পেলেষ্টাইনৰ প্ৰয়াত ৰাষ্ট্ৰপতি য়াছিৰ আৰাফটৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ৷
February 10th, 08:20 pm
পেলেষ্টাইনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনৰ প্ৰয়াত ৰাষ্ট্ৰপতি য়াছিৰ আৰাফটৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ সমাধিক্ষেত্ৰত তেওঁ পুষ্পাঞ্জলিও অৰ্পণ কৰে৷পেলেষ্টাইনৰ গ্ৰেণ্ড ক’লাৰ সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী
February 10th, 07:23 pm
ভাৰত আৰু পেলেষ্টাইনৰ সম্পৰ্ক সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ স্বীকৃতিস্বৰূপে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাষ্ট্ৰপতি মাহমুদ আব্বাছে পেলেষ্টাইনৰ গ্ৰেণ্ড ক’লাৰ সন্মানেৰে বিভূষিত কৰে৷ পেলেষ্টাইনৰ ৰামাল্লাত দ্বিপাক্ষিক বৈঠক সমাপ্ত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰীক এই সন্মান প্ৰদান কৰা হয়৷Press statement by PM Modi during his State visit to Palestine
February 10th, 04:36 pm
PM Narendra Modi while addressing the media during his State visit to Palestine, said relations between both the countries have stood test of time. He said India is a very old ally in Palestine's nation-building efforts. India hopes that Palestine soon becomes a sovereign and independent country in a peaceful atmosphere, the PM added further.পেলেষ্টাইনত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
February 10th, 03:14 pm
পেলেষ্টাইনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ হিচাপে এই ভ্ৰমণ ঐতিহাসিক হিচাপে চিহ্নিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ৰামাল্লাহত দেশখনৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছক সাক্ষাৎ কৰিব৷পেলেষ্টাইন, ইউনাইটেড আৰৱ এমিৰেটছ আৰু ওমানলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
February 08th, 11:05 pm
“৯ৰ পৰা ১২ ফেব্ৰুৱাৰীৰ ভিতৰত মই পেলেষ্টাইন, ইউনাইটেড আৰৱ এমিৰেটছ আৰু ওমান ভ্ৰমণৰ সুযোগ লাভ কৰিছো।