উত্তৰ প্ৰদেশৰ ৰায়বাৰেলীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

December 16th, 11:50 am

ভাৰত মাতাৰ জয়, ভাৰত মাতাৰ জয়, ভাৰত মাতাৰ জয়, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান ৰাম নায়ক মহোদয়, উত্তপ প্ৰদেশৰ যশস্বী তথা লোকপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ মহোদয়, কেন্দ্ৰত মোৰ সহযোগী ৰে’ল মন্ত্ৰী শ্ৰীমান পীযুষ গোৱেল মহোদয়, প্ৰদেশ ভাজপাৰ অধ্যক্ষ তথা সাংসদ আৰু মোৰ সহযোগী শ্ৰীমান মহেন্দ্ৰ পাণ্ডে মহোদয়, উত্তৰ প্ৰদেশৰ মন্ত্ৰী পৰিষদৰ মাননীয় মন্ত্ৰীগণ, ইয়াত উপস্থিত বিধায়কসকল, স্পীকাৰ মহোদয় আৰু বৃহৎ সংখ্যাত উপস্থিত ৰায়বাৰেলীৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল৷

প্ৰধানমন্ত্ৰীয়ে ৰায় বাৰেলীত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে

December 16th, 11:47 am

উত্তৰ প্ৰদেশলৈ এদিনীয়া ভ্ৰমণৰ বাবে যোৱা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰায় বাৰেলীত এক আধুনিক দবা নিৰ্মাণ কাৰখানা পৰিদৰ্শন কৰে৷ এখন ৰাজহুৱা সভাত তেওঁ ৯০০তম দবা আৰু এটা হামছফৰ ৰেকৰ ফ্লেগ অফ্ কৰে৷ তাৰোপৰি তেওঁ ৰায় বাৰেলীত বিভিন্ন উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ উপৰিও সেইসমূহ ৰাষ্ট্ৰলৈ উচৰ্গাও কৰে৷