PM Modi thanks President of Guyana for his support to 'Ek Ped Maa ke Naam' initiative
November 25th, 10:39 am
The Prime Minister, Shri Narendra Modi today thanked Dr. Irfaan Ali, the President of Guyana for his support to Ek Ped Maa Ke Naam initiative. Shri Modi reiterated about his appreciation to the Indian community in Guyana in yesterday’s Mann Ki Baat episode.প্ৰধানমন্ত্ৰীয়ে গায়ানাৰ আগশাৰীৰ ক্ৰিকেট খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰে
November 22nd, 05:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গায়ানাৰ আগশাৰীৰ ক্ৰিকেট খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰি কয় যে ক্ৰিকেটে ভাৰত আৰু গায়ানাক ওচৰ চপাই আনিছে আৰু সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় কৰি তুলিছে।প্ৰধানমন্ত্ৰীয়ে আৰ্য সমাজ স্মাৰকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
November 22nd, 03:09 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গায়ানাৰ জৰ্জটাউনত থকা আৰ্য সমাজ স্মাৰকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ শ্ৰী মোদীয়ে গায়ানাত ভাৰতীয় সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰচেষ্টা আৰু ভূমিকাৰ প্ৰশংসা কৰে। তেওঁ কয় যে এই বছৰটোও এক বিশেষ বছৰ, কিয়নো আমি স্বামী দয়ানন্দ সৰস্বতীৰ ২০০ সংখ্যক জয়ন্তী উদযাপন কৰিছো।গায়ানাত ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰা বিকশিত হৈছে: প্ৰধানমন্ত্ৰী
November 22nd, 03:06 am
ভাৰত-গায়ানা সাংস্কৃতিক সংযোগ সুদৃঢ় কৰাৰ প্ৰচেষ্টাত স্বামী অক্ষৰানন্দজীৰ কামৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সৰস্বতী বিদ্যা নিকেতন বিদ্যালয় পৰিদৰ্শন কৰে আৰু গায়ানাত ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰা বিকশিত হৈ আছে বুলি মন্তব্য কৰে।India's journey over the past decade has been one of scale, speed and sustainability: PM Modi in Guyana
November 22nd, 03:02 am
PM Modi addressed the Indian community in Georgetown, Guyana, thanking President Dr. Irfaan Ali for the warm welcome and hospitality. He highlighted planting a tree as part of the Ek Ped Maa ke Naam initiative and received Guyana's highest national honor, dedicating it to 1.4 billion Indians and the Indo-Guyanese community. Reflecting on his earlier visit, he praised the enduring bond between India and Guyana.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গায়ানাৰ ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে
November 22nd, 03:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গায়ানাৰ জৰ্জটাউনত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে। অনুষ্ঠানত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী, প্ৰধানমন্ত্ৰী মাৰ্ক ফিলিপছ, উপ-ৰাষ্ট্ৰপতি ভৰত জগদেও, প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ৰামোটাও উপস্থিত আছিল। সমবেত লোকসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰে আৰু দেশখনত উপস্থিত হোৱাৰ সময়ত তেওঁক বিশেষভাৱে আদৰণি জনোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে। আতিথ্যৰ মনোভাৱ আমাৰ সংস্কৃতিৰ কেন্দ্ৰবিন্দু বুলি শ্ৰীমোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰত চৰকাৰৰ এজোপা গছ মাৰ নামত উদ্যমৰ অংশ হিচাপে তেওঁ ৰাষ্ট্ৰপতি আৰু আইতাকৰ সৈতে গছ ৰোপণ কৰে। এই মুহূৰ্তক আৱেগিক বুলি অভিহি কৰি শ্ৰীমোদীয়ে কয় যে এয়া তেওঁৰ বাবে চিৰস্মৰণীয় হৈ ৰব।PM Modi meets with President of Suriname
November 21st, 10:57 pm
PM Modi met with President Chandrikapersad Santokhi of Suriname on the sidelines of the 2nd India-CARICOM Summit in Georgetown, Guyana. The two leaders reviewed the progress of ongoing bilateral initiatives and discussed enhancing cooperation in defense and security, trade, agriculture, digital initiatives, UPI, ICT, healthcare, pharmaceuticals, capacity building, culture, and people-to-people ties.PM Modi meets with Prime Minister of Grenada
November 21st, 10:44 pm
PM Modi met with Prime Minister Dickon Mitchell of Grenada on the sidelines of the 2nd India-CARICOM Summit in Georgetown, Guyana. He congratulated PM Mitchell on assuming the Chairmanship of CARICOM and for leading the summit discussions. The two leaders discussed development cooperation in ICT, healthcare, capacity building, and climate change resiliency.PM Modi meets with Prime Minister of Trinidad and Tobago
November 21st, 10:42 pm
PM Modi met with Prime Minister Dr. Keith Rowley of Trinidad & Tobago during the 2nd India-CARICOM Summit in Georgetown, Guyana. PM Modi congratulated Dr. Rowley on adopting India’s UPI platform and assured continued collaboration on digital transformation. He also praised Rowley for co-hosting the ICC T20 Men’s Cricket World Cup.PM Modi visits the Indian Arrival Monument
November 21st, 10:00 pm
PM Modi visited the Indian Arrival Monument in Georgetown, accompanied by Guyana’s PM Brig (Retd) Mark Phillips. He paid tribute to the Indian diaspora's sacrifices and contributions, planted a Bel Patra sapling, and reflected on the shared heritage symbolized by the monument, a replica of the first ship carrying Indian migrants to Guyana.PM Modi pays homage to Mahatma Gandhi
November 21st, 09:57 pm
PM Modi paid homage to Mahatma Gandhi at his statue in Georgetown’s Promenade Gardens, recalling Bapu’s timeless values of peace and non-violence. The statue, installed in 1969 for Gandhiji’s 100th birth anniversary, stands as a testament to his influence. PM Modi also paid floral tribute at the nearby Arya Samaj monument, marking 100 years of the Arya Samaj movement in Guyana.ডমিনিকাৰ প্ৰধানমন্ত্ৰীৰে সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
November 21st, 09:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুয়ানাৰ জৰ্জটাউনত অনুষ্ঠিত ‘দ্বিতীয় ভাৰত-কেৰিকম সন্মিলন’ৰ সময়ত ডমিনিকাৰ মহামহিম প্ৰধানমন্ত্ৰী শ্ৰী ৰুজভেল্ট স্কেৰিটৰ সৈতে মিলিত হয়।The bond between India & Guyana is of soil, of sweat, of hard work: PM Modi
November 21st, 08:00 pm
Prime Minister Shri Narendra Modi addressed the National Assembly of the Parliament of Guyana today. He is the first Indian Prime Minister to do so. A special session of the Parliament was convened by Hon’ble Speaker Mr. Manzoor Nadir for the address.PM Modi addresses the Parliament of Guyana
November 21st, 07:50 pm
PM Modi addressed the National Assembly of Guyana, highlighting the historical ties and shared democratic ethos between the two nations. He thanked Guyana for its highest honor and emphasized India's 'Humanity First' approach, amplifying the Global South's voice and fostering global friendships.প্ৰধানমন্ত্ৰীয়ে ছেইণ্ট লুচিয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
November 21st, 10:13 am
দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনৰ সুযোগতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ নৱেম্বৰত ছেইণ্ট লুছিয়াৰ প্ৰধানমন্ত্ৰী এইচ ই ফিলিপ জে পিয়েৰৰ সৈতে আলোচনাত মিলিত হয়।প্ৰধানমন্ত্ৰীয়ে এণ্টিগুয়া আৰু বাৰ্বুডাৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
November 21st, 09:37 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ নৱেম্বৰত গায়ানাৰ জৰ্জটাউনত অনুষ্ঠিত দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনৰ সুযোগতে এণ্টিগুয়া আৰু বাৰ্বুডাৰ প্ৰধানমন্ত্ৰী এইচ ই গেষ্টন ব্ৰাউনক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীয়ে বাহামাচৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
November 21st, 09:25 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ নৱেম্বৰত দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনৰ সুযোগতে বাহামাচৰ প্ৰধানমন্ত্ৰী এইচ ই ফিলিপ ডেভিছক সাক্ষাৎ কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত এইখনেই আছিল প্ৰথমখন বৈঠক।প্ৰধানমন্ত্ৰীয়ে বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
November 21st, 09:13 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ নৱেম্বৰত গায়ানাৰ জৰ্জটাউনত অনুষ্ঠিত ভাৰত-কেৰিকম সন্মিলনৰ সুযোগতে বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰী এইচ ই মিয়া আমোৰ মোটলীক সাক্ষাৎ কৰে। শীৰ্ষ পৰ্যায়ৰ এই সম্পৰ্কই দুয়োগৰাকী নেতাক ভাৰত আৰু বাৰ্বাডোছৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক পুনৰ নিশ্চিত কৰা আৰু শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰে।PM Modi conferred with The Order of Excellence of Guyana
November 21st, 07:41 am
PM Modi was conferred Guyana's highest national award, The Order of Excellence, by President Dr. Mohamed Irfaan Ali for his visionary leadership and efforts to strengthen India-Guyana ties. The PM dedicated the honor to the people of India and the deep historical bond between the nations.প্ৰধানমন্ত্ৰীক ডমিনিকাৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা প্ৰদান
November 21st, 05:39 am
ডমিনিকাৰ কমনৱেলথৰ সভাপতি মহামান্য চিলভানি বাৰ্টনে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ নেতৃত্ব, কোভিড ১৯ মহামাৰীৰ সময়ত ডমিনিকাক সমৰ্থন আৰু ভাৰত আৰু ডমিনিকাৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত দায়বদ্ধতাৰ বাবে সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা - সন্মানীয় ডমিনিকা বঁটা প্ৰদান কৰে। ডমিনিকাৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত ৰুজভেল্ট স্কেৰিটো এই অনুষ্ঠানত উপস্থিত আছিল। গায়েনাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী, বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰী, গ্ৰেনাডাৰ প্ৰধানমন্ত্ৰী মিয়া আমোৰ মটলী, ছেইণ্ট লুচিয়াৰ প্ৰধানমন্ত্ৰী ফিলিপ জে পিয়েৰ আৰু এণ্টিগুৱা আৰু বাৰ্বুডাৰ প্ৰধানমন্ত্ৰী গেষ্টন ব্ৰাউনো বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে।