ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ‘হীৰক জয়ন্তী উদযাপন সমাৰোহ’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজী উপস্থাপনৰ পাঠ
January 28th, 01:00 pm
ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ওৱাই চন্দ্ৰচূড়জী, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল, বিভিন্ন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশবৃন্দ, বিদেশৰ আমাৰ অতিথি ন্যায়াধীশসকল, কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালজী, ‘এটৰ্নী জেনেৰেল’ ভেংকটৰমণীজী, ‘বাৰ কাউন্সিল’ৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰজী, ‘উচ্চতম ন্যায়ালয় বাৰ এছ'চিয়েশ্যন’ৰ সভাপতি ড০ অদিশ আগৰৱালাজী, অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!উচ্চতম ন্যায়ালয়ৰ ‘হীৰক জয়ন্তী উদযাপন সমাৰোহ’ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
January 28th, 12:19 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২৮ জানুৱাৰীত দিল্লীস্থ উচ্চতম ন্যায়ালয়ৰ প্ৰেক্ষাগৃহত ‘ভাৰতৰ উচ্চতম ন্যায়ালয়’ৰ ‘হীৰক জয়ন্তী উদযাপন সমাৰোহ’ৰ শুভাৰম্ভ ঘোষণা কৰে। ইয়াৰ লগতে তেওঁ এলানি নাগৰিক কেন্দ্ৰিক তথ্য আৰু প্ৰযুক্তিৰ প্ৰচেষ্টাও আৰম্ভ কৰে, যাৰ ভিতৰত আছে ‘ডিজিটেল উচ্চতম ন্যায়ালয়ৰ প্ৰতিবেদন’ (ডিজি এছচিআৰ), ‘ডিজিটেল আদালত ২.০’ আৰু উচ্চতম ন্যায়ালয়ৰ এটা নতুন ৱে’বছাইট।প্ৰধানমন্ত্ৰীয়ে ২৩ ছেপ্তেম্বৰ তাৰিখে নতুন দিল্লীত ‘আন্তঃৰাষ্ট্ৰীয় অধিবক্তাসকলৰ সন্মিলন’ মুকলি কৰিব
September 22nd, 02:10 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ ছেপ্তেম্বৰ, ২০২৩ত নতুন দিল্লীস্থিত বিজ্ঞান ভৱনত দিনৰ ১০ বজাত ‘আন্তঃৰাষ্ট্ৰীয় অধিবক্তাসকলৰ সন্মিলন ২০২৩’ৰ উদ্বোধন কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে উপস্থিত প্ৰতিনিধিসকলক উদ্দেশ্য়ি ভাষণ প্ৰদান কৰিব।আইন মন্ত্ৰী আৰু সচিবসকলৰ সৰ্বভাৰতীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অনূদিত ৰূপ
October 15th, 12:42 pm
ষ্টেচু অৱ ইউনিটিৰ মহিমাৰ মাজতে দেশৰ আৰু সকলো ৰাজ্যৰ আইন মন্ত্ৰী আৰু সচিবসকলৰ এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। আজি যেতিয়া দেশখনে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছে, চৰ্দাৰ পেটেলে জনস্বাৰ্থৰ বাবে আগবঢ়োৱা ত্যাগে, অনুপ্ৰেৰণাই আমাক সঠিক দিশত লৈ যাব আৰু আমাক লক্ষ্যলৈ লৈ যাব।প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' বাৰ্তাৰ জৰিয়তে গুজৰাটৰ একতা নগৰত আইন মন্ত্ৰী আৰু আইন সচিবসকলৰ সৰ্বভাৰতীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰে
October 15th, 12:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে আইন মন্ত্ৰী আৰু আইন সচিবসকলৰ সৰ্বভাৰতীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰে।‘নিখিল ভাৰত আইন মন্ত্ৰী আৰু আইন সচিব সন্মিলন’ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে
October 14th, 04:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ অক্টোবৰৰ পুৱা ১০.৩০বজাত অনুষ্ঠিতব্য ‘নিখিল ভাৰত আইন মন্ত্ৰী আৰু আইন সচিব সন্মিলন’ৰ উদ্বোধনী অনুষ্ঠানত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ভাষণ প্ৰদান কৰিব।Every Indian is working to realize the vision of a ‘New India’: PM Modi in Muscat
February 11th, 09:47 pm
The Prime Minister, Shri Narendra Modi today addressed the Indian community at Sultan Qaboos Stadium in Muscat, Oman.During his address, PM Modi appreciated the role of Indian diaspora in Oman and said that Indian diaspora has played an essential role in strengthening Indo-Oman tiesPM Modi addresses Indian Community in Muscat, Oman
February 11th, 09:46 pm
The Prime Minister, Shri Narendra Modi today addressed the Indian community at Sultan Qaboos Stadium in Muscat, Oman.During his address, PM Modi appreciated the role of Indian diaspora in Oman and said that Indian diaspora has played an essential role in strengthening Indo-Oman tiesNeed of the hour is to focus on application of science and technology: PM Modi
May 10th, 12:05 pm
At an event to mark introduction of digital filing as a step towards paperless Supreme Court, PM Narendra Modi emphasized the role of technology. PM urged to put to use latest technologies to provide legal aid to the poor. He added that need of the hour was to focus on application of science and technology.PM attends event to mark introduction of digital filing as a step towards paperless Supreme Court
May 10th, 12:00 pm
Inaugurating Supreme Court’s ICMIS, PM Narendra Modi emphasized the importance of technology. Stressing on e-governance, Shri Modi said that it was easy, economical, effective and even environment friendly as it cuts paper use. PM Modi said that need of the hour was to focus on application of science and technology. He urged to create a mass movement to provide legal aid to the poor using technology.