PM reviews preparedness for cyclone “Remal”

May 26th, 09:20 pm

Prime Minister Shri Narendra Modi chaired a meeting to review the preparedness for cyclone “Remal” over North Bay of Bengal at his residence at 7, Lok Kalyan Marg earlier today.

ৰোজগাৰ মেলাৰ অধীনত প্ৰধানমন্ত্ৰীয়ে ২৮ অক্টোবৰত চৰকাৰী বিভাগ আৰু সংগঠনবোৰত নতুনকৈ অন্তৰ্ভুক্ত নিযুক্তিপ্ৰাপ্তসকলক ৫১,০০০ তকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিব

October 27th, 03:32 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ অক্টোবৰ, ২০২৩ তাৰিখে দুপৰীয়া ১ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে নতুনকৈ নিযুক্তিপ্ৰাপ্তসকলক ৫১,০০০ তকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে নিযুক্তি লাভ কৰাসকলকো সম্বোধন কৰিব।

২০২৩ ৰপৰা ২০২৭ লৈ চিটি ইনভেষ্টমেন্টছ টু ইন’ভেট, ইন্টিগ্ৰেট এণ্ড ছাষ্টেইন ২.০ (CITIIS 2.0)ত অনুমোদন কেবিনেটৰ

May 31st, 09:21 pm

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে চিটি ইনভেষ্টমেন্টছ টু ইন’ভেট, ইন্টিগ্ৰেট এণ্ড ছাষ্টেইন ২.০ (CITIIS 2.0)ত অনুমোদন জনালে। ‘চিটিজ ২.০’ (CITIIS 2.0)হৈছে ফ্ৰান্স উন্নয়ন সংস্থা (AFD), ক্ৰেডিটানষ্টাল্ট ফৰ উইডেৰাউফবাউ (KfW), ইউৰোপিয়ানইউনিয়ন (EU)আৰু নেচনেল ইনষ্টিটিউট অৱ আৰবান এফেয়াৰ্ছ (NIUA)ৰ সৈতে অংশীদাৰিত্বৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে (MoHUA) পৰিকল্পনা কৰা এক কাৰ্য্যক্ৰম। এই কাৰ্য্যসূচী চাৰি বছৰ অৰ্থাৎ ২০২৩ ৰপৰা ২০২৭ লৈ ৰূপায়ণ কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে ‘টাকটাই’ ঘূৰ্ণী বতাহ সন্দৰ্ভত প্ৰস্তুতিৰ বুজ ল’বলৈ এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশ লয়

May 15th, 06:54 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘টাকটাই’ ঘূৰ্ণী বতাহ সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় মন্ত্ৰালয়/সংশ্লিষ্ট বিভাগৰ প্ৰস্তুতিৰ বুজ ল’বলৈ এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশ লয়।

প্ৰধানমন্ত্ৰীয়ে ৩৬সংখ্যক প্ৰগতি বৈঠকৰ অধ্যক্ষতা কৰে

February 24th, 07:58 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৩৬সংখ্যক প্ৰগতি বৈঠকৰ অধ্যক্ষতা কৰে।

PM reviews Vishakhapatnam Gas Leak Incident

May 07th, 06:35 pm

PM Modi chaired a high-level meeting to take stock of the steps being taken in response to the Vishakhapatnam gas leak incident. He discussed at length the measures being taken for the safety of the affected people as well as for securing the site affected by the disaster.

Cabinet Secretary reviews the preventive measures on “Novel Coronavirus” outbreak

January 27th, 07:32 pm

Cabinet Secretary today (27.1.2020) reviewed the situation arising out of “Novel Coronavirus” outbreak in China.

প্ৰধানমন্ত্ৰীয়ে কেৱাড়িয়াত মুকলি কৰিলে প্ৰযুক্তিগত প্ৰদৰ্শনী

October 31st, 02:12 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কেৱাড়িয়াত প্ৰযুক্তিগত প্ৰদৰ্শনী ক্ষেত্ৰ মুকলি কৰে৷

দেশৰ ভিন্ন প্ৰান্তত প্ৰতিমূৰ্তি ভঙা কাৰ্যক তীব্ৰ নিন্দা প্ৰধানমন্ত্ৰীৰ

March 07th, 10:44 am

দেশৰ কিছু কিছু স্থানত প্ৰতিমূৰ্তি ভঙা কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷ তেওঁ কৈছে যে এই ঘটনাৰ সৈতে জড়িত দোষীসকলক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ এই সন্দৰ্ভত তেওঁ গৃহমন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ সৈতে বাৰ্তালাপ কৰিছে আৰু ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে৷ গৃহ মন্ত্ৰালয়ে প্ৰতিমূৰ্তি ভঙা কাৰ্যক অত্যন্ত গভীৰভাৱে গ্ৰহণ কৰিছে আৰু এনে ঘটনা ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰসমূহক পৰ্যাপ্ত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে৷ এইধৰণৰ ঘটনাৰ সৈতে জড়িত লোকসকল কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলিও গৃহ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে৷