সংযোগৰ সুবিধা প্ৰদান কৰা, ভ্ৰমণ সূচল কৰা, পৰিবহণ ব্যয় হ্ৰাস কৰা, তেল আমদানি হ্ৰাস কৰা আৰু কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন হ্ৰাস কৰাৰ বাবে কেবিনেটে আনুমানিক ৬,৭৯৮ কোটি টকা ব্যয়ৰ দুটা প্ৰকল্পত অনুমোদন জনাইছে আৰু ৫ বছৰৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰা হ'ব
October 24th, 03:12 pm
দুটা অনুমোদিত প্ৰকল্প হৈছে – (ক) নাৰকটিয়াগঞ্জ-ৰক্সৌল-সীতামাৰী-দাৰভাংগা আৰু সীতামাৰী-মুজাফ্ফৰপুৰ শাখাত ২৫৬ কিলোমিটাৰ সামৰি আৰু (খ) ৫৭ কিলোমিটাৰ সামৰি অমৰাৱতী হৈ এৰুপালেম আৰু নামবুৰুৰ মাজত নতুন ৰে'লপথ নিৰ্মাণ।Cabinet approves construction of Varanasi-Pt.Deen Dayal Upadhyaya multitracking including new Rail-cum-Road Bridge across Ganga River
October 16th, 03:18 pm
The Union Cabinet, chaired by PM Modi, has approved a ₹2,642 crore multi-tracking project for the Ministry of Railways, aimed at easing congestion on the Varanasi-Pt. Deen Dayal Upadhyaya Junction route. This project will add 3rd and 4th railway lines, along with a new rail-cum-road bridge over the Ganga, enhancing capacity for both passenger and freight traffic. Aligned with the PM-Gati Shakti National Master Plan, it will boost regional development, create jobs, and support environmental goals.৩০৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰে’লপথ নিৰ্মাণ প্ৰকল্পলৈ অনুমোদন জনাইছে কেবিনেটে: মুম্বাই আৰু ইন্দোৰ দুই মুখ্য বাণিজ্যিক কেন্দ্ৰৰ মাজত আটাইতকৈ চুটি ৰে'ল সংযোগ প্ৰদান কৰিব
September 02nd, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত ‘অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটি’য়ে ৰে'ল মন্ত্ৰালয়ৰ অধীনত মুঠ ১৮,০৩৬ কোটি টকা (প্ৰায়) ব্যয় সাপেক্ষ নতুন ৰে'লপথ নিৰ্মাণ প্ৰকল্পলৈ অনুমোদন জনাইছে। ইন্দোৰ আৰু মনমাড়ৰ মাজত প্ৰস্তাৱিত নতুন ৰে'লপথটোৱে প্ৰত্যক্ষ সংযোগ প্ৰদান কৰাৰ লগতে গতিশীলতা উন্নত কৰিব, ভাৰতীয় ৰে'লৰ বাবে বৰ্ধিত সামৰ্থ্য আৰু সেৱাৰ নিৰ্ভৰযোগ্যতা প্ৰদান কৰিব। এই প্ৰকল্পটো প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ নতুন ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ, যি অঞ্চলটোৰ লোকসকলক অঞ্চলটোত ব্যাপক উন্নয়নৰ দ্বাৰা আত্মনিৰ্ভৰ কৰি তেওঁলোকৰ নিযুক্তি/স্ব নিয়োজনৰ সুযোগ বৃদ্ধি কৰিব।Cabinet approves 8 new line projects across Indian Railways
August 09th, 09:58 pm
The Cabinet Committee on Economic Affairs chaired by the Prime Minister Shri Narendra Modi has approved Eight (8) projects of Ministry of Railways with total estimated cost of Rs. 24,657 crore (approx.).‘ৰোজগাৰ মেলা’ৰ অধীনত প্ৰধানমন্ত্ৰীয়ে ১২ ফেব্ৰুৱাৰীত চৰকাৰী বিভাগ আৰু সংগঠনসমূহত নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তি প্ৰাপকসকলক ১ লাখতকৈয়ো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিব
February 11th, 03:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে ১২ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে পুৱা ১০:৩০ বজাত নতুনকৈ নিযুক্তি লাভ কৰা ১ লাখতকৈয়ো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰিব।ৰোজগাৰ মেলাৰ অধীনত প্ৰধানমন্ত্ৰীয়ে ২৮ অক্টোবৰত চৰকাৰী বিভাগ আৰু সংগঠনবোৰত নতুনকৈ অন্তৰ্ভুক্ত নিযুক্তিপ্ৰাপ্তসকলক ৫১,০০০ তকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিব
October 27th, 03:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ অক্টোবৰ, ২০২৩ তাৰিখে দুপৰীয়া ১ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে নতুনকৈ নিযুক্তিপ্ৰাপ্তসকলক ৫১,০০০ তকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে নিযুক্তি লাভ কৰাসকলকো সম্বোধন কৰিব।Modernization of stations will create a new atmosphere for development in the country: PM Modi
August 06th, 11:30 am
In a historic move, PM Modi laid the foundation stone for the redevelopment of 508 Railway Stations across the country via video conferencing. Redeveloped at a cost of more than Rs 24,470 crores, these 508 stations are spread across 27 states and union territories. Addressing the gathering, the PM Modi remarked “There is new energy, new inspirations and new resolutions”, the Prime Minister said underlining that it is the beginning of a new chapter in the history of Indian Railway.সমগ্ৰ দেশৰ ৫০৮টা ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
August 06th, 11:05 am
২৪,৪৭০ কোটিতকৈ অধিক টকা ব্যয়েৰে পুনৰ উন্নয়ন কৰা এই ৫০৮টা ষ্টেচন ২৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি লৈছে, যাৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত ৫৫ টাকৈ, বিহাৰত ৪৯টা, মহাৰাষ্ট্ৰত ৪৪, পশ্চিমবংগত ৩৭, মধ্য প্ৰদেশত ৩৪, অসমত ৩২টা ওড়িশাত ২৫ টা, পঞ্জাৱত ২২টা, গুজৰাট আৰু তেলেংগানাত ২১টাকৈ, ঝাৰখণ্ডত ২০টা, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত ১৮টাকৈ, হাৰিয়ানাত ১৫টা, কৰ্ণাটকত ১৩ টা ষ্টেচন আছে৷ৰত্নিপোৰালৈ ৰেল সংযোগক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
May 11th, 06:14 pm
অৱশেষত অৱন্তিপোৰা আৰু কাকাপোৰাৰ মাজত ৰত্নিপোৰা হল্টৰ দীৰ্ঘদিনীয়া দাবী পূৰণ হ’ল বুলি ৰে’ল মন্ত্ৰালয়ে টুইটযোগে প্ৰকাশ কৰিছে। এই হল্টৰ ফলত সুগম পৰিবহণৰ লগতে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটিব।ভূপাল আৰু নতুন দিল্লীৰ মাজত চলাচল কৰিবলগীয়া ‘বন্দে ভাৰত এক্সপ্ৰেছ’ ৰে’লগাড়ীৰ যাত্ৰা মুকলি কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ
April 01st, 03:51 pm
মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ জী, ৰে'লমন্ত্ৰী অশ্বিনী জী, গণ্যমান্য ব্যক্তিসকল আৰু বৃহত্ সংখ্যাত আহি ইয়াত উপস্থিত হোৱা ভূপালৰ মোৰ মৰমৰ!মধ্যপ্ৰদেশৰ ভূপালৰ ৰাণী কমলাপতি ষ্টেচনত বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ ইন্দোৰত ৰাম নৱমীত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ
April 01st, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ভূপালৰ ৰাণী কমলাপতি ৰে’লৱে ষ্টেচনত ভূপাল-নতুন দিল্লীৰ মাজৰ বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে ৰাণী কমলাপতি-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ পৰিদৰ্শন কৰাৰ লগতে ৰে’লৰ শিশু আৰু কৰ্মচাৰীসকলৰ সৈতেও মত বিনিময় কৰে।PM chairs 39th PRAGATI Interaction
November 24th, 07:39 pm
Prime Minister Narendra Modi chaired the meeting of 39th edition of PRAGATI. The PM reviewed eight projects spread across the ministries of Railways, Roads, Power and Petroleum worth over Rs. 20,000 crore. He also reviewed aspects relating to the Poshan Abhiyan.PM chairs 37th PRAGATI Meeting
August 25th, 07:55 pm
Prime Minister Modi chaired the 37th PRAGATI meeting. Nine agenda items were taken for review including eight projects and one scheme. The Prime Minister stressed on the significance of timely completion of these projects. PM Modi also directed the state officials to keep monitoring construction of oxygen plants and availability of hospital beds.বিশ্বৰ বৃহত্তম ৰে’ল সেতু চেনাব সেতুৰ আর্ক নির্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ বাবে প্রধানমন্ত্রীৰ প্রশংসা
April 05th, 08:51 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভাৰতীয় ৰে’লৰ দ্বাৰা জম্মু আৰু কাশ্মীৰত বিশ্বৰ বৃহত্তম ৰে’ল সেতু, চেনাব সেতুৰ আর্ক নির্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ বাবে প্রশংসা কৰে।৩৫সংখ্যক প্ৰগতি বাৰ্তালাপ অনুষ্ঠানত অধ্যক্ষতা প্ৰধানমন্ত্ৰী
January 27th, 08:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সক্ৰিয় প্ৰশাসন আৰু ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে জড়িত আঁচনিৰ সঠিক সময়ত ৰূপায়ণৰ বাবে আইচিটিভিত্তিক বহুপাক্ষিক মঞ্চৰ ৩৫সংখ্যক বৈঠকত অধ্যক্ষতা কৰে৷PM chairs 34th PRAGATI interaction
December 30th, 07:40 pm
Prime Minister Shri Narendra Modi chaired the thirty-fourth PRAGATI interaction today. In today’s meeting, various projects, programmes and grievances were reviewed. Projects of the Ministry of Railways, Ministry of Road Transport and Highways and Ministry of Housing & Urban Affairs were discussed.৩৩ সংখ্যক প্ৰগতি বাৰ্তালাপত প্ৰধানমন্ত্ৰীৰ পৌৰহিত্
November 25th, 08:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰগতি বৈঠকত পৌৰহিত্য কৰে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ জড়িতকৰণেৰে অধিক-সক্ৰিয় শাসনকাৰ্য্য আৰু সময়োচিত ৰূপায়ণৰ অৰ্থে আইচিটি নিৰ্ভৰ মাল্টি-মডেল প্লেটফৰ্ম প্ৰগতিত এয়া প্ৰধানমন্ত্ৰীৰ তেত্ৰিশ সংখ্যক বাৰ্তালাপ।চোহনা-মনেশ্বৰ-খাৰখাউদা হৈ পলৱালৰপৰা সোনিপথলৈ হাৰিয়ানা অৰ্বিটেল ৰেল কৰিডৰ প্ৰকল্পত কেবিনেটৰ অনুমোদন
September 15th, 06:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে চোহনা-মনেশ্বৰ-খাৰখাউদা হৈ পলৱালৰপৰা সোনিপথলৈ হাৰিয়ানা অৰ্বিটেল ৰেল কৰিডৰ প্ৰকল্পত অনুমোদন জনায়।।৩২তম প্ৰগতিৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ সভাপতিত্ব
January 22nd, 05:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ৰ প্ৰথমখন প্ৰগতিৰ বৈঠকত সভাপতিত্ব কৰে৷ ৩২তম প্ৰগতিৰ এই বৈঠকত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক অন্তৰ্ভুক্ত কৰি আঁচনিসমূহৰ সময়মতে ৰূপায়নৰ খতিয়ান লোৱা হয়৷প্ৰাক্-বাজেটৰ মুহূৰ্তত বিভিন্ন খণ্ডৰ প্ৰতিনিধিৰ সৈতে অনুষ্ঠিত হোৱা এক বৈঠকত প্ৰধানমন্ত্ৰীৰ সভাপতিত্ব
January 09th, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত উপনীত হোৱাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণৰ উদ্দেশ্যে সকলো ষ্টেকহ’ল্ডাৰলৈ আহ্বান জনায়৷