আহমেদাবাদৰ মেট্ৰ’ প্ৰকল্প পৰ্যায় ২ আৰু চুৰাট মেট্ৰ’ প্ৰকল্পৰ ভূমি পুজন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্ত
January 18th, 10:30 am
উত্তৰায়ণৰ আৰম্ভণিতে আজি আহমেদাবাদ আৰু চুৰাটে এক গুৰুত্বপূৰ্ণ উপহাৰ লাভ কৰিছে৷ দেশৰ দুখন বৃহৎ ব্যৱসায়িক কেন্দ্ৰ আহমেদাবাদ আৰু চুৰাটক মেট্ৰ’ই এই চহৰ দুখনত যোগাযোগ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ কাম কৰিব৷ কালি কেৱড়িয়াৰ বাবে নতুন ৰে’লপথ আৰু নতুন ৰে’লৰ শুভাৰম্ভ হৈছে৷ আহমেদাবাদতকৈও আধুনিক জন শতাব্দী এক্সপ্ৰেছ এতিয়া কেৱড়িয়ালৈ যাব৷ এই শুভাৰম্ভৰ বাবে মই গুজৰাটৰ জনসাধাৰণক অশেষ শুভকামনা জনাইছো৷Prime Minister performs Bhoomi-Poojan of Ahmedabad Metro Rail Project Phase-II and Surat Metro Rail
January 18th, 10:30 am
PM Modi performed ‘bhoomi pujan’ of Ahmedabad Metro’s Phase-II and Surat Metro. “Ahmedabad and Surat are receiving very important gifts today. Metro will further strengthen the connectivity in what are two major business centres of the country,” the Prime Minister said in his remarks. He further added that the rapid expansion of metro network in India in recent years showed the gulf between the work done by our government and the previous ones.খেল আৰম্ভ কৰো আহক: মন কী বাতত পুতলা নিৰ্মাণ খণ্ডত আত্মনিৰ্ভৰ ভাৰত সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী
August 30th, 11:00 am
বন্ধুসকল, এতিয়া ওনাম উৎসৱো ধুম-ধামেৰে পালন কৰা হৈছে৷ এই পৰ্ব চিনগম মাহত পালন কৰা হয়৷ এই সময়ছোৱাত মানুহে নতুন সামগ্ৰী ক্ৰয় কৰে, নিজৰ ঘৰ সজায়, পুক্কলম বনায়, ওনাম-সদিয়াৰ আনন্দ লয়, ভিন্ন-ভিন্ন ধৰণৰ খেল-ধেমালিৰ আয়োজন কৰে৷ ওনাম বিদেশতো পালন কৰা হয়৷ আমেৰিকা, ইউৰোপ আদি সকলোতে ওনামৰ আনন্দ পালন কৰা হয়৷ ওনাম এক আন্তৰ্জাতিক উৎসৱলৈ পৰিৱৰ্তিত হৈছে৷প্ৰতিৰক্ষা সামগ্ৰী উৎপাদন সন্দৰ্ভত আত্মনিৰ্ভৰ ভাৰত শীৰ্ষক আলোচনা-চক্ৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 27th, 05:11 pm
মই আনন্দিত যে ভাৰতৰ প্ৰতিৰক্ষা সঁজুলি উৎপাদনৰ সৈতে যুক্ত সকলো গুৰুত্বপূর্ণ ব্যক্তি আজি ইয়াত উপস্থিত আছে৷ এই আলোচনা-চক্ৰ আয়োজনৰ বাবে প্ৰতিৰক্ষা মন্ত্রী শ্রী ৰাজনাথ সিং আৰু তেওঁৰ সমগ্ৰ টীমক বহুত বহুত শুভেচ্ছা জনাইছো৷ আজি ইয়াত যি আলোচনা হ’ব আৰু তাৰ পৰা যি ফল পোৱা যাব, সেইবোৰে প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্রত ভাৰতৰ আত্মনির্ভৰতাৰ প্ৰচেষ্টাক আৰু অধিক শক্তিশালী আৰু গতিশীল কৰিব৷ আপোনালোক সকলোৱে যি পৰামর্শ আগবঢ়াইছে, পৰস্পৰৰে পৰামর্শৰ মাজেৰে আলোচনা কৰিছে, সেয়া নিঃসন্দেহে অনাগত দিনত দেশৰ বাবে অতি উপকাৰী হিচাপে প্ৰমাণিত হ’ব৷প্ৰতিৰক্ষা উত্পাদনত আত্মনিৰ্ভৰ ভাৰত বিষয়ক ছেমিনাৰ সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
August 27th, 05:00 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ভিডিঅ’ কনফাৰেঞ্চিঙৰ মাধ্যমেৰে প্ৰতিৰক্ষা উত্পাদনত আত্মনিৰ্ভৰ ভাৰত বিষয়ক এক ছেমিনাৰ সম্বোধন কৰে। প্ৰতিৰক্ষা উত্পাদনত আত্মনিৰ্ভৰ হোৱাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, প্ৰতিৰক্ষা উত্পাদন বৃদ্ধি কৰা, নতুন প্ৰযুক্তি বিকাশ আৰু প্ৰতিৰক্ষা খণ্ডত ব্যক্তিগত অংশগ্ৰহণকাৰীক গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰাটোৱেই আমাৰ লক্ষ্য।59 minute loan portal to enable easy access to credit for MSMEs: PM Modi
November 02nd, 05:51 pm
Prime Minister Narendra Modi today launched the ‘Support and Outreach Programme’ for Micro, Small and Medium Enterprise (MSME) sector of the country. At this event, PM Modi also announced twelve major decisions to accelerate growth in the MSMEs of India. PM Modi called these decisions as ‘Diwali Gifts’ from the government to the MSMEs of India.প্ৰধানমন্ত্ৰীৰ এমএছএমই খণ্ডৰ সমৰ্থন আৰু প্ৰচাৰ কাৰ্যসূচীৰ বাবে ঐতিহাসিক পদক্ষেপ মুকলি
November 02nd, 05:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ (এমএছএমই)খণ্ডৰ সমৰ্থন আৰু প্ৰচাৰ কাৰ্যসূচীৰ বাবে এক ঐতিহাসিক পদক্ষেপ মুকলি কৰে৷ এই কাৰ্যসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে এমএছএমইৰ বিকাশ, প্ৰসাৰ আৰু সুবিধা প্ৰদানৰ অৰ্থে ১২টা প্ৰধান বিষয়ৰ কথা ঘোষণা কৰে৷For me, the people of this country are my family: PM Modi
May 27th, 06:50 pm
Prime Minister Modi today inaugurated Delhi-Meerut Expressway and Eastern peripheral Expressway. Both these projects would greatly benefit people of Delhi NCR and western Uttar Pradesh. Addressing a huge public meeting at Baghpat on the occasion, PM Modi highlighted various development initiatives undertaken by the NDA Government at Centre to bring about a positive difference in the lives of people across the country.ইষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱে’ আৰু দিল্লী-মীৰাট এক্সপ্ৰেছৱে’ৰ পৰ্যায়-১ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
May 27th, 01:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দিল্লী এনচিআৰ অঞ্চলত দুটাকৈ নৱনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথ দেশৱাসীৰ বাবে মুকলি কৰে৷ ইয়াৰে প্ৰথমটো হ’ল নিজামুদ্দিন দলঙৰ পৰা দিল্লী ইউপি ব’ৰ্ডাৰলৈ বিস্তৃত ১৪ লেনযুক্ত দিল্লী-মীৰাট এক্সপ্ৰেছৱে’ৰ প্ৰথম পৰ্যায়৷ দ্বিতীয়টো প্ৰকল্প হ’ল ৰাষ্ট্ৰীয় ঘাইপথ-১ৰ কুন্দলীৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ-২ৰ পালৱাললৈ বিস্তৃত ১৩৫ কিলোমিটাৰ দৈৰ্ঘৰ ইষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱে’(ইপিই)৷কৰ্ণাটকে কংগ্ৰেছক ক্ষমতাছ্যুত কৰাৰ শপত লৈছেঃ বাঙ্গালুৰুত প্ৰধানমন্ত্ৰী মোদী
February 04th, 05:02 pm
বাঙ্গালুৰুত ‘পৰিৱৰ্তন যাত্ৰা’ ৰেলীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কংগ্ৰেছৰ বাবে ৰাজ্যৰ বাহিৰ হোৱাৰ সময় গণণা আৰম্ভ কৰিবৰ হ’ল। তেওঁ লগতে কয় যে বিজেপিয়ে উন্নয়নৰ কামত নিজকে সমৰ্পিত কৰিছে আনহাতে কংগ্ৰেছে কেৱল দুৰ্নীতি, ৰাজনীতি আৰু বিভেদকামী কাম-বনতে লিপ্ত হৈ আছে।PM Modi addresses public meeting in Bengaluru, Karnataka
February 04th, 04:58 pm
Addressing a ‘Parivartane Yatre’ rally in Bengaluru, PM Narendra Modi remarked that countdown for Congress to exit the state had begun and they were now standing at the exit gate. He added that BJP was devoted to development while the Congress only stood for corruption, politics of appeasement and pision.World market is waiting for us. No need to think our enterprise is small: PM at MSME event in Ludhiana
October 18th, 08:00 pm
India can play a major role in providing strength to global economy that is facing slowdown, Prime Minister Narendra Modi said while exhorting small businesses to make products with zero defect and zero effect on environment. He also stressed upon the need to promote Khadi industry. PM launched the National SC/ST Hub to provide support to entrepreneurs from the community. It will enable central public sector enterprises to fulfill procurement target set by the Government.PM launches National SC/ST hub & ZED scheme, presents Awards to MSMEs; dedicates 3 power projects to the nation
October 18th, 07:59 pm
PM Narendra Modi launched National SC/ST Hub and Zero Defect Zero Effect scheme today. PM Modi distributed Charkhas to 500 women and viewed their exhibits. He said, “Khadi is a priority for us. A Charkha at home brings more income.” The PM said that bringing the poor to the economic mainstream of the country was vital and the country’s progress was directly linked to it.