ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ইউক্ৰেইন ভ্ৰমণ সন্দৰ্ভত ভাৰত-ইউক্ৰেইনৰ যুটীয়া বিবৃতি

August 23rd, 07:00 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মহামহিমভ্লাদিমিৰ জেলেনস্কিৰ আমন্ত্ৰণমৰ্মে ২৩ আগষ্ট, ২০২৪ত ইউক্ৰেইন ভ্ৰমণ আৰম্ভ কৰে। ১৯৯২ত দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ পিছত ভাৰতৰ এগৰাকী প্ৰধানমন্ত্ৰীৰ এয়াই প্ৰথম ইউক্ৰেইন ভ্ৰমণ।

List of documents signed during the visit of Prime Minister to Ukraine (August 23, 2024)

August 23rd, 06:45 pm

During the Prime Minister's visit to Ukraine on August 23, 2024, several key agreements were signed. These include cooperation in agriculture and food industry, medical products regulation, humanitarian assistance for community development projects, and a cultural cooperation program for 2024-2028. These agreements aim to strengthen bilateral ties, promote joint research, and support cultural exchanges between India and Ukraine.

PM Modi’s meeting with the President of Ukraine

August 23rd, 06:33 pm

Prime Minister Narendra Modi met with the President of Ukraine. The discussions focused on deepening bilateral relations, addressing global and regional challenges, and reinforcing India-Ukraine cooperation in various sectors.

PM Modi’s interaction with Ukrainian students of Hindi language

August 23rd, 06:33 pm

Prime Minister Narendra Modi interacted with Ukrainian students studying the Hindi language. During the meeting, PM Modi emphasized the importance of cultural exchange and how learning Hindi can strengthen the bond between India and Ukraine. He also commended their efforts to bring Indian culture and history closer to the Ukrainian people.

PM Modi presents BHISHM Cubes to Ukraine

August 23rd, 06:33 pm

Prime Minister Narendra Modi presented BHISHM Cubes to Ukraine. Each BHISHM Cube consists of medicines and equipment for the first line of care for all kinds of injuries and medical situations.

PM Modi pays homage at Gandhi statue in Kyiv

August 23rd, 03:25 pm

Prime Minister Modi paid homage to Mahatma Gandhi in Kyiv. The PM underscored the timeless relevance of Mahatma Gandhi’s message of peace in building a harmonious society. He noted that the path shown by him offered solutions to present day global challenges.

প্ৰধানমন্ত্ৰীয়ে শিশু শ্বহীদসকলৰ স্মৃতিত আয়োজিত প্ৰদৰ্শনী দৰ্শন কৰে

August 23rd, 03:24 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিয়েভস্থিত ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় ইতিহাস সংগ্ৰহালয়ত শিশু শ্বহীদসকলৰ স্মৃতিত আয়োজিত মাল্টিমিডিয়া প্ৰদৰ্শনী দৰ্শন কৰে। ইয়াত তেখেতক ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মহামহিম ভ্লাদিমিৰ জেলেনস্কিয়ে সংগ প্ৰদান কৰে।

ইউক্ৰেইনৰ কিয়েভত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

August 23rd, 02:14 pm

ইউক্ৰেইনৰ কিয়েভত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এইটোৱেই প্ৰথম ইউক্ৰেইন ভ্ৰমণ।

পোলেণ্ড আৰু ইউক্ৰেইন ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি

August 21st, 09:07 am

মই আজিৰেপৰা পোলেণ্ড আৰু ইউক্ৰেইনলৈ চৰকাৰী ভ্ৰমণ আৰম্ভ কৰিছোঁ।