নেপালত ২৫৬৬ সংখ্যক বুদ্ধ জয়ন্তী আৰু ‘লুম্বিনী দিৱস ২০২২’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
May 16th, 09:45 pm
কিছু সময়ৰ আগতে মায়াদেবী মন্দিৰত দৰ্শনৰ যি সুযোগ মই লাভ কৰিলো, সেয়াও মোৰ বাবে অবিস্মৰণীয় অভিজ্ঞতা হৈ ৰ’ব। সেইখন ঠাই, য’ত স্বয়ং বুদ্ধই জন্ম গ্ৰহণ কৰিছিল, সেইখন ঠাইৰ শক্তি, সেইখন ঠাইৰ চেতনা, এয়া নিতান্তই এক অনন্য অভিজ্ঞতা! মই এই কথা দেখিও আনন্দ পাইছো যে এইডোখৰ ঠাইৰ বাবে ২০১৪ চনত মই মহাবোধী বৃক্ষৰ যিটো পুলি উপহাৰ হিচাপে আগবঢ়াইছিলো, সেই পুলিটো এতিয়া বিকশিত হৈ এজোপা গছত পৰিণত হৈছেহি।প্ৰধানমন্ত্ৰীৰ নেপালৰ লুম্বিনী ভ্ৰমণ (১৬ মে', ২০২২)
May 16th, 06:20 pm
পৱিত্র বুদ্ধ পূর্ণিমা উদযাপন উপলক্ষে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি (১৬ মে') নেপালৰ লুম্বিনী ভ্ৰমণ কৰে। সেই দেশৰ প্রধানমন্ত্রী শ্রী শেৰ বাহাদুৰ দেউবাৰ আমন্ত্রণত শ্রী মোদীৰ এই ভ্ৰমণ। প্রধানমন্ত্রী হিচাপে এয়া তেওঁৰ পঞ্চম নেপাল আৰু প্রথম লুম্বিনী ভ্ৰমণ। সেই দেশৰ প্রধানমন্ত্রী শ্রী শেৰ বাহাদুৰ দেউবা আৰু তেওঁৰ পত্নী ডঃ আর্জু ৰাণা দেউবা; সেই দেশৰ গৃহ মন্ত্রী বালকৃষ্ণ খন্দ; বিদেশ মন্ত্রী ডঃ নাৰায়ণ খাদকা; বাহ্যিক আন্তঃগাঁথনি আৰু পৰিবহণ মন্ত্রী শ্রীমতী ৰেণু কুমাৰী যাদব; বিদ্যুৎ জলসম্পদ আৰু জলসিঞ্চন মন্ত্রী শ্রীমতী পম্ফা ভূষাল; সংস্কৃতি, অসামৰিক বিমান পৰিবহণ তথা পর্যটন মন্ত্রী শ্রী প্রেমবাহাদুৰ আলে; শিক্ষামন্ত্রী শ্রী দেৱেন্দ্র পৌড়েল; আইন আৰু বিচাৰ তথা সংসদ বিষয়ক মন্ত্রী শ্রী গোবিন্দ প্রসাদ শর্মা আৰু লুম্বিনী প্রদেশৰ মুখ্যমন্ত্রী শ্রী কুলপ্রসাদ কে চিয়ে প্রধানমন্ত্রী শ্রী মোদীক উষ্ণ অভ্যর্থনা জনায়।নেপালৰ লুম্বিনীত বুদ্ধ জয়ন্তী উদযাপন
May 16th, 03:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ লুম্বিনীত আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰ আৰু ধ্যান গৃহত ২৫৬৬ সংখ্যক বুদ্ধ জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁৰ সৈতে নেপালৰ প্ৰধানমন্ত্ৰী অৱসৰপ্ৰাপ্ত মাননীয় শ্বেৰ বাহাদুৰ দেউবা আৰু তেওঁৰ পত্নী ড০ আৰজু ৰাণা দেউবা উপস্থিত আছিল।নেপালৰ লুম্বিনীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীৰ সাক্ষাতত স্বাক্ষৰিত আৰু বিনিময় হোৱা বুজাবুজিৰ চুক্তি/চুক্তিৰ তালিকা
May 16th, 02:43 pm
নেপালৰ লুম্বিনীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীৰ সাক্ষাতত স্বাক্ষৰিত আৰু বিনিময় হোৱা বুজাবুজিৰ চুক্তি/চুক্তিৰ তালিকানেপালৰ লুম্বিনীত ভাৰত আন্তৰ্জাতিক বৌদ্ধ সংস্কৃতি আৰু ঐতিহ্য কেন্দ্ৰৰ শিলান্যাস
May 16th, 12:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী মাননীয় শ্বেৰ বাহাদুৰ দেউবাৰ সৈতে নেপালৰ লুম্বিনীস্থিত লুম্বিনী মঠ অঞ্চলত ভাৰত আন্তৰ্জাতিক বৌদ্ধ সংস্কৃতি আৰু ঐতিহ্য কেন্দ্ৰ নিৰ্মাণৰ শিলন্যাস কৰে।প্রধানমন্ত্রী আনুষ্ঠানিক ভ্ৰমণত নেপালৰ লুম্বিনীত উপস্থিত
May 16th, 11:56 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুদ্ধ জয়ন্তীৰ পৱিত্ৰ অনুষ্ঠানৰ সূচীত আজি পুৱা আনুষ্ঠানিক ভ্ৰমণত নেপালৰ লুম্বিনীত উপস্থিত হয়।Nepal-India Maitri Pashupati Dharmshala will further enhance ties between our countries: PM Modi
August 31st, 05:45 pm
PM Narendra Modi and PM KP Oli jointly inaugurated Nepal-Bharat Maitri Pashupati Dharmashala in Kathmandu. Addressing a gathering at the event, PM Narendra Modi highlighted the strong cultural and civilizational ties existing between both the countries.কাঠমাণ্ডুত পশুপতিনাথ ধৰমশালা উদ্বোধন প্ৰধানমন্ত্ৰীৰ
August 31st, 05:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰী কে.পি অ’লীৰ সৈতে যুটীয়াভাৱে কাঠমাণ্ডুত পশুপতিনাথ ধৰমশালা উদ্বোধন কৰে৷PM Modi meets PM KP Oli of Nepal
August 31st, 04:00 pm
On the margins of the BIMSTEC Summit in Kathmandu, PM Narendra Modi held bilateral level talks with PM KP Oli of Nepal. The leaders discussed ways to further enhance economic, trade, connectivity and cultural ties between both the countries.Fourth BIMSTEC Summit Declaration, Kathmandu, Nepal (August 30-31, 2018)
August 31st, 12:40 pm
নেপালৰ কাঠমাণ্ডুত বিমষ্টেক সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
August 30th, 05:28 pm
সৰ্বপ্ৰথমে মই এই চতুর্থ বিমষ্টেক সন্মিলনৰ আয়োজক দেশ নেপালে এই সন্মিলনৰ সফল আয়োজন কৰাৰ বাবে নেপাল চৰকাৰ আৰু প্রধানমন্ত্রী অ’লীৰ প্রতি আন্তৰিক কৃতজ্ঞতা জনাইছো। যদিও এয়া মোৰ বাবে প্রথম বিমষ্টেক সন্মিলন, কিন্তু ২০০৬ চনত গোৱাত আয়োজিত ব্রিক্ছ সন্মিলনৰ সৈতে বিমষ্টেক ৰিট্রিট অনুষ্ঠানত ভাগ লোৱাৰ সুযোগ পাইছিলো। গোৱাত আমি যি কার্যসূচী প্ৰস্তুত কৰিছিলো, সেই অনুসৰি দলসমূহে প্রশংসনীয়ভাবে পৰৱর্তী পদক্ষেপ আগবঢ়াই নিছে।PM Modi arrives in Kathmandu, Nepal for 4th BIMSTEC Summit
August 30th, 09:30 am
PM Narendra Modi arrived in Kathmandu where he will take part in the 4th BIMSTEC Summit. The Summit focuses on the theme ‘Towards a Peaceful, Prosperous and Sustainable Bay of Bengal Region.’ On the sidelines of the Summit, the PM will hold talks with several world leaders. PM Modi will meet PM KP Sharma Oli and review India-Nepal bilateral relations. PM Modi and PM Oli will also inaugurate the Nepal-Bharat Maitri Dharamshala at the Pashupatinath Temple Complex.নেপাল ভ্ৰমণলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
August 29th, 07:08 pm
“চতুৰ্থ বিমষ্টেক সন্মিলনত অংশ লোৱাৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে মই ৩০-৩১ আগষ্টত কাঠমাণ্ডুত থাকিম৷Social Media Corner for 13 May 2018
May 13th, 09:06 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!Social Media Corner 12 May 2018
May 12th, 07:26 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!PM Modi addresses civic reception at Kathmandu, Nepal
May 12th, 04:39 pm
Addressing a civic reception at Kathmandu, PM Modi highlighted the deep rooted ties between India and Nepal. He said that Nepal was a top priority for India’s ‘Neighbourhood First’ policy. He also complimented Nepal for its commitment towards democracy and successfully conducting federal, provincial and local body elections. PM Modi asserted that India would stand shoulder-to-shoulder with Nepal in its development journey.PM Modi’s meetings with several leaders of Nepal
May 12th, 04:12 pm
Prime Minister Modi held met a delegation of the Rastriya Janata Party - Nepal, which was led by Mr. Mahanta Thakur. Shri Modi also met Former Foreign Affairs Minister of Nepal Mr. Upendra Yadav.PM Modi meets Mr. Pushpa Kamal Dahal 'Prachanda', former PM of Nepal
May 12th, 01:27 pm
Prime Minister Narendra Modi today held wide ranging talks with former PM Mr. Pushpa Kamal Dahal 'Prachanda' of Nepal. The leaders met in Kathmandu and discussed several aspects of India-Nepal ties.PM Modi meets former Nepalese PM Sher Bahadur Deuba
May 12th, 01:00 pm
Furthering India-Nepal friendship, Prime Minister Narendra Modi held talks with President of Nepali Congress and former Prime Minister Sher Bahadur Deuba and other members of the Nepali Congress in Kathmandu.PM Modi prays at the historic Pashupatinath Temple in Nepal
May 12th, 11:00 am
Prime Minister Narendra Modi today offered prayers at the historic Pashupatinath Temple in Nepal.