মুম্বাইত ইণ্ডিয়ান নিউজপেপাৰছ ছ’চাইটি টাৱাৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 13th, 09:33 pm
প্ৰথমে, ইণ্ডিয়ান নিউজপেপাৰছ ছ’চাইটিৰ সকলো সদস্যকে অভিনন্দন জনাইছো। আজি আপোনালোক সকলোৱে মুম্বাইত এটা বিশাল আৰু আধুনিক অট্টালিকা লাভ কৰিছে। আশাকৰোঁ এই নতুন অট্টালিকাটোৱে আপোনালোকৰ কাম-কাজ সম্প্ৰসাৰিত কৰিব আৰু আপোনালোকৰ কামৰ সহজতা বৃদ্ধি কৰিব, যিয়ে আমাৰ গণতন্ত্ৰক আৰু অধিক শক্তিশালী কৰিব। ইণ্ডিয়ান নিউজপেপাৰ ছ’চাইটি স্বাধীনতাৰ আগতেই অস্তিত্ব লাভ কৰা প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম আৰু সেয়েহে আপোনালোক সকলোৱে দেশৰ যাত্ৰাৰ প্ৰতিটো উত্থান-পতন অতি নিবিড়ভাৱে দেখিছে, জীয়াই আছে আৰু লগতে সাধাৰণ জনতাক জনাইছে। গতিকে সংগঠন হিচাপে আপোনালোকৰ কাম যিমানেই ফলপ্ৰসূ হ'ব সিমানেই দেশ ইয়াৰ দ্বাৰা উপকৃত হ'ব।মহাৰাষ্ট্ৰৰ মুম্বাইত ‘ভাৰতীয় বাতৰিকাকত সমাজ (আইএনএছ) টাৱাৰ’ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
July 13th, 07:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ ‘বান্দ্ৰা কুৰ্লা কমপ্লেক্স’ৰ ‘জি-ব্লক’ত থকা ‘ভাৰতীয় বাতৰিকাকত সমাজ’ (আইএনএছ)ৰ সচিবালয়লৈ কৰা ভ্ৰমণসূচীৰ অংশ হিচাপে ‘আইএনএছ টাৱাৰ’ উদ্বোধন কৰে। নতুন ভৱনটোৱে মুম্বাইত এক আধুনিক আৰু দক্ষ কাৰ্যালয়ৰ স্থানৰ বাবে ‘আইএনএছ’-ৰ সদস্যসকলৰ বিকশিত প্ৰয়োজনীয়তা পূৰণ কৰিব আৰু মুম্বাইৰ বাতৰি কাকত উদ্যোগৰ স্নায়ুকেন্দ্ৰ হিচাপে কাম কৰিব।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত সদনত হোৱা বিতৰ্কৰ উত্তৰ দান কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
July 02nd, 09:58 pm
মই ৰাষ্ট্ৰপতি মহোদয়াই প্ৰদান কৰা ভাষণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ থিয় দিছো।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ প্ৰধানমন্ত্ৰীৰ
July 02nd, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদৰ প্ৰস্তাৱৰ উত্তৰ দিয়ে।Govt is striving to cut down the electricity bills of consumers to zero: PM Modi
February 24th, 12:31 pm
PM Modi addressed the ‘Viksit Bharat Viksit Chhattisgarh’ program via video conferencing. He emphasized that Viksit Chattisgarh will be created by the empowerment of the youth, women, poor and farmers and modern infrastructure will strengthen the foundation of Viksit Chhattisgarhপ্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত, বিকশিত ছত্তীশগড়’ কাৰ্য্যসূচী সম্বোধন কৰে
February 24th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত, বিকশিত ছত্তীশগড়’ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৩৪,৪০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে পথ, ৰেলপথ, কয়লা, শক্তি, সৌৰশক্তিকে প্ৰমুখ্য কৰি একাধিক গুৰুত্বপূৰ্ণ খণ্ডক সামৰি লৈছে।লাক্ষাদ্বীপৰ কাৱাৰাট্টিত উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী উপস্থাপনৰ অনুবাদ
January 03rd, 12:00 pm
লাক্ষাদ্বীপত পুৱাৰ পৰিৱেশটো চাবলৈ পাই মই খুবেই সুখী হৈছো। লাক্ষাদ্বীপৰ সৌন্দৰ্য শব্দৰে বৰ্ণনা কৰাটো খুবেই কঠিন। মই সৌভাগ্যৱান যে এইবাৰ আগাট্টি, বাঙ্গাৰাম আৰু কাৱাৰাট্টিত মোৰ পৰিয়ালৰ সকলো সদস্যক লগ পোৱাৰ সুযোগ পাইছোঁ। লাক্ষাদ্বীপৰ ভৌগোলিক এলেকা সৰু হ'ব পাৰে, পিচে, লাক্ষাদ্বীপৰ জনতাৰ হৃদয় সাগৰৰ দৰেই বিশাল। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে মই কৃতজ্ঞ।লক্ষদ্বীপৰ কাৱৰাট্টিত ১১৫০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰাজিৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
January 03rd, 11:11 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষদ্বীপৰ কাৱৰাট্টিত ১১৫০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰাজিৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে প্ৰযুক্তি, শক্তি, জলসম্পদ, স্বাস্থ্যসেৱা আৰু শিক্ষাকে প্ৰমুখ্য কৰি একাধিক খণ্ডক সামৰি লৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লেপটপ আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলক লেপটপ বিতৰণৰ লগতে বেটি বচাও, বেটি পঢ়াওৰ অধীনত বিদ্যালয়ৰ ছাত্ৰীসকলক চাইকেল প্ৰদান কৰে। লগতে কৃষক আৰু মৎস্যজীৱী হিতাধিকাৰীসকলক পিএম কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰে।নতুন দিল্লীত অনুষ্ঠিত ২১ সংখ্যক হিন্দুস্তান টাইমছ নেতৃত্ব সন্মিলন ২০২৩ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
November 04th, 07:30 pm
প্ৰথমেই আপোনালোক সকলোৰে ওচৰত ক্ষমা খুজিব বিচাৰিছো কাৰণ মই নিৰ্বাচনী সভাত আছিলো, গতিকে তাৰ পৰা উভতি অহাত কিছু পলম হৈছিল। কিন্তু বিমানবন্দৰৰ পৰা পোনে পোনে আপোনাৰ ওচৰ পালোঁহি।হিন্দুস্তান টাইমছ লিডাৰ্ছশ্বিপ ছামিট, ২০২৩ত ভাষণ প্ৰধানমন্ত্ৰীৰ
November 04th, 07:00 pm
এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে হিন্দুস্থান টাইমছ গ্ৰুপে তেওঁক হিন্দুস্তান টাইমছ লিডাৰশ্বিপ ছামিট, ২০২৩লৈ আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। শ্ৰী মোদীয়ে এই লিডাৰশ্বিপ ছামিটৰ বিষয়বস্তুৰ সৈতে ভাৰতৰ আগুৱাই যোৱাৰ বাৰ্তা হিন্দুস্থান টাইমছ গ্ৰুপে সদায় কেনেদৰে প্ৰেৰণ কৰিছে সেই বিষয়ে আলোকপাত কৰে। ২০১৪ চনত বৰ্তমানৰ চৰকাৰখন ক্ষমতালৈ অহাৰ সময়ত এই সন্মিলনৰ বিষয়বস্তু ‘ভাৰতক পুনৰ গঢ় দিয়া’ৰ কথা স্মৰণ কৰি তেওঁ কয় যে গোটটোৱে পশ্চাদদৃষ্টি লাভ কৰিছিল যে এই উল্লেখযোগ্য পৰিৱৰ্তন আহি আছে আৰু ভাৰতক পুনৰ গঢ় দিয়া হ’ব। তেওঁ লগতে স্মৰণ কৰে যে যেতিয়া ২০১৯ চনত আৰু অধিক সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰি বৰ্তমানৰ চৰকাৰখন পুনৰ কাৰ্যকৰী কৰা হৈছিল তেতিয়া ‘এক উন্নত ভৱিষ্যতৰ বাবে কথোপকথন’ শীৰ্ষক বিষয়বস্তুটো দিয়া হৈছিল। এতিয়া ২০২৩ চনত যেতিয়া সাধাৰণ নির্বাচনৰ সময় সমাগত হৈছে, তেতিয়া শ্রী মোদীয়ে সন্মিলনৰ বিষয়বস্তু ‘বাধা অতিক্ৰম’ আৰু আগন্তুক সাধাৰণ নির্বাচনত বর্তমান চৰকাৰে সকলো অভিলেখ ভংগ কৰি বিজয়ী হৈ ওলাই আহিব বুলি প্রকাশ কৰা অন্তর্নিহিত বার্তাক আলোকপাত কৰে৷ “২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল যিকোনো বাধাৰ ঊৰ্ধ্বত হ’ব”, শ্ৰী মোদীয়ে কয়।গুজৰাটৰ ৰাজকোটত একাধিক উন্নয়নমূলক কামৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 27th, 04:00 pm
এতিয়া বিজয়েও মোৰ কাণে কাণে কৈছিল যে মইও নিৰীক্ষণ কৰি আছো যে ৰাজকোটত কাৰ্যসূচী অনুষ্ঠিত হৈছে, ছুটীৰ দিনো নহয়, দুপৰীয়াৰ সময়, ৰাজকোটত কোনোবাই এই সময়ত সভা অনুষ্ঠিত কৰাৰ কথা নাভাৱে, তাতে ইমান বিশাল জনসভাত ইমান সংখ্যক লোক উপস্থিত আছে, আজি ৰাজকোটে ৰাজকোটৰ সকলো অভিলেখ ভংগ কৰিলে৷ নহ’লে আমি বছৰ বছৰ ধৰি দেখি আহিছো যে সন্ধিয়া ৮ বজাৰ পাছতহে সকলো ঠিক থাকে আৰু ৰাজকোটক দুপৰীয়া শুবৰ বাবে সময়ৰ প্ৰয়োজন৷গুজৰাটৰ ৰাজকোটত ‘ৰাজকোট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’ দেশবাসীক উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ
July 27th, 03:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰাজকোটত ৰাজকোট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ৮৬০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। প্ৰকল্পবোৰৰ ভিতৰত আছে ছাউনী যোজনা লিংক ৩ পেকেজ ৮ আৰু ৯, দ্বাৰকা গ্ৰাম্য পানী যোগান আৰু অনাময় (আৰডব্লিউএছএছ)ৰ উন্নীতকৰণ; উপাৰকোট ফ’ৰ্টৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ সংৰক্ষণ, পুনৰুদ্ধাৰৰ কাম আৰু বিকাশ; পানী শোধন প্ৰকল্প, নৰ্দমা শোধন প্ৰকল্প আৰু ফ্লাইঅভাৰ ব্ৰীজ আদি নিৰ্মাণ। প্ৰধানমন্ত্ৰীয়ে নতুনকৈ উদ্বোধন কৰা ৰাজকোট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ভৱনো পৰিদৰ্শন কৰে।The banks known for losses and NPA are being discussed for their record profit: PM Modi
July 22nd, 11:00 am
PM Modi addressed the National Rozgar Mela and distributed over 70,000 appointment letters to newly inducted recruits in various Government departments and organizations. “Becoming a top 3 economy in the world will be a monumental achievement for India”, the PM said as he highlighted that it will give rise to employment opportunities in every sector and also boost the income of the common citizens.ৰাষ্ট্ৰীয় ৰোজগাৰ মেলা সম্বোধন প্ৰধানমন্ত্ৰীৰ
July 22nd, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলা সম্বোধন কৰি বিভিন্ন চৰকাৰী বিভাগ আৰু সংগঠনৰ নতুনকৈ নিযুক্তি পোৱা ৭০ হাজাৰৰো অধিক লোকলৈ নিযুক্তি পত্ৰ বিতৰণ কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত হোৱা নতুন নিযুক্তিপ্ৰাপ্তসকলে ৰাজহ, বিত্তীয় সেৱা, পদ, বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, প্ৰতিৰক্ষা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ, জলসম্পদ, কৰ্মী আৰু প্ৰশিক্ষণ আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়কে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত চৰকাৰী চাকৰিত যোগদান কৰিব। উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত সমগ্ৰ দেশৰ ৪৪ টা স্থান এই মেলাৰ সৈতে সংযোগ কৰা হৈছিল।মাৰ্কিন কংগ্ৰেছৰ যুটীয়া অধিৱেশনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ অসমীয়া অনুবাদ
June 23rd, 07:17 am
আমেৰিকাৰ কংগ্ৰেছক সম্বোধন কৰাটো সদায় গৌৰৱৰ বিষয়। দুবাৰকৈ এই সুযোগ পোৱাটো যথেষ্ট ব্যতিক্ৰমী। এই সন্মানৰ বাবে ১৪০ কোটি ভাৰতীয়ৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো। ২০১৬ চনত ইয়ালৈ অহাৰ সময়ত লগ পোৱা বহু মানুহ আজিও ইয়াত আছে। ফলত পুৰণি বন্ধু-বান্ধৱীৰ মৰম অনুভৱ কৰিছো। নতুনকৈ অহা সকলৰ উৎসাহ দেখিবলৈ পাইছো। ২০১৬ চনত মই চিনেটৰ হেৰী ৰিড, চিনেটৰ জন মেককিন, চিনেটৰ অৰিন হেচ, এলিজা কামিংছ, এলচি হেষ্টিংছ আদি বহুক লগ পাইছিলো। দুৰ্ভাগ্যজনকভাৱে তেওঁলোক এতিয়া আমাৰ মাজত নাই।আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘কংগ্ৰেছৰ যুটীয়া বৈঠক’ত প্ৰধানমন্ত্ৰীৰ ভাষণ
June 23rd, 07:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২২ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সভাৰ অধ্যক্ষ মহামহিম শ্ৰী কেভিন মেককাৰ্থি; চিনেটৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা মহামহিম শ্ৰীযুত চাৰ্লচ শ্বুমাৰ; চিনেট ৰিপাব্লিকান নেতা মহামহিম মিত্চ মেককনেল; আৰু হাউচ ডেমক্ৰেটিক নেতা মহামহিম শ্ৰীযুত হাকিম জেফ্ৰিজৰ আমন্ত্ৰণ ক্ৰমে মাৰ্কিন ‘কংগ্ৰেছৰ যুটীয়া বৈঠক’ত ভাষণ প্ৰদান কৰে।চিবিআইৰ হীৰক জয়ন্তী উদযাপনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 03rd, 03:50 pm
আজি আৰম্ভ কৰা কিছুমান চহৰৰ নতুন চিবিআই কাৰ্যালয়, টুইটাৰ হেণ্ডেল, অন্যান্য ব্যৱস্থাই হওঁক, তেওঁলোকে নিশ্চিতভাৱে চিবিআইক অধিক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। চিবিআইয়ে নিজৰ সেৱা আৰু দক্ষতাৰ জৰিয়তে সাধাৰণ জনতাক নতুন আস্থা প্ৰদান কৰিছে। আজিও যেতিয়া কোনোবাই এটা গোচৰৰ সমাধান অসম্ভৱ বুলি অনুভৱ কৰে তেতিয়া তেওঁলোকে দাবী কৰে যে সেইটো চিবিআইক গতাই দিব লাগে। তদন্ত কৰি থকা সংস্থাটোৰ পৰা গোচৰটো লৈ চিবিআইক গতাই দিয়াৰ দাবীত মানুহে বিক্ষোভ প্ৰদৰ্শন কৰে। পঞ্চায়ত পৰ্যায়ত কিবা ইছ্যু থাকিলেও মানুহে কয়, এইটো চিবিআইক গতাই দিব লাগে।ন্যায়ৰ ব্ৰেণ্ড হিচাপে চিবিআই আজি মানুহৰ মুখে মুখে।প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৰ হীৰক জয়ন্তী উদযাপন উদ্বোধন কৰে
April 03rd, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ হীৰক জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো ১৯৬৩ চনৰ ১ এপ্ৰিল তাৰিখে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ এক প্ৰস্তাৱৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল।Vision of self-reliant India embodies the spirit of global good: PM Modi in Indonesia
November 15th, 04:01 pm
PM Modi interacted with members of Indian diaspora and Friends of India in Bali, Indonesia. He highlighted the close cultural and civilizational linkages between India and Indonesia. He referred to the age old tradition of Bali Jatra” to highlight the enduring cultural and trade connect between the two countries.প্রধানমন্ত্রীয়ে ইন্দোনেছিয়াৰ বালিত ভাৰতীয় বংশোদ্ভুত আৰু ভাৰতৰ বন্ধুসকলৰ সৈতে মতবিনিময় কৰে
November 15th, 04:00 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১৫ নবেম্বৰত ইন্দোনেছিয়াৰ বালিত ৮০০জনৰো অধিক ভাৰতীয় বংশোদ্ভুত আৰু ভাৰতৰ বন্ধুসকলৰ সৈতে মতবিনিময় কৰে। ইন্দোনেছিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা এই প্ৰাণৱন্ত লোকসকল একত্ৰিত হৈছিল।