৩০.১০.২০২২ তাৰিখে 'মন কী বাত'ৰ ৯৪ তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
October 30th, 11:30 am
মোৰ মৰমৰ দেশবাসীসকল, আমি এইমাত্ৰ পবিত্ৰ ছট পূজা, ভগৱান সূৰ্যৰ উপাসনাৰ বিষয়ে কথা পাতিলো। গতিকে আজি সূৰ্যৰ উপাসনা কৰাৰ লগতে তেওঁৰ আশীৰ্ব্বাদৰ বিষয়েও কিয়নো আলোচনা নকৰো! সূৰ্য ঈশ্বৰৰ এই আশীৰ্বাদ হৈছে - 'সৌৰ শক্তি'। সৌৰ শক্তি আজি এনে এক বিষয়, য'ত সমগ্ৰ বিশ্বই ইয়াৰ ভৱিষ্যতৰ প্ৰতি দৃষ্টি ৰাখিছে আৰু ভাৰতৰ বাবে, সূৰ্য ঈশ্বৰক কেৱল শতিকা ধৰি উপাসনা কৰাই নহয় ই আমাৰ জীৱন শৈলীৰ কেন্দ্ৰবিন্দুও হৈ আহিছে। আজি ভাৰতে নিজৰ পৰম্পৰাগত অভিজ্ঞতাক আধুনিক বিজ্ঞানৰ সৈতে একত্ৰিত কৰি আছে, সেয়েহে আজি আমি সৌৰ শক্তিৰ পৰা বিদ্যুৎ উৎপাদন কৰা সৰ্ববৃহৎ দেশসমূহৰ ভিতৰত এখন হৈ পৰিছো। সৌৰ শক্তিয়ে আমাৰ দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ জীৱন কেনেদৰে সলনি কৰি আছে সেয়াও অধ্যয়নৰ বিষয়।PM replies to citizens’ comments on his visit to Modhera
October 10th, 11:59 am
The Prime Minister, Shri Narendra Modi has replied to citizens’ comments on his visit to Modhera.Modhera will always figure in discussions about solar power anywhere in the world: PM Modi
October 09th, 04:47 pm
The Prime Minister, Shri Narendra Modi laid the foundation stone and dedicated various projects worth over Rs 3900 crore to the nation in Modhera, Mehsana, today. The Prime Minister also declared the village of Modhera as India’s first 24x7 solar-powered village.PM lays foundation stone and dedicates to the nation various projects worth over Rs 3900 crore in Modhera, Mehsana, Gujarat
October 09th, 04:46 pm
PM Modi laid the foundation stone and dedicated various projects worth over Rs 3900 crore to the nation in Modhera. The Prime Minister said earlier Modhera was known for Surya Mandir but now Surya Mandir has inspired Saur Gram and that has made a place on the environment and energy map of the world.৯-১১ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
October 08th, 12:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ গুজৰাটৰ লগতে ১১ অক্টোবৰতে মধ্যপ্ৰদেশো ভ্ৰমণ কৰিব।গুজৰাটত কেইবাটাও প্ৰকল্পৰ উদ্ঘাটন আৰু ৰাষ্ট্ৰক সমৰ্পণ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
July 16th, 04:05 pm
মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী আৰু গান্ধীনগৰৰ সাংসদ শ্ৰীমান অমিত শ্বাহ জী ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ জী, গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপাণী জী, উপ মুখ্যমন্ত্ৰী নিতিন ভাই, কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী শ্ৰীমতী দৰ্শনা জৰদোশ জী, গুজৰাট চৰকাৰৰ অন্য মন্ত্ৰীগণ, সংসদৰ মোৰ সহযোগী আৰু গুজৰাট প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ অধ্যক্ষ শ্ৰীমান চিআৰ পাটিল জী, অন্য সাংসদগণ, বিধায়কগণ, আৰু মোৰ প্ৰিয় ভাই-ভনীসকল, আপোনালোক সকলোকে নমস্কাৰ।প্ৰধানমন্ত্ৰীয়ে গুজৰাটত একাধিক প্ৰকল্প উদ্বোধন কৰে আৰু দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে
July 16th, 04:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে গুজৰাটত ৰে’লৱেৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰি দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। একে সময়তে তেওঁ গুজৰাট বিজ্ঞান চহৰৰ একুৱেটিকছ এণ্ড ৰব’টিক্স গেলেৰী আৰু নেচাৰ পাৰ্ক উদ্বোধন কৰে। তেওঁ গান্ধীনগৰ ৰাজধানী আৰু ভৰেথাৰ মাজত দুখন নতুন ৰে’ল গান্ধীনগৰ ৰাজধানী-বাৰাণসী চুপাৰফাষ্ট এক্সপ্ৰেছ আৰু মেমু ৰে’ল সেৱাৰ শুভাৰম্ভ কৰে।প্রধানমন্ত্রীয়ে ১৬ জুলাইত গুজৰাটত এলানি প্রকল্প উদ্বোধন আৰু জাতিৰ উদ্দেশ্যে উৎসর্গ কৰিব
July 14th, 06:45 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১৬ জুলাইত ভিডিও কনফাৰেন্সৰ মাধ্যমত গুজৰাটত এলানি ৰে'ল প্রকল্প উদ্বোধন আৰু জাতিৰ উদ্দেশ্যে উৎসর্গ কৰিব। এই অনুষ্ঠানত তেওঁ গুজৰাট ছায়েন্স ছিটিত একোৱাটিক্স আৰু ৰোবটিক্স গেলাৰী তথা নেচাৰ পার্কৰো উদ্বোধন কৰিব।