দ্বিতীয় ভাৰত-ন’ৰ্ডিক শীৰ্ষ সন্মিলন

May 04th, 07:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট্টে ফ্ৰেডাৰিকছেন, আইচলেণ্ডৰ প্ৰধানমন্ত্ৰী কাৰ্টিন জেকবছডট্টিৰ, নৰৱে’ৰ প্ৰধানমন্ত্ৰী জোনাছ গাৰ ষ্ট’ৰ, ছুইডেনৰ প্ৰধানমন্ত্ৰী মেগডালেনা এণ্ডাৰছন আৰু ফীনলেণ্ডৰ প্ৰধানমন্ত্ৰী ছান্না মেৰিনৰ সৈতে ‘দ্বিতীয় ভাৰত-ন’ৰ্ডিক শীৰ্ষ সন্মিলন’ত অংশগ্ৰহণ কৰে।

ডেনমাৰ্কৰ ৰাণী দ্বিতীয় মাৰ্গাৰেটে প্ৰধানমন্ত্ৰীক আদৰণি জনায়

May 04th, 08:05 am

ডেনমাৰ্কৰ ৰাণী দ্বিতীয় মাৰ্গাৰেটে আজি কোপেনহেগেনৰ ঐতিহাসিক আমালিয়ানবৰ প্ৰাসাদত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আদৰণী জনায়।

কোপেনহেগেনত ভাৰতীয় সমাজখনৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ

May 03rd, 09:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মহামহিম মেট ফ্ৰেডৰিকছেনৰ সৈতে কোপেনহেগেনৰ বেলা চেন্টাৰত ভাৰতীয় সমাজখনক সম্বোধন আৰু তেওঁলোকৰে মত-বিনিময় কৰে। শিক্ষাৰ্থী, গৱেষক, পেছাদাৰী আৰু ব্যৱসায়ীলৈকে ডেনমাৰ্কত ভাৰতীয় সমাজখনৰ ১০০০ ৰোধিক সদস্যই এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।

ভাৰত-ডেনমাৰ্ক ব্যৱসায়িক ফ’ৰামত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

May 03rd, 07:40 pm

প্ৰধানমন্ত্ৰী মোদীয়ে কোপেনহেগেনত ভাৰত-ডেনমাৰ্ক ব্যৱসায়িক ফ’ৰামত ব্যৱসায়িক নেতৃবৰ্গক উদ্দেশ্যি ভাষণ আগবঢ়ায়৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয়, “বিগত দিনসমূহত ফ’ম’ বা ‘ফিয়েৰ অফ মিছিং আউট’ বাক্যাংশ ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰচলিত হৈছে৷ ভাৰতৰ সংস্কাৰ আৰু বিনিয়োগৰ সুযোগৰ প্ৰতি লক্ষ্য ৰাখি মই ক’ব পাৰো যে যিসকলে আমাৰ দেশত বিনিয়োগ কৰা নাই, তেওঁলোকে নিশ্চিতভাৱে লোকচানৰ সন্মুখীন হ’ব৷”

ডেনমাৰ্কত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ

May 03rd, 07:11 pm

মাননীয় প্ৰধানমন্ত্ৰী, ডেনমাৰ্কত মোক আৰু মোৰ প্ৰতিনিধিদলক এক সুন্দৰ আদৰণি আৰু আতিথ্য দিয়াৰ বাবে আপোনাক আৰু আপোনাৰ দলক ধন্যবাদ জনাইছোঁ। আপোনাৰ সুন্দৰ দেশখনলৈ এয়া মোৰ প্ৰথম ভ্ৰমণ। যোৱা বছৰ অক্টোবৰ মাহত, মই আপোনাক ভাৰতত স্বাগতম জনোৱাৰ সুযোগ পাইছিলোঁ। দুয়োৰে এই ভ্ৰমণৰ সৈতে, আমি আমাৰ সম্পৰ্কত ঘনিষ্ঠতা আৰু গতিশীলতা আনিবলৈ সক্ষম হৈছোঁ। আমি দুয়োখন দেশ কেৱল গণতন্ত্ৰৰ মূল্যবোধ, মত প্ৰকাশৰ স্বাধীনতা আৰু আইনৰ শাসনৰেই অংশীদাৰ নহয়, আমাৰ দুয়োৰে বহুতো পৰিপূৰক শক্তি আছে।

ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠকৰ প্ৰেছ বিজ্ঞপ্তি

May 03rd, 06:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী. শ্ৰীমতী মেট ফ্ৰেডৰিকছেনৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

India–Denmark Joint Statement during the Visit of Prime Minister to Denmark

May 03rd, 05:16 pm

PM Modi and PM Frederiksen held extensive talks in Copenhagen. The two leaders noted with satisfaction the progress made in various areas since the visit of PM Frederiksen to India in October 2021 especially in the sectors of renewable energy, health, shipping, and water. They emphasized the importance of India- EU Strategic Partnership and reaffirmed their commitment to further strengthen this partnership.

উষ্ম আদৰণিৰে ডেনমাৰ্কৰ কোপেনহেগেনত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

May 03rd, 02:48 pm

ইউৰোপৰ তিনিখন দেশৰ ভ্ৰমণসূচীৰ অন্তৰ্গত দ্বিতীয়খন দেশ ডেনমাৰ্কৰ কোপেনহেগেনত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ এক বিশেষ ভংগীমাৰে বিমানবন্দৰতে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনালে ডেনিছ প্ৰধানমন্ত্ৰী মেট্টে ফ্ৰেডেৰিকছনে৷