Prime Minister congratulates citizens for record gas production
August 04th, 09:28 pm
The Prime Minister, Shri Narendra Modi has congratulated citizens for a new record towards self reliance in the field of gas production. Shri Modi said that self-reliance in the field of energy is very important in achieving the resolve of a developed India.মধ্যপ্ৰদেশৰ বীনাত উন্নয়নমুলক কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 14th, 12:15 pm
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ভাই শিৱৰাজ জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ হৰদীপ সিং পুৰী, মধ্যপ্ৰদেশৰ, সাংসদ, মন্ত্ৰী, বিধায়কসকলৰ লগতে মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল,মধ্যপ্ৰদেশৰ বিনাত ৫০,৭০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে
September 14th, 11:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ বিনাত ৫০,৭০০ কোটি টকাতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ভাৰত পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেডৰ বিনা শোধনাগাৰত থকা পেট্ৰ’কেমিকেল কমপ্লেক্স প্ৰায় ৪৯ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব; নৰ্মদাপুৰম জিলাৰ এটা শক্তি আৰু নবীকৰণযোগ্য শক্তি উৎপাদন মণ্ডল; ইন্দোৰত দুখন আই টি পাৰ্ক; ৰাটলামত এখন মেগা ঔদ্যোগিক উদ্যান; আৰু সমগ্ৰ মধ্যপ্ৰদেশত ছটা নতুন ঔদ্যোগিক অঞ্চল।কেন্দ্ৰীয় মন্ত্ৰীসভাই দেশত সহযোগিতা আন্দোলনক শক্তি প্ৰদান কৰা আৰু ইয়াৰ গমন তৃণমূল স্তৰলৈকে ব্যাপক কৰাত অনুমোদন জনায়
February 15th, 03:49 pm
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই দেশত সহযোগিতা আন্দোলনক শক্তি প্ৰদান কৰা আৰু ইয়াৰ গমন তৃণমূল স্তৰলৈকে ব্যাপক কৰাত অনুমোদন দিছে। সহযোগিতা মন্ত্ৰালয়ে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু মাননীয় গৃহ তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সক্ষম মাৰ্গদৰ্শনত মৎস্য পালন, পশুপালন আৰু ডেইৰী মন্ত্ৰালয়ৰ বিভিন্ন যোজনাৰ সমন্বয়ৰ মাধ্যমত 'সম্পূৰ্ণ চৰকাৰ' দৃষ্টিভংগীৰ সুবিধা গ্ৰহণ কৰি ব্যৱহাৰ্য প্ৰাথমিক কৃষি ঋণ সমিতি (পিএচিএছ)ৰ পৰা বঞ্চিত প্ৰত্যেক পঞ্চায়তত তাৰ প্ৰতিষ্ঠা কৰা, ব্যৱহাৰ্য ডেইৰী সহকাৰী সমিতিৰ পৰা বঞ্চিত প্ৰত্যেক পঞ্চায়ত/গাঁৱত তাৰ প্ৰতিষ্ঠা কৰা আৰু বৰ্তমানৰ পিএচিএছ/ডেইৰী/মৎস্য সহকাৰী সমিতিসমূহ শক্তিশালী কৰাৰ যোজনা প্ৰস্তুত কৰিছে। প্ৰাৰম্ভিক পৰ্যায়ত, অহা পাঁচ বছৰত ২ লাখ পিএচিএছ/ডেইৰী/মৎস্য সহকাৰী সমিতি স্থাপন কৰা হ'ব। এই পৰিকল্পনাৰ ৰূপায়ণৰ বাবে নাবাৰ্ড, ৰাষ্ট্ৰীয় ডেইৰী বিকাশ ব'ৰ্ড (এনডিডিবি) আৰু ৰাষ্ট্ৰীয় মৎস্য বিকাশ ব'ৰ্ড (এনএফডিবি)ৰ দ্বাৰা কাৰ্য যোজনা প্ৰস্তুত কৰা হ'ব।PM chairs 39th PRAGATI Interaction
November 24th, 07:39 pm
Prime Minister Narendra Modi chaired the meeting of 39th edition of PRAGATI. The PM reviewed eight projects spread across the ministries of Railways, Roads, Power and Petroleum worth over Rs. 20,000 crore. He also reviewed aspects relating to the Poshan Abhiyan.PM to address World Environment Day event on 5th June
June 04th, 07:39 pm
Prime Minister Shri Narendra Modi will participate in the World Environment Day event on 5th June 2021 at 11 AM via video conferencing. The event is being jointly organized by the Ministry of Petroleum & Natural Gas and the Ministry of Environment, Forest and Climate Change. The theme for this year’s event is ‘promotion of biofuels for better environment’.প্ৰধানমন্ত্ৰীয়ে ৩৬সংখ্যক প্ৰগতি বৈঠকৰ অধ্যক্ষতা কৰে
February 24th, 07:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৩৬সংখ্যক প্ৰগতি বৈঠকৰ অধ্যক্ষতা কৰে।১৭ ফেব্ৰুৱাৰীত তামিল নাডুত তেল ও গেছ খণ্ডৰ গুৰুত্বপূৰ্ণ প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীয়ে
February 15th, 08:42 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ফেব্ৰুৱাৰী, ২০২১ ৰ বিয়লি ৪:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে তামিল নাডুত তেল ও গেছ খণ্ডৰ গুৰুত্বপূৰ্ণ প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু শিলান্যাস কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰমন্থাপুৰম- তুতিকোৰিন প্ৰাকৃতিক গেছ পাইপলাইন আৰু মনালিস্থিত চেন্নাই পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন লিমিটেডত গেছ’লিন ডিচালফাৰাইজেশ্যন ইউনিট ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। তেখেতে তদুপৰি নাগপত্তনমত কাবেৰী বেছিন ৰিফাইনেৰীৰ শিলান্যাস কৰিব। এই প্ৰকল্পসমূহৰ ফলশ্ৰুতিত আৰ্থ-সামাজিকভাৱে যথেষ্ট পৰিমাণে উপকৃত কৰিব আৰু শক্তি আত্মনিৰ্ভৰতাৰ অভিমুখে দেশখনৰ যাত্ৰাক উদ্দীপনা যোগাব। এই কাৰ্যসূচীত তামিল নাডুৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব।পণ্ডিত দীন দয়াল পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ অষ্টম দীক্ষান্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্ত
November 21st, 11:06 am
পণ্ডিত দীন দয়াল উপাধ্যায় পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ অষ্টম দীক্ষান্ত অনুষ্ঠান উপলক্ষে আপোনালোক সকলোলৈ অভিনন্দন জনাইছো৷ যিসকলে আজি স্নাতক ডিগ্ৰী লাভ কৰিছে তেওঁলোকক আৰু তেওঁলোকৰ পিতৃ-মাতৃসকলোলৈও অশেষ অভিনন্দন জনাইছো৷ আজি দেশে আপোনালোকৰ দৰে উদ্যোগৰ বাবে প্ৰস্তুত ‘স্নাতক’ লাভ কৰিছে৷ আপোনালোকক অভিনন্দন আপোনালোকৰ পৰিশ্ৰমৰ বাবে, আপোনালোকে যি এই বিশ্ববিশ্বদ্যালয়ত শিকিছে তাৰ বাবে আৰু অনেক শুভকামনা থাকিল, ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে যি বৃহৎ লক্ষ্য লৈ আজি আপোনালোকে ইয়াৰ পৰা প্ৰস্থান কৰিছে সেই লক্ষ্যৰ বাবে, নতুন যাত্ৰাৰ বাবে৷গুজৰাটৰ গান্ধীনগৰত পণ্ডিত দীনদয়াল পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত প্ৰধানমন্ত্ৰ
November 21st, 11:05 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰত পণ্ডিত দীনদয়াল পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ অষ্টম সমাবৰ্তন মুকলি কৰে। ইয়াৰ সমান্তৰালকৈ তেওঁ একেটা দিনতে ৪৫ মেগাৱাট ক্ষমতাসম্পন্ন এক মনোক্ৰিষ্টালাইন ছ’লাৰ ফটোভোলটেক পেনেলৰো শিলান্যাস কৰে। ইয়াৰ উপৰিও তেওঁ ৱাটাৰ টেকন’লজীৰ এক উৎকৰ্ষ কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে একেটা দিনতে সেই বিশ্ববিদ্যালয় কেম্পাছত এটা ইনোভেশ্যন এণ্ড ইনকিউবেশ্যন চেন্টাৰ আৰু টেকন’লজী বিজনেছ ইনকিউবেশ্যন আৰু ট্ৰান্সলেশ্যনেল ৰিচাৰ্ছ চেন্টাৰ আৰু স্প’ৰ্টছ কমপ্লেক্সৰো আনুষ্ঠানিক উদ্বোধন কৰে।আগশাৰীৰ তেল আৰু গেছ কোম্পানীৰ চিইঅ’ৰ সৈতে মত-বিনিময় প্ৰধানমন্ত্ৰী
October 26th, 11:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশ আগশাৰীৰ তেল আৰু গেছ কোম্পানীৰ চিইঅ’ৰ সৈতে মত-বিনিময় কৰে। নীতি আয়োগ আৰু পেট্ৰ’লিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত এয়া এক বাৰ্ষিক অনুষ্ঠান।শীৰ্ষস্থানীয় গ্ল’ৱেল তেল ও গেছ কোম্পানীসমূহৰ চিইঅ’ৰে মত-বিনিময় আৰু ইণ্ডিয়া এনাৰ্জী ফৰাম উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
October 23rd, 09:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ অক্টোবৰ, ২০২০ৰ ভাৰতীয় মান সময় অনুসৰি সন্ধিয়া ৬.০০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নিটি আয়োগ আৰু পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে অনুষ্ঠিত কৰা বাৰ্ষিক কাৰ্যসূচীত শীৰ্ষস্থানীয় গ্ল’ৱেল তেল ও গেছ কোম্পানীসমূহৰ চিইঅ’ৰে মত-বিনিময় কৰিব।অহা ১৩ ছেপ্তেম্বৰত বিহাৰত পেট্ৰ’লিয়াম খণ্ডৰ সৈতে জড়িত তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়
September 11th, 06:35 pm
অহা ১৩ ছেপ্তেম্বৰত ভিডিঅ’ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেট্ৰ’লিয়াম খণ্ডৰ সৈতে জড়িত বিহাৰত থকা তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰিব। উল্লেখ্য যে এই প্ৰকল্পেকেইটাত আছে পাৰাদ্বীপ-হালদিয়া-দুৰ্গাপুৰ পাইপলাইন অ’গমেণ্টেশ্যন প্ৰকল্পৰ দুৰ্গাপুৰ বংকা খণ্ড আৰু দুটা ৰন্ধন গেছৰ বটলিং কাৰখানা। সংশ্লিষ্ট প্ৰকল্পকেইটা কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ক্ৰমে ইণ্ডিয়ান অইল আৰু এইচপিচিএলৰ দ্বাৰা পৰিচালিত হৈছে।Cabinet approves extension of time limit for availing the benefits of "Pradhan Mantri Garib Kalyan Yojana" for Ujjwala beneficiaries by three months w.e.f. 01.07.2020
July 08th, 07:06 pm
The Union Cabinet chaired by the Prime Minister, Shri Narendra Modi has approved the proposal of Ministry of Petroleum & Natural Gas for extension of time limit by three months w.e.f. 01.07.2020 for availing the benefits of “Pradhan Mantri Garib Kalyan Yojana for Ujjwala beneficiariesPM reviews situation of Oil Well Blow Out and fire in Assam
June 18th, 08:57 pm
PM Modi reviewed the situation arising out of oil well blow out in Tinsukia district, Assam. The PM assured the people of Assam that Government of India is fully committed to providing support and relief and rehabilitation to the affected families.৩২তম প্ৰগতিৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ সভাপতিত্ব
January 22nd, 05:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ৰ প্ৰথমখন প্ৰগতিৰ বৈঠকত সভাপতিত্ব কৰে৷ ৩২তম প্ৰগতিৰ এই বৈঠকত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক অন্তৰ্ভুক্ত কৰি আঁচনিসমূহৰ সময়মতে ৰূপায়নৰ খতিয়ান লোৱা হয়৷প্ৰধানমন্ত্ৰীয়ে ১১ ফেব্ৰুৱাৰীত উদ্বোধন কৰিব পেট্ৰ’টেক-২০১৯
February 10th, 12:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ফেব্ৰুৱাৰীত উত্তৰ-প্ৰদেশৰ গ্ৰেটাৰ নইডাৰ ইণ্ডিয়া এক্সপ’ চেণ্টাৰত পেট্ৰ্’টেক-২০১৯ উদ্বোধন কৰিব৷ অনুষ্ঠানৰ উদ্বোধনী অধিৱেশনত তেওঁ ভাষণো আগবঢ়াব৷প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ উজ্জ্বালা যোজনাৰ উপভোক্তাৰ
February 13th, 07:03 pm
প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ ১০০ৰো অধিক উপভোক্তাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে৷Social Media Corner 23 October 2017
October 23rd, 07:05 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!PM Modi lays foundation stone and inaugurates multiple development projects in Vadodara, Gujarat
October 22nd, 05:07 pm
PM Modi today laid foundation stone and inaugurated several development projects in Vadodara, Gujarat worth Rs. 3600 crores. The PM remarked, We are clear in our working. All our resources will be spent towards the wellbeing of every citizen. Our priority is development.