যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামান্য বৰিছ জনছনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
October 11th, 06:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামান্য বৰিছ জনছনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।ফ্রান্সৰ ৰাষ্ট্রপতিৰ সৈতে প্রধানমন্ত্রীৰ টেলিফোনিক বার্তালাপ
September 21st, 06:05 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্ৰ’ সৈতে টেলিফোনযোগে কথা পাতে৷সৰু চহৰবোৰ হ’ল নতুন ভাৰতৰ ভেটি, ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়
February 06th, 08:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ আগবঢ়ায়৷ তেওঁ কয় যে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ লক্ষ্য অভিলাসী কিন্তু আমি ডাঙৰ চিন্তা কৰিব লাগিব আৰু আগুৱাই যাব লাগিব৷ “মই আপোনালোকক পুনৰ নিশ্চিত কৰিব বিচাৰো যে ভাৰতীয় অৰ্থনীতি শক্তিশালী৷ ভাৰতে সম্পূৰ্ণ গতি আৰু সম্ভাৱনীয়তাৰে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ সপোন দেখিছে৷”, —প্ৰধানমন্ত্ৰীয়ে কয়৷Our Government has brought new thoughts and new approach to the governance: PM Modi
February 06th, 07:51 pm
PM Modi in his reply in Rajya Sabha, to the Motion of Thanks to the President’s Address said that in the last five years Government has brought new thoughts and new approach to the governance.প্ৰশাসন ব্যৱস্থালৈ নতুন দৃষ্টিভংগী, নতুন চিন্তাঃ ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাবৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়৷
February 06th, 07:50 pm
প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰত কয় যে যোৱা পাঁচ বছৰত চৰকাৰে প্ৰশাসন ব্যৱস্থালৈ নতুন দৃষ্টিভংগী আৰু নতুন চিন্তা কঢ়িয়াই আনিছে৷ ডিজিটেল ইণ্ডিয়াক ইয়াৰ উৎকৃষ্ট উদাহৰণ বুলি উল্লেখ কৰি তেওঁ কয় ২০১৪ৰ পূৰ্বে মাত্ৰ ৫৯খন গাঁও পঞ্চায়তত ব্ৰ’ডবেণ্ড সংযোগ উপলব্ধ আছিল, কিন্তু যোৱা ৫বছৰত ১.২৫লাখ পঞ্চায়তত ব্ৰ’ডবেণ্ড সংযোগ আগবঢ়োৱা হৈছে৷লোকসভাত প্ৰধানমন্ত্ৰীৰ আশ্বাস, কোনো ভাৰতীয়কে প্ৰভাৱিত নকৰে নাগৰিকত্ব সংশোধনী আইনে
February 06th, 06:36 pm
আজি লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰত্যুত্তৰ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।ৰাষ্ট্ৰক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
August 08th, 08:06 pm
মোৰ মৰমৰ দেশবাসীসকল, এখন ৰাষ্ট্ৰ হিচাপত, এটা পৰিয়ালৰ হিচাপত, আপোনালোকে, আমি, সমগ্ৰ দেশে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে৷এনেকুৱা এক ব্যৱস্থা, যাৰ বাবে জম্মু–কাশ্মীৰ আৰু লাডাখৰ আমাৰ ভাতৃ–ভগ্নীসকল অনেক অধিকাৰৰ পৰা বঞ্চিত হৈ আছিল, তেওঁলোকৰ বিকাশৰ বাধাসমূহ এতিয়া দূৰ হ’ল৷ যি সপোন চৰ্দাৰ পেটেলৰ আছিল, বাবা চাহেব আম্বেদকাৰৰ আছিল, ডাক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ আছিল, অটলজী আৰু কোটি কোটি দেশভক্তৰ আছিল, সেয়া এতিয়া বাস্তৱায়িত হৈছে৷ জম্মু–কাশ্মীৰ আৰু লাডাখত এক নতুন যুগৰ সূচনা হৈছে৷ এতিয়া দেশৰ সকলো নাগৰিক অধিকাৰো সমান আৰু দায়িত্বও সমান৷ মই জম্মু–কাশ্মীৰৰ জনতাক, লাডাখৰ জনতাক আৰু প্ৰত্যেক দেশবাসীলৈ অলেখ অভিনন্দন জনাইছো৷English rendering of Prime Minister’s reply to the Motion of thanks on President’s address in the Rajya Sabha on 26 June, 2019
June 26th, 02:01 pm
PM Modi replied to the motion of thanks on the President’s address, in Rajya Sabha. The Prime Minister said that the mandate of the 2019 Lok Sabha elections showcases the desire of the citizens for stability. He added that the trend of electing stable governments is now being seen in various States.ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ ধন্যবাদসূচক বক্তব্য
June 26th, 02:00 pm
ৰাজ্যসভাত ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা ভাষণৰ প্ৰতি আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদসূচক বক্তব্য প্ৰদান কৰে৷ তেওঁ বিতৰ্কত অংশগ্ৰহণ তথা অৱদান আগবঢ়োৱাৰ বাবে উচ্চ সদনৰ সাংসদসকলক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ ৰাজ্যসভাৰ প্ৰয়াত সাংসদ শ্ৰী মদনলাল ছাইনীৰ প্ৰতি শ্ৰদ্ধাঞ্জলিও নিবেদন কৰে৷Today, we have to live for the nation and build the India our freedom fighters dreamt of: PM Modi
June 25th, 05:25 pm
Replying to the Motion of Thanks on the President's address, PM Modi said that the people of India elected a stable Government. He said, “The 2019 Lok Sabha elections show that more than themselves, the people of India are thinking about the good of the nation.” Further adding, the PM said, “Today is 25th June. Emergency was imposed on this date when the Constitution was trampled over, media was gagged and judiciary bullied. We should not forget those dark days so that no one thinks of repeating them.”লোকসভাত ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা ভাষণৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীৰ ধন্যবাদসূচক ভাষণ
June 25th, 05:22 pm
সংসদত ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা ভাষণৰ বিপৰীতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ধন্যবাদসূচক ভাষণ প্ৰদান কৰে৷ তেওঁ সংসদৰ সাংসদসকলক বিশেষকৈ প্ৰথমবাৰলৈ সাংসদ হৈ অহাসকলক বিভিন্ন বিতৰ্কত ভাগ লোৱাৰ বাবে ধন্যবাদ জনায়৷ তেওঁ লগতে কয় যে ৰাষ্ট্ৰপতিৰ ভাষণত কোটি কোটি ভাৰতীয়ৰ সপোনৰ এখন নতুন ভাৰত পৰিস্ফূট হৈছে৷Congress and TRS are playing a friendly match in Telangana: PM Modi
November 27th, 12:08 pm
Prime Minister Narendra Modi today addressed two major public meetings in Nizamabad and Mahabubnagar in Telangana. The rallies saw PM Modi thanking the BJP supporters across all the election-bound states for their faith and support for his government.TRS same as Congress: PM Modi in Telangana
November 27th, 12:00 pm
Prime Minister Narendra Modi today addressed two major public meetings in Nizamabad and Mahabubnagar in Telangana. The rallies saw PM Modi thanking the BJP supporters across all the election-bound states for their faith and support for his government.We have served the nation with the Mantra of 'Sabka Saath, Sabka Vikas': PM Modi in Lok Sabha
July 20th, 08:31 pm
Addressing the Lok Sabha, PM Narendra Modi urged all parties to reject the no confidence motion moved in the Parliament House. He launched scathing attack on the Congress party for questioning valour of our jawans, Rafale deal with France and Doklam matter. He also came down heavily on the Congress for the NPA mess.অনাস্থা প্ৰস্তাৱক লৈ সংসদত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মুখ্য দিশসমূহ
July 20th, 08:30 pm
আজি একাংশ সদস্যই প্ৰকাশ কৰা নেতিবাচক দৃষ্টিভংগী দেশবাসীয়ে প্ৰত্যক্ষ কৰিছে৷ ভাৰতবৰ্ষই চাই আছে কিদৰে একাংশ লোকে উন্নয়নৰ তীব্ৰ বিৰোধিতা আগবঢ়াইছে৷Appreciate the Yuva Morcha for staying connected with people online, offline and on ground: PM Modi
May 07th, 10:15 am
Interacting with the BJP Yuva Morcha of Karnataka, PM Modi appreciated them and said that they were at the forefront. Shri Modi lauded them for their efforts to remain constantly connected with people be it online, offline or on ground.PM Modi interacts with BJP Karnataka Youth Morcha
May 07th, 10:14 am
Interacting with the BJP Yuva Morcha of Karnataka, PM Modi appreciated them and said that they were at the forefront. Shri Modi lauded them for their efforts to remain constantly connected with people be it online, offline or on ground.Nation is one. We will not work for Hindus or Muslims, we work for the people of India: Narendra Modi addressing 3D rally
May 02nd, 03:57 pm
Nation is one. We will not work for Hindus or Muslims, we work for the people of India: Narendra Modi addressing 3D rally