বাংলাদেশৰ ওড়াকান্দী ঠাকুৰবাৰীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ পাঠ
March 27th, 12:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশ ভ্ৰমণৰ দ্বিতীয় দিনা ওৰাকান্দিস্থিত হৰি মন্দিৰত আশীৰ্বাদ বিচাৰে আৰু ঠাকুৰ পৰিয়ালৰ লোকসকলৰ সৈতে মতবিনিময় কৰে।প্ৰধানমন্ত্ৰীয়ে ওৰাকান্দিস্থিত হৰি মন্দিৰ দৰ্শন কৰে আৰু সমূহীয়া আদৰণি অনুষ্ঠানত উপস্থিত থাকে
March 27th, 12:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশ ভ্ৰমণৰ দ্বিতীয় দিনা ওৰাকান্দিস্থিত হৰি মন্দিৰত আশীৰ্বাদ বিচাৰে আৰু ঠাকুৰ পৰিয়ালৰ লোকসকলৰ সৈতে মতবিনিময় কৰে।যশোৰেশ্বৰী কালী শক্তিপীঠত পূজা অৰ্চনা প্ৰধানমন্ত্ৰীৰ
March 27th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দুদিনীয়া ভ্ৰমণসূচীৰ দ্বিতীয় দিনা মা কালীৰ আশীৰ্বাদ লৈ আৰম্ভ কৰে৷ প্ৰধানমন্ত্ৰীয়ে সাতখিৰাত যশোৰেশ্বৰী কালী শক্তিপীঠত পূজা অৰ্চনা কৰে, যিখন পৌৰাণিক পৰম্পৰাৰ ৫১খন শক্তিপীঠৰ অন্যতম৷ প্ৰধানমন্ত্ৰীয়ে লগতে মা কালীৰ শিৰত ৰূপ আৰু সোণ খচিত হস্তনিৰ্মিত মুকুট স্থাপন কৰে৷ এই মুকুটটো স্থানীয় এগৰাকী খনিকৰে তিনি সপ্তাহত প্ৰস্তুত কৰি উলিয়াইছে৷ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বাংলাদেশ ভ্ৰমণ উপলক্ষে প্ৰকাশিত যুটীয়া বিবৃতি
March 27th, 09:18 am
ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বাংলাদেশ ভ্ৰমণ উপলক্ষে প্ৰকাশিত যুটীয়া বিবৃতি‘বাপু-বংগবন্ধু ডিজিটেল প্ৰদৰ্শনী’ মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
March 26th, 06:00 pm
বাংলাদেশলৈ কৰা দুদিনীয়া ভ্ৰমণসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ সৈতে যুটীয়া ভাবে ‘বাপু-বংগবন্ধু ডিজিটেল প্ৰদৰ্শনী’ এখন মুকলি কৰে। ‘বাপু’ আৰু ‘বংগবন্ধু’ দুয়োগৰাকীয়েই দক্ষিণ এচীয়াৰ অতিকে বৰেণ্য ব্যক্তিত্ব, যাৰ চিন্তা আৰু কাৰ্মৰাজীয়ে সমগ্ৰ বিশ্বকে প্ৰভাৱিত কৰি আহিছে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ বাংলাদেশৰ বৈদেশিক মন্ত্ৰীৰ
March 26th, 05:03 pm
ঐতিহাসিক দুদিনীয়া বাংলাদেশ ভ্ৰমণসসূচীৰ সময়ত বাংলাদেশৰ বৈদেশিক মন্ত্ৰী ড০ এ. কে. আব্দুল মমিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷ দুয়োগৰাকী নেতাই দুয়োখন দেশৰ সৌহাদ্যপূৰ্ণ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে সাৰ্বভৌমত্ব, সমতা, পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজিভিত্তিক এক ব্যাপক কৌশলগত সহযোগিতাৰ সন্দৰ্ভত আলোচনা কৰে৷প্ৰধানমন্ত্ৰীয়ে বাংলাদেশত বিৰোধী নেতৃবৰ্গক সাক্ষাৎ কৰে
March 26th, 03:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দুদিনীয়া বাংলাদেশ ভ্ৰমণৰ অংশ হিচাপে বাংলাদেশৰ বিভিন্ন ৰাজনৈতিক দলৰ বিৰোধী নেতৃবৰ্গক সাক্ষাৎ কৰাৰ লগতে মত বিনিময় কৰে। এই সাক্ষাৎ কালত দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত বিস্তৃত বিষয়ৰ আলোচনা কৰা হয়।