এছিয়ান গেমছ ২০২২ ত ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলৰ সৈতে এক বাৰ্তালাপত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
November 01st, 07:00 pm
মই আপোনালোক সকলোকে লগ পোৱাৰ সুযোগ বিচাৰি আছিলো আৰু লগতে অপেক্ষা কৰি আছো, কেতিয়া লগ পাম, কেতিয়া মই আপোনালোকৰ অভিজ্ঞতা শুনিবলৈ পাম। আৰু মই দেখিছোঁ যে যেতিয়াই আপোনালোক নতুন উৎসাহেৰে আহে, নিজেই এক বৃহৎ অনুপ্ৰেৰণা হৈ পৰে, দেশৰ বাবে দহৰ বাবে। গতিকে প্ৰথমে, মই আপোনালোক সকলোকে পোনপ্ৰথমেই এষাৰ কথাই ক’বলৈ বিচাৰিছো, সেয়া হৈছে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন। আপোনালোক ভাৰতৰ বাহিৰত আছিল, চীনত খেলি আছিল, কিন্তু হয়তো আপোনালোকে হয়তো নাজানে, মইও আপোনালোকৰ সৈতেই আছিলো, মনে প্ৰাণে। মই আপোনালোকৰ প্ৰতিটো মুহূৰ্ত খবৰ ৰাখিছিলো, আপোনালোকৰ প্ৰচেষ্টা, আপোনালোকৰ আত্মবিশ্বাসৰ গাঁথা শুনি বিভোৰ হৈছিলো। আপোনালোক সকলোৱে দেশখনক যিদৰে গৌৰৱান্বিত কৰিছে, সেয়া সঁচাকৈয়ে অভূতপূৰ্ব। আৰু তাৰ বাবে, আপোনালোকক, আপোনালোকৰ প্ৰশিক্ষকসকলক, আপোনালোকৰ পৰিয়ালৰ সদস্যসকলক যিমানেই অভিনন্দন দিম সিমানে কমেই হ’ব। আৰু এই ঐতিহাসিক সফলতাৰ বাবে দেশবাসীৰ হৈ মই আপোনালোক সকলোকে পুনৰবাৰ অভিনন্দন জনাইছো।এছিয়ান পেৰা গেমছ ২০২২ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰ দলটোক সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
November 01st, 04:55 pm
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ মেজৰ ধ্যান চান্দ নেচনেল ষ্টেডিয়ামত ভাৰতৰ এছিয়ান পেৰা গেমছৰ দলটোৰ সৈতে মত বিনিময় কৰে আৰু সম্বোধন কৰে। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছ ২০২২ত অংশগ্ৰহণ কৰা ক্ৰীড়াবিদসকলক অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যতৰ প্ৰতিযোগিতাসমূহৰ বাবে তেওঁলোকক প্ৰেৰণা যোগোৱাৰ প্ৰয়াস কৰে।PM to interact with and address the contingent of Indian athletes who participated in the Asian Para Games on 1st November
October 31st, 05:04 pm
PM Modi will interact with and address India's Asian Para Games contingent on 1st November, 2023 at Major Dhyan Chand National Stadium, New Delhi. The programme will be attended by the athletes, their coaches, officials from the Paralympic Committee of India & Indian Olympic Association, representatives from National Sports Federations, and officials from the Ministry of Youth Affairs and Sports.প্ৰধানমন্ত্ৰীয়ে টকিঅ’ অলিম্পিকলৈ যোৱা ভাৰতীয় খেলুৱৈৰ দলৰ সৈতে ১৩ জুলাইত মত-বিনিময় কৰিব
July 11th, 03:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ জুলাইৰ সন্ধিয়া ৫ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে টকিঅ’ অলিম্পিকলৈ যোৱা ভাৰতীয় খেলুৱৈৰ দলৰ সৈতে মত-বিনিময় কৰিব।২৯.০৯.২০১৯ তাৰিখে ‘মন কী বাত’ৰ চতুৰ্থ খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
September 29th, 11:00 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷ বন্ধুসকল, আজিৰ ‘মন কী বাত’ত দেশৰ সেই মহান ব্যক্তিত্বৰ বিষয়ে মই উল্লেখ কৰিম৷ আমি সকলো ভাৰতবাসীৰ হৃদয়ত তেওঁৰ প্ৰতি অশেষ সন্মান আছে, প্ৰীতিভাৱ আছে৷ বোধহয় এনে কোনো ভাৰতীয় নোলাব যাৰ হৃদয়ত তেওঁৰ প্ৰতি আদৰ আৰু সন্মানৰ ভাৱ নাথাকিব৷ তেওঁ বয়সত আমাতকৈ ডাঙৰ আৰু দেশৰ বিভিন্ন ঘাত–প্ৰতিঘাত, উত্থান–পতনৰো তেওঁ সাক্ষী৷ আমি তেওঁক দিদি বুলি কও– ‘লতা দিদি’৷ তেওঁ এই ২৮ ছেপ্টেম্বৰত ৯০ বছৰত ভৰি দিছে৷ বিদেশ যাত্ৰালৈ যোৱাৰ পূৰ্বে মই দিদিৰ সৈতে ফোনত কথা পতাৰ সৌভাগ্য লাভ কৰিছিলো৷Remarks by Congress’ guru shows its utter arrogance and hatred for the Sikh community: PM Modi
May 10th, 11:01 am
Prime Minister Narendra Modi addressed a large public meeting in Rohtak, Haryana today. The rally saw PM Modi hit out at the Congress party and its leaders for their arrogant and pisive politics while contrasting the BJP government’s track record in Haryana since 2014.PM Modi addresses public meeting in Haryana
May 10th, 11:00 am
Prime Minister Narendra Modi addressed a large public meeting in Rohtak, Haryana today. The rally saw PM Modi hit out at the Congress party and its leaders for their arrogant and pisive politics while contrasting the BJP government’s track record in Haryana since 2014.Prime Minister Narendra Modi to confer the National Youth Parliament Festival 2019 Awards to the Winners
February 26th, 03:01 pm
Prime Minister Shri Narendra Modi will confer the National Youth Parliament Festival 2019 awards to the winners on 27th February, 2019 at Vigyan Bhawan. Minister of State (I/C) for Youth Affairs and Sports Col Rajyavardhan Rathore (Retd) had launched the National Youth Parliament Festival 2019 on 12th January, 2019, the National Youth Day in order to encourage the youth in the age group of 18-25 years to engage with public issues and understand the common man’s point of view.চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 জানুৱাৰী 2018
January 06th, 07:45 pm
চ'ছিয়েল মিডিয়াৰ জড়িয়তে আপোনাৰ বাবে শাসনকার্য সম্পৰ্কীয় দৈনিক সংযোজন। শাসন সম্পর্কীয় আপোনাৰ টুইট ইয়াত দৈনিক প্ৰকাশিত হ'ব। পঢ়ি থাকক আৰু শ্বেয়াৰ কৰক!PM meets Indian Team that participated in FIFA U-17 World Cup
November 10th, 02:43 pm
PM Modi met the Indian Team that participated in the recently concluded FIFA U-17 World Cup. The Prime Minister encouraged the players to not feel disappointed with the outcome of the tournament, but to treat it as a learning opportunity. He said competing with enthusiasm and spirit is the first step to success.PM Modi inaugurates Synthetic Track of USHA School of Athletics at Kinalur
June 15th, 06:39 pm
While speaking at inauguration of Usha School of Athletics, PM Narendra Modi emphasized the importance of sports. He said, Sports can be expanded to mean S for Skill; P for Perseverance; O for Optimism; R for Resilience; T for Tenacity; S for Stamina. The PM added that India had no dearth of talent and need was to provide right kind of opportunity and create an ecosystem to nurture the talent. Women in our country have made us proud by their achievements in all fields- more so in sports, he added.