২০২২ বৰ্ষৰ এছচিঅ’ সন্মিলনত প্ৰথমবাৰলৈ বাৰাণসীক এছচিঅ’ পৰ্যটন আৰু সাংস্কৃতিক ৰাজধানী হিচাপে মনোনীত

September 16th, 11:50 pm

১. ২০২২ চনৰ ১৬ ছেপ্টেম্বৰত উজবেকিস্তানৰ সমৰকন্দত অনুষ্ঠিত হোৱা ছাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ’) ৰাষ্ট্ৰসমূহৰ মুৰব্বীসকলৰ পৰিষদৰ ২২সংখ্যক বৈঠকত ২০২২-২০২৩ বৰ্ষত বাৰাণসী চহৰখনে প্ৰথমবাৰৰ বাবে এছচিঅ’ পৰ্যটন আৰু সাংস্কৃতিক ৰাজধানী হিচাপে মনোনীত কৰিছে৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্মিলনত অংশগ্ৰহণ কৰে৷

এছচিঅ’ শীৰ্ষ সন্মিলনৰ মাজত তুৰস্ক গণৰাজ্যৰ ৰাষ্ট্ৰপতি শ্ৰীমান ৰেচেপ তায়িপ এৰদোগানৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰী

September 16th, 11:41 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে২০২২ চনৰ ১৬ ছেপ্টেম্বৰত উজবেকিস্তানৰ ছামাৰকন্দত এছচিঅ’ শীৰ্ষ সন্মিলনৰ মাজত তুৰস্ক গণৰাজ্যৰ ৰাষ্ট্ৰপতি শ্ৰীমান ৰেচেপ টাইয়িপ এৰদোগানৰ সৈতে বৈঠকত মিলিত হয়।

সাংহাই সহযোগিতা সংগঠনৰ শীৰ্ষ সন্মিনলত অংশগ্ৰহণৰ বাবে সমৰকন্দত উপস্থিত প্ৰধানমন্ত্ৰী

September 15th, 10:01 pm

সাংহাই সহযোগিতা সংগঠন(এছচিঅ’)ৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ পৰিষদৰ ২২তম বৈঠকত উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্ৰী শওকত মিৰজিয়োয়েভৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে সন্ধিয়া উজবেকিস্তানৰ সমৰকন্দত উপস্থিত হয়।

উজবেকিস্তান ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি

September 15th, 02:15 pm

মই উজবেকিস্তানৰ ৰাষ্ট্ৰপতি সন্মানীয় শ্ৰীযুত শ্বাৱকত মিৰ্জিয়োয়েভৰ আমন্ত্ৰণত চাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ') ৰাষ্ট্ৰপ্ৰধান পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ সমৰকন্দ ভ্ৰমণ কৰিম।

প্ৰধানমন্ত্ৰীয়ে ছাংঘাই সহযোগিতা সংগঠনৰ সদস্য দেশৰ মূৰব্বীসকলৰ পৰিষদৰ ২১তম বৈঠকত ভাৰ্চুৱেল মাধ্যমত ভাগ লয়

September 17th, 05:21 pm

প্ৰধানমন্ত্ৰীয়ে ছাংঘাই সহযোগিতা সংগঠন (এছচিঅ')ৰ সদস্য দেশসমূহৰ মূৰব্বীসকলৰ পৰিষদৰ ২১তম বৈঠকত ভাৰ্চুৱেল আৰু আফগানিস্তানৰ ওপৰত সংযুক্ত এছচিঅ'-চিএছটিঅ' আউটৰিচ ছেছনত ভিডিঅ'-বাৰ্তাৰ মাধ্যমত ভাগ লয়।

Prime Minister Narendra Modi’s remarks for SCO-CSTO Outreach Summit on Afghanistan

September 17th, 05:01 pm

At the plenary session of SCO Summit, PM Modi remarked, The 20th anniversary of the SCO is a suitable occasion to think about the future of the SCO. I believe that the biggest challenges in this area are related to peace, security and trust-deficit and the root cause of these problems is increasing radicalization. Recent developments in Afghanistan have made this challenge more apparent.

21st Meeting of SCO Council of Heads of State in Dushanbe, Tajikistan

September 15th, 01:00 pm

PM Narendra Modi will address the plenary session of the Summit via video-link on 17th September 2021. This is the first SCO Summit being held in a hybrid format and the fourth Summit that India will participate as a full-fledged member of SCO.