প্ৰধানমন্ত্ৰীয়ে পেৰিছত চিইঅ’ ফ’ৰাম সম্বোধন কৰে

July 15th, 07:03 am

প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ফ্ৰান্সৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু অৰ্থনৈতিক সহযোগিতাক উৎসাহিত কৰাত উদ্যোগৰ নেতাসকলৰ ভূমিকাৰ প্ৰশংসা কৰে। তেওঁ নবীকৰণীয় ক্ষেত্ৰ, ষ্টাৰ্টআপ, ফাৰ্মা, আইটি, ডিজিটেল পৰিশোধ আৰু আন্তঃগাঁথনি তথা বাণিজ্যক উদগণি দিয়া বিভিন্ন পদক্ষেপত ভাৰতৰ প্ৰগতিৰ ওপৰত আলোকপাত কৰে।

India & France have long-standing people-to-people contacts: PM Modi during press meet with President Macron

July 15th, 01:47 am

Prime Minister Narendra Modi at press meet with President Macron of France.

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

July 15th, 01:42 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৪ জুলাইত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে এলিচি পেলেচত ব্যক্তিগত আলোচনাত মিলিত হয় আৰু প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত অংশগ্ৰহণ কৰে।দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা আৰু নিৰাপত্তা, নাগৰিক পাৰমাণৱিক, বিজ্ঞান আৰু প্ৰযুক্তি, শক্তি, বাণিজ্য আৰু বিনিয়োগ, মহাকাশ, জলবায়ু পৰিৱৰ্তন আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ বিস্তৃত ক্ষেত্ৰসমূহৰ ওপৰত গভীৰ আলোচনাত মিলিত হয়।

ভাৰত-ফ্ৰান্স ভাৰত-প্ৰশান্ত মহাসাগৰীয় পথ-মানচিত্ৰ

July 14th, 11:10 pm

ভাৰত আৰু ফ্ৰান্স হৈছে কৌশলগত ভাৱে অৱস্থিত শক্তিধৰ বাসিন্দা আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব থকা মুখ্য সহযোগী। ভাৰত মহাসাগৰত ভাৰত-ফৰাচী অংশীদাৰিত্ব আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰবিন্দু হৈ উঠিছে। ২০১৮ চনত ভাৰত আৰু ফ্ৰান্সে 'ভাৰত মহাসাগৰীয় অঞ্চলত ভাৰত-ফ্ৰান্স সহযোগিতাৰ যুটীয়া কৌশলগত দৃষ্টিভংগী' সন্দৰ্ভত সহমত প্ৰকাশ কৰিছিল। আমি এতিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চললৈ আমাৰ যৌথ প্ৰচেষ্টা সম্প্ৰসাৰিত কৰিবলৈ সাজু হৈছো।

Joint Commitment to Eliminate Single Use Plastic Products Pollution

July 14th, 11:00 pm

Single-use plastic products are defined by the UN Environment Programme (UNEP) as an umbrella term for different types of products that are typically used once before being thrown away or recycled” which include food packaging, bottles, straws and among others. This presents the commitment to eliminate single use plastic products pollution, including ban on single use plastic products which have low utility and high littering potential by France and India.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ফ্ৰান্স ভ্ৰমণ সন্দৰ্ভত যুটীয়া বিজ্ঞপ্তি

July 14th, 10:45 pm

ৰাষ্ট্ৰপতি মহামহিম ফ্ৰান্স ইমানুৱেল মেক্ৰনৰ আমন্ত্ৰণত ভাৰত-ফ্ৰান্স কৌশলগত অংশীদাৰিত্বৰ ২৫ বছৰীয়া জয়ন্তী উপলক্ষে ফ্ৰান্স গণৰাজ্যৰ ৰাষ্ট্ৰীয় দিৱসত সন্মানীয় অতিথি হিচাপে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক ঐতিহাসিক ভ্ৰমণৰ সামৰণি মাৰে। ১৯৯৮ চনৰ জানুৱাৰী মাহত পৰিৱৰ্তন আৰু অনিশ্চয়তাৰ জগতখনত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু ৰাষ্ট্ৰপতি জেক চিৰাকে এই সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰে – যি যিকোনো দেশৰ সৈতে ভাৰতৰ বাবে প্ৰথমটো অংশীদাৰিত্বৰ ভিতৰত অন্যতম।

ফ্ৰান্সৰ মহাকাশচাৰী, পাইলট আৰু অভিনেতা থমাচ পেচকুৱেটৰ সৈতে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

July 14th, 10:24 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ জুলাই,২০২৩ তাৰিখে পেৰিছত ফ্ৰান্সৰ মহাকাশ অভিযন্তা, পাইলট, ইউৰোপীয় মহাকাশ সংস্থাৰ মহাকাশচাৰী আৰু অভিনেতা শ্ৰী থমাচ পেচকুৱেটক সাক্ষাৎ কৰে।

Prime Minister’s meeting with Ms Leena Nair Global CEO of Chanel

July 14th, 10:18 pm

PM Modi met Ms. Leena Nair, Global CEO of Chanel, a French luxury fashion house, in Paris. PM Modi congratulated Ms. Nair for her success and invited Chanel to explore investment opportunities and collaboration potential in India. The discussions focused on ways to promote handicrafts, khadi and skill development of artisans in India.

List of Outcomes: Prime Minister’s visit to France

July 14th, 10:00 pm

With PM Modi's historic visit a number of agreements were signed as it's outcome. Cooperation agreements were signed in the domains of Maritime Awareness, Digital Technology and Civil Aviation aming others. India-France joint Earth Observation mission and the agreement between Invest India and Business France were the highlights of the visit by PM Modi

ফ্ৰান্সৰ ‘নেশ্যনেল এছেম্বলী’ৰ অধ্যক্ষৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

July 14th, 09:26 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৪ জুলাইত পেৰিছৰ ‘হোটেল ডি লাছে’ নামৰ তেওঁৰ চৰকাৰী বাসভৱনত মধ্যাহ্নভোজনৰ সময়ত ফ্ৰান্সৰ ‘নেশ্যনেল এছেম্বলী’ৰ অধ্যক্ষ মহামান্যা শ্ৰীমতী য়াইল ব্ৰাউন-পিভেট আৰু পৰিষদৰ জ্যেষ্ঠ নেতৃত্ববৃন্দৰে মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে বাষ্টিল দিৱসৰ পেৰেডত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে

July 14th, 05:39 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ জুলাই, ২০২৩ত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি শ্ৰী ইমানুৱেল মেক্ৰনৰ আমন্ত্ৰণমৰ্মে চেম্পছ-এলিচিজত বাষ্টিল দিৱসৰ পেৰেডত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে।

Prime Minister conferred with the Grand Cross of the Legion of Honour

July 13th, 11:56 pm

PM Modi was conferred with the Grand Cross of the Legion of Honour, France's highest award, by H.E. Mr Emmanuel Macron, President of the Republic of France. PM Modi thanked President Macron for this honour on behalf of the people of India. The award ceremony took place at the Elysee Palace in Paris.

Horizon 2047: 25th Anniversary of the India-France Strategic Partnership, Towards A Century of India-France Relations

July 13th, 11:30 pm

India and France are long-standing strategic partners in the Indo-Pacific. To mark the 25th anniversary of the Indo-French partnership, both countries agree to adopt a roadmap to set the course for the bilateral relationship up to 2047, which will celebrate the centenary of India’s independence, the centenary of the diplomatic relations between the two countries and 50 years of the strategic partnership.

ফ্ৰান্সৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

July 13th, 11:05 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ জুলাই,২০২৩ তাৰিখে ফ্ৰান্সৰ নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী এলিজাবেথ বৰ্নৰ সৈতে বৈঠকত মিলিত হয়।

PM Modi arrives in Paris, France

July 13th, 04:38 pm

PM Modi arrived in Paris, France and will be the Guest of Honour at the Bastille Day Parade on 14 July 2023, where a tri-services Indian armed forces contingent would be participating. PM Modi will hold formal talks with President Macron and will also attend a banquet and a private dinner.

Prime Minister’s visit to France and UAE (July 13-15, 2023)

July 12th, 02:19 pm

PM Modi will pay an Official Visit to France and the United Arab Emirates (UAE) from 13-15 July 2023. PM Modi will visit Paris from 13-14 July 2023 at the invitation of H.E. Mr. Emmanuel Macron, President of France. PM Modi will be the Guest of Honour at the Bastille Day Parade on 14 July 2023. PM Modi will, thereafter, visit Abu Dhabi on July 15 and will hold talks with H.H. Sheikh Mohamed bin Zayed Al Nahyan, President of UAE and Ruler of Abu Dhabi.

প্রধানমন্ত্রীৰ ফ্রান্স ভ্ৰমণকালত ভাৰত-ফ্রান্স যুটীয়া বিবৃতি

May 04th, 10:44 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ৪ মে’ পেৰিছ ভ্ৰমণকালত ৰাষ্ট্রপতি শ্ৰীযুত ইমানুৱেল মেক্ৰ’ক সাক্ষাৎ কৰে। তেওঁলোকে বিভিন্ন বিষয়ত মত বিনিময় কৰে৷

ফ্ৰান্সলৈ এক ফলপ্ৰসূ ভ্ৰমণ

May 04th, 09:16 pm

জাৰ্মানী আৰু ডেনমাৰ্কৰ ফলপ্ৰসূ ভ্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ সৈতে আলোচনাত বহিবলৈ পেৰিছত উপস্থিত হয়। প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ লগে লগে তেওঁৰ উষ্ম আদৰণি জনোৱা হয়।

PM Modi's meetings on the sidelines of G-7 Summit in Biarritz

August 25th, 10:59 pm

On the sidelines of the ongoing G-7 Summit, PM Modi held meetings with world leaders.

ফ্ৰান্সত প্ৰৱাসী ভাৰতীয়ৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মত বিনিময়

August 23rd, 01:45 pm

ফ্ৰান্সত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰে৷ ভাৰতৰ বিকাশৰ গতি সন্দৰ্ভত তেওঁ যোৱা পাঁচ বছৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ কথা উল্লেখ কৰে৷ তেওঁ লগতে কয় যে ভাৰত আৰু ফ্ৰান্সৰ সম্পৰ্ক স্বাধীনতা, সমতা আৰু ভ্ৰাতৃ্ত্ববোধৰ প্ৰতি থকা আস্থা আৰু নীতিৰ ওপৰত নিৰ্ভৰশীল৷ ‘২১ শতিকাত আজি আমি ইনফ্ৰাৰ কথা কৈছো৷ মোৰ বাবে ইন+ফ্ৰা মানে হ’ল ভাৰত আৰু ফ্ৰান্সৰ মাজত মিত্ৰজোট৷’—প্ৰধানমন্ত্ৰীয়ে কয়৷