host of sectors.

Prime Minister Modi, Chancellor Merkel co-chair 4th India Germany Inter-Govermental Consultations in Berlin

May 30th, 07:57 pm

PM Modi & German Chancellor Merkel co-chaired the 4th India Germany Inter-Govermental Consultations in Berlin. The PM said that a global order based on democracy was the need of the hour, in an interconnected and interdependent world. Both the sides decided to strengthen mutual counter-terrorism initiatives.

Prime Minister holds talks with President of Germany

May 30th, 07:42 pm

Prime Minister Narendra Modi today met German President Frank-Walter Steinmeier. Both the sides deliberated on wide-ranging topics of mutual interest and global perspective and agreed to further strengthen ties between India and Germany.

Germany is among India’s most important partners in the global context: PM Modi

May 30th, 06:17 pm

While addressing Indo-German Business Summit in Berlin, Prime Minister Narendra Modi termed Germany among India’s most important partners both bilaterally and in the global context. The PM said that India offered several opportunities for economic front and German companies could take advantage of it.

Press statement by PM during his visit to Germany

May 30th, 02:54 pm

India and Germany today inked key agreements that would further strengthen the ties between both the countries. While addressing the press jointly with German Chancellor Angela Merkel, PM Narendra Modi remarked that a strong India-Germany partnership could benefit the entire world.