
‘India’s Defence Transformation is a Testament to Self-Reliance and Sovereignty,’ says Rajnath Singh, Minister of Defence
January 31st, 03:38 pm
India’s defence sector has witnessed unprecedented growth and modernisation in recent years, driven by indigenous production, strategic investments, and a renewed focus on self-reliance. From the ₹10,000 crore Pinaka rocket ammunition deal to advanced missile technologies like Agni V MIRV and Pralay, the nation is reinforcing its position as a global military powerhouse.
ৰাজস্থানৰ পোখৰাণত 'এক্সাৰচাইজ ভাৰত শক্তি' অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
March 12th, 02:15 pm
ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভজন লাল শৰ্মা জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ ৰাজনাথ সিং জী, গজেন্দ্ৰ শেখাৱত জী, কৈলাশ চৌধুৰী জী, পিএছএৰ অধ্যাপক অজয় সুদ জী, প্ৰতিৰক্ষা মুৰব্বী, জেনেৰেল অনিল চৌহান, এয়াৰ চিফ মাৰ্শ্বাল ভি আৰ চৌধাৰী, নৌসেনা প্ৰধান এডমিৰেল হৰি কুমাৰ, আৰ্মি চিফ জেনেৰেল মনোজ পাণ্ডে, জ্যেষ্ঠ বিষয়াসকল, তিনিওটা সেনাৰ সকলো বীৰ… আৰু ইয়াত উপস্থিত পোখৰাণৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল!
প্ৰধানমন্ত্ৰী 'ভাৰত শক্তি'ৰ সাক্ষী - ৰাজস্থানৰ পোখৰাণত সেনাৰ তিনিটা বাহিনীৰ টোপ অনুশীলন আৰু কৌশল প্ৰদৰ্শন
March 12th, 01:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ পোখৰাণত তিনিওটা বাহিনীৰ টোপৰ অনুশীলন আৰু কৌশল অনুশীলনৰ ৰূপত থলুৱা প্ৰতিৰক্ষা সামৰ্থ্যৰ এক সমন্বিত প্ৰদৰ্শন প্ৰত্যক্ষ কৰে। 'ভাৰত শক্তি'ত দেশৰ অত্মনিৰ্ভৰ উদ্যোগৰ ওপৰত আধাৰিত দক্ষতাৰ প্ৰদৰ্শন হিচাপে বিভিন্ন থলুৱা অস্ত্ৰ প্ৰণালী আৰু মঞ্চ প্ৰদৰ্শন কৰা হ'ব।প্ৰধানমন্ত্ৰীয়ে ‘মিছন দিব্যাষ্ট্ৰ’ৰ প্ৰশংসা কৰে যি মাল্টিপল ইণ্ডিপেণ্ডেণ্টলি টাৰ্গেটেবল ৰি-এণ্ট্ৰি ভেহিকল (MIRV)ৰে সজ্জিত থলুৱাভাৱে নিৰ্মিত অগ্নি-৫ ক্ষেপণাস্ত্ৰৰ প্ৰথম উৰণ পৰীক্ষা
March 11th, 06:56 pm
মিছন দিব্যাষ্ট্ৰৰ বাবে আমাৰ ডিআৰডিঅ’ৰ বিজ্ঞানীসকলক লৈ গৌৰৱান্বিত, যিটো হৈছে মাল্টিপল ইণ্ডিপেণ্ডেণ্টলি টাৰ্গেটেবল ৰি-এণ্ট্ৰি ভেহিকল (এমআইআৰভি) প্ৰযুক্তিৰে সজ্জিত থলুৱাভাৱে নিৰ্মিত অগ্নি-৫ মিছাইলৰ প্ৰথম উৰণ পৰীক্ষা।