উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক; পিএমএনআৰএফৰ অধীনত এককালীন সাহাৰ্য ঘোষণা
October 04th, 10:52 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে৷ তেওঁ আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে ভুক্তভোগীক সকলো ধৰণে সহায় কৰাত নিয়োজিত হৈ আছে।SP government had tarnished the name of Mirzapur: PM Modi in Mirzapur, UP
May 26th, 11:15 am
Prime Minister Narendra Modi addressed a spirited public meeting in Mirzapur, Uttar Pradesh. Emphasizing the significance of the ‘Jyestha’ month in Indian tradition, PM Modi highlighted the unique importance of every Tuesday, referred to as ‘Bada Mangal’ or ‘Budhwa Mangal’. “This time, this Budhwa Mangal is even more special, because, after 500 years this is the first Bada Mangal when Bajrang Bali’s Bhagwan Ram will be enshrined in his grand temple in Ayodhya,” PM Modi said.PM Modi campaigns in Uttar Pradesh’s Mirzapur, Ghosi and Bansgaon
May 26th, 11:04 am
Prime Minister Narendra Modi addressed spirited public meetings in Mirzapur, Ghosi and Bansgaon, Uttar Pradesh. Addressing the huge gathering, the PM said, Samajwadi party and Congress people are dedicated to vote bank whereas Modi is dedicated to the poor, Dalits and backward people of the country...বাৰাণসীত বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু উৎসৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
December 18th, 02:16 pm
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, গুজৰাট বিধানসভাৰ অধ্যক্ষ তথা বনাস ডেইৰীৰ অধ্যক্ষ আৰু আজি বিশেষভাৱে কৃষকসকলক উপহাৰ দিবলৈ অহা শ্ৰীমান শংকৰ ভাই চৌধুৰী, ৰাজ্যিক মন্ত্ৰী পৰিষদৰ সদস্য, বিধায়কসকল, অন্যান্য গণ্যমান্য ব্যক্তি আৰু বাৰাণসীৰ মোৰ পৰিয়ালৰ সদস্যসকল।উত্তৰ প্ৰদেশৰ বাৰাণসীত ১৯,১৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে
December 18th, 02:15 pm
প্ৰকল্পসমূহৰ ভিতৰত আছে প্ৰায় ১০,৯০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নিউ পণ্ডিত দীনদয়াল উপাধ্যায় নগৰ-নিউ ভৌপুৰ ডেডিকেটেড ফ্ৰেইট কৰিডৰ প্ৰকল্পৰ উদ্বোধন আৰু অন্যান্য ৰে’ল প্ৰকল্প। তেওঁ নতুনকৈ উদ্বোধন কৰা ডেডিকেটেড ফ্ৰেইট কৰিডৰত বাৰাণসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল, দোহৰীঘাট-মাউ মেমু ৰে’ল আৰু এযোৰ লং হ’ল গুডছ ৰে’লৰ ফ্লেগ অফ কৰে। বেনাৰস ইঞ্জিন ৱৰ্কছৰ দ্বাৰা নিৰ্মিত ১০,০০০ সংখ্যক ইঞ্জিনকো তেওঁ ফ্লেগ অফ কৰে। তেওঁ ৩৭০ কোটিতকৈ অধিক ব্যয় সাপেক্ষে দুটা আৰ অ’ বিৰ সৈতে সেউজ ক্ষেত্ৰ শিৱপুৰ-ফুলৱাৰিয়া-লাহৰতৰা পথ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা আন মূল প্ৰকল্পসমূহৰ ভিতৰত আছে ২০টা পথ শক্তিশালী আৰু বহল কৰা; কাইঠি গাঁৱৰ সংগম ঘাট পথ আৰু পণ্ডিত দীনদয়াল উপাধ্যায় চিকিৎসালয়ত আৱাসিক ভৱন নিৰ্মাণ, পুলিচ লাইন আৰু পি এ চি ভুলনপুৰৰ দুটা ২০০ আৰু ১৫০ বিচনাযুক্ত বহুমহলীয়া বেৰেক বিল্ডিং, ৯টা স্থানত নিৰ্মাণ কৰা স্মাৰ্ট বাছ আশ্ৰয় শিবিৰ আৰু আলাইপুৰত নিৰ্মাণ কৰা ১৩২ কিলোৱাট চাবষ্টেচন নিৰ্মাণৰ কাম। তেওঁ স্মাৰ্ট চিটি মিছনৰ অধীনত ইউনিফাইড টুৰিষ্ট পাছ ছিষ্টেমো আৰম্ভ কৰে।PM Modi addresses public meeting in Mirzapur, Uttar Pradesh
March 04th, 12:45 pm
Prime Minister Narendra Modi today addressed a public meeting in Mirzapur, Uttar Pradesh. PM Modi started his address by highlighting how the people of UP have voted for the good governance of BJP in the first 6 phases of the elections and gave responsibility to the people of Mirzapur to continue removing ‘Pariwarvad’ and ‘Mafiawaad’ from UP.Access to piped drinking water would improve the health of poor families: PM Modi
November 22nd, 11:31 am
PM Modi laid foundation stone of rural drinking water supply projects in Mirzapur and Sonbhadra districts of Vindhyachal region of Uttar Pradesh. He said under the Jal Jeevan Mission, the life of our mothers and sisters is getting easier due to easy water access at the comfort of their homes. He added a major benefit of this has also been reduction of many diseases.উত্তৰ প্ৰদেশৰ বিন্ধ্যাচল অঞ্চলত গ্ৰাম্য খোৱাপানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়
November 22nd, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে উত্তৰ প্ৰদেশৰ বিন্ধ্যাচল অঞ্চলৰ মিৰ্জাপুৰ আৰু সোণভদ্ৰাত গ্ৰাম্য খোৱাপানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে অঞ্চলকেইটাৰ ‘পানী আৰু অনাময় সমিতি/পানী সমিতি’সমূহৰ সদস্যসকলৰ সৈতে বাৰ্তালাপতো মিলিত হয়। আধাৰশিলা অনুষ্ঠানত কেন্দ্ৰীয় জল শক্তি বিভাগৰ মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাট, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল আৰু মুখ্য মন্ত্ৰী শ্ৰী যোগী আদিত্যনাথেও অংশগ্ৰহণ কৰে।প্ৰধানমন্ত্ৰীয়ে ২২ নৱেম্বৰত উত্তৰ প্ৰদেশৰ বিন্ধ্যাচল ক্ষেত্ৰত গ্ৰামীণ খোৱাপানী যোগান পৰিকল্পনাৰ আধাৰশিলা স্থাপন কৰি
November 20th, 02:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ নৱেম্বৰত ১১:৩০ বজাত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত উত্তৰ প্ৰদেশৰ বিন্ধ্যাচল ক্ষেত্ৰৰ মিৰ্জাপুৰ আৰু সোণভদ্ৰ জিলাত গ্ৰামীণ খোৱাপানী যোগান পৰিকল্পনাৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে গাঁৱৰ জল তথা স্বচ্ছতা সমিতি/পানী সমিতিৰ সদস্যৰ সৈতেও কথা পাতিব। এই উপলক্ষে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথো উপস্থিত থাকিব।মিৰজাপুৰত প্ৰধানমন্ত্ৰী, দেশবাসীৰ নামত উচৰ্গা বানসাগৰ নলীনাদ প্ৰকল্প
July 15th, 12:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মিৰজাপুৰক বানসাগৰ নলীনাদ প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰে। এই প্ৰকল্পই অঞ্চলটোৰ জলসিঞ্চনৰ ক্ষেত্ৰত বৃহৎ সকাহ দিয়াৰ লগতে উত্তৰপ্ৰদেশৰ মিৰজাপুৰ আৰু এলাহাবাদ জিলাৰ কৃষকসকলক উপকৃত কৰিব।বাণসাগৰ কেনেল প্ৰকল্প মুকলি আৰু মিৰ্জাপুৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
July 15th, 12:15 pm
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান ৰাম নায়ক মহোদয়, মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ মহোদয়, উপ মুখ্যমন্ত্ৰী শ্ৰীমান কেশৱ প্ৰসাদ মৌৰ্য মহোদয়, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ ভগ্নী অনুপ্ৰিয়া মহোদয়া, ৰাজ্য চৰকাৰৰ মন্ত্ৰী শ্ৰীমান সিদ্ধাৰ্থ নাথ মহোদয়, শ্ৰীমান গৰ্ববাল সিংহ মহোদয়, শ্ৰীমান আশোতোষ টেণ্ডন মহোদয়, শ্ৰীমান ৰাজেশ অগ্ৰৱাল মহোদয় আৰু ভাৰতীয় জনতা দলৰ প্ৰদেশ অধ্যক্ষ আৰু মোৰ পুৰণি মিত্ৰ, সাংসদ মোৰ সহযোগী ডাঃ মহেন্দ্ৰ নাথ পাণ্ডে মহোদয়, সাংসদ শ্ৰী বীৰেন্দ্ৰ সিং, সাংসদ ভাই ছোটে লাল আৰু ইয়াত উপস্থিত মোৰ মৰমৰ ভাতৃ তথা ভগ্নীসকল৷PM Modi & French President inaugurate Solar Plant in Mirzapur
March 12th, 12:00 pm
Prime Minister Narendra Modi and French President Emmanuel Macron inaugurate the 100 MW solar power plant in Mirzapur, Uttar Pradesh today.Social Media Corner 3 March 2017
March 03rd, 09:06 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!UP elections are about giving opportunities to the state's youth, ensuring safety of people & all round progress of poor: PM
March 03rd, 02:26 pm
Prime Minister Narendra Modi addressed huge public meeting in Mirzapur, Uttar Pradesh. PM Modi emphasized that this election in Uttar Pradesh is a fight for the rights of the poor, fight to provide equal opportunities to the youth.PM Modi addresses public rally in Mirzapur, Uttar Pradesh
March 03rd, 02:25 pm
Prime Minister Narendra Modi addressed huge public meeting in Mirzapur, Uttar Pradesh today. Shri Modi thanked the people of Uttar Pradesh for their support during elections. PM Modi emphasized that this election in Uttar Pradesh is a fight for the rights of the poor. PM took a dig at the corruption level in the state and said, “From lodging FIRs to jobs, from pension schemes to ration card, termite of corruption has badly gripped Uttar Pradesh.” Prime Minister Modi mentioned that his government is committed towards the welfare of farmers.