ভাৰত-পোলেণ্ড কৌশলগত অংশীদাৰিত্ব কাৰ্যকৰী কৰণৰ বাবে কাৰ্য পৰিকল্পনা (২০২৪-২০২৮)
August 22nd, 08:22 pm
২০২৪ চনৰ ২২ আগষ্টত ৱাৰ্ছত অনুষ্ঠিত আলোচনাৰ সময়ত ভাৰত আৰু পোলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ মাজত হোৱা সহমতৰ ভিত্তিত আৰু কৌশলগত অংশীদাৰিত্ব স্থাপনৰ পিছৰে পৰা দ্বিপাক্ষিক সহযোগিতাৰ গতিশীলতাক স্বীকাৰ কৰি, দুয়োপক্ষই পাঁচ বছৰীয়া কাৰ্য পৰিকল্পনা প্ৰণয়ন কৰিবলৈ আৰু ইয়াক কাৰ্যকৰী কৰিবলৈ সন্মতি প্ৰকাশ কৰে। এই কাৰ্য পৰিকল্পনাই ২০২৪-২০২৮ৰ সময়ছোৱাত তলত উল্লেখ কৰা ক্ষেত্ৰসমূহত অগ্ৰাধিকাৰ ভিত্তিত দ্বিপাক্ষিক সহযোগিতাৰ পথ প্ৰদৰ্শন কৰিব:India- Poland Joint Statement “Establishment of Strategic Partnership”
August 22nd, 08:21 pm
At the invitation of PM Donald Tusk of Poland, PM Narendra Modi paid an official visit to Poland from August 21-22, 2024. The historic visit, came as both nations celebrate the 70th anniversary of their diplomatic relations. Recognizing their long-standing ties, reaffirming the deep-rooted bonds of friendship between their countries and peoples, and commitment to realizing the full potential of their ties, the two leaders decided to elevate India-Poland bilateral relations to the level of a Strategic Partnership.”পোলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিজ্ঞপ্তি
August 22nd, 03:00 pm
মোহনীয়া ৱাৰশ্ব চহৰত উষ্ম আদৰণি, নিখুঁত আতিথ্য আৰু বন্ধুত্বপূৰ্ণ ব্যৱহাৰৰ বাবে প্ৰধানমন্ত্ৰী টাস্কলৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি বহুদিন ধৰি ভাৰতৰ এগৰাকী পৰম বন্ধু হৈ আহিছে। ভাৰত আৰু পোলেণ্ডৰ মাজৰ বন্ধুত্ব সুদৃঢ়কৰণত আপুনি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।I will put all my strength into making Bengal developed: PM Modi in Mathurapur, West Bengal
May 29th, 11:10 am
Prime Minister Narendra Modi addressed a powerful public gathering in Mathurapur, West Bengal, being his last rally in Bengal for the 2024 Lok Sabha elections. Paying homage to the holy Gangasagar, PM Modi acknowledged the overwhelming support of the people, especially the women, signaling a decisive victory for the BJP. He also expressed heartfelt gratitude to the people of Kolkata for their immense love and affection, which he believes reflects their endorsement of the BJP’s governance. “Your affection demonstrates, Phir Ek Baar, Modi Sarkar,” he affirmed.PM Modi addresses a public meeting in Mathurapur, West Bengal
May 29th, 11:00 am
Prime Minister Narendra Modi addressed a powerful public gathering in Mathurapur, West Bengal, being his last rally in Bengal for the 2024 Lok Sabha elections. Paying homage to the holy Gangasagar, PM Modi acknowledged the overwhelming support of the people, especially the women, signaling a decisive victory for the BJP. He also expressed heartfelt gratitude to the people of Kolkata for their immense love and affection, which he believes reflects their endorsement of the BJP’s governance. “Your affection demonstrates, Phir Ek Baar, Modi Sarkar,” he affirmed.PM Modi addresses massive public meetings in Gurdaspur & Jalandhar, Punjab
May 24th, 03:30 pm
Prime Minister Narendra Modi addressed spirited public gatherings in Gurdaspur and Jalandhar, Punjab, where he paid his respects to the sacred land and reflected upon the special bond between Punjab and the Bharatiya Janata Party.If you work for 10 hours then I will work for 18 hours and this is Modi's guarantee to 140 crore Indians: PM Modi in Pratapgarh
May 16th, 11:28 am
In a rally at Pratapgarh, Uttar Pradesh, PM Modi criticized the INDI alliance’s past governance, highlighting their failures. He emphasized his government’s achievements in boosting India’s economy, aiming for third place globally. He slammed the Congress and SP for their lackadaisical attitude towards development, mocking their belief that progress happens effortlessly, dismissing hard work. He added, “The SP and Congress say that the country’s development will happen on its own, what’s the need to work hard for it? The SP and Congress mentality has two aspects, they say it will happen on its own and what's the use of this?”There is no chance of Congress-SP emerging victorious in Bhadohi: PM Modi in Bhadohi, UP
May 16th, 11:14 am
Addressing a public gathering in Bhadohi, Uttar Pradesh, PM Modi said, Discussion about the elections in Bhadohi is happening across the state today. People are asking, where did this TMC come from in Bhadohi? Congress had no presence in UP before, and even SP has accepted that there is nothing left for them in this election, so they have left the field in Bhadohi. Friends, saving bail for SP and Congress in Bhadohi has also become difficult, so they are resorting to political experiments in Bhadohi.PM Modi addresses a powerful election rallies in Lalganj, Jaunpur, Bhadohi, and Pratapgarh UP
May 16th, 11:00 am
Ahead of the Lok Sabha elections 2024, Prime Minister Narendra Modi addressed powerful election rallies amid jubilant and passionate crowds in Lalganj, Jaunpur, Bhadohi, and Pratapgarh UP. He said, “The world is seeing people's popular support & blessings for Modi.” He added that even the world now trusts, 'Fir ek Baar Modi Sarkar.'People of 'rich' Odisha remained poor due to Congress and BJD: PM Modi in Berhampur
May 06th, 09:41 pm
Prime Minister Narendra Modi today addressed a mega public meeting in Odisha’s Berhampur. Addressing a huge gathering, the PM said, “Today, our Ram Lalla is enshrined in the magnificent Ram Temple. This is the wonder of your one vote... which has ended a 500-year wait. I congratulate all the people of Odisha.PM Modi addresses public meetings in Odisha’s Berhampur and Nabarangpur
May 06th, 10:15 am
Prime Minister Narendra Modi today addressed two mega public meetings in Odisha’s Berhampur and Nabarangpur. Addressing a huge gathering, the PM said, “Today, our Ram Lalla is enshrined in the magnificent Ram Temple. This is the wonder of your one vote... which has ended a 500-year wait. I congratulate all the people of Odisha.কেৰালাৰ কোচিত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 17th, 12:12 pm
মই শ্ৰীমান সৰ্বানন্দ সোণোৱালজী, শ্ৰীমান শ্ৰীপদ য়েচো নায়ক জী আৰু আমাৰ সহকৰ্মী শ্ৰীমান ভি মুৰলীধৰণ জী, শ্ৰীমান শান্তনু ঠাকুৰজীৰ দলটোক ধন্যবাদ জনাইছোঁ!PM dedicates to nation infrastructure projects worth more than Rs. 4,000 crores in Kochi, Kerala
January 17th, 12:11 pm
PM Modi inaugurated three major infrastructure projects worth more than Rs 4,000s crore in Kochi, Kerala. The projects being inaugurated today include New Dry Dock at Cochin Shipyard Limited (CSL), International Ship Repair Facility of CSL, and LPG Import Terminal of IOCL at Puthuvypeen, Kochi. These major infrastructure projects are in line with the PM Modi's vision to transform India's ports, shipping, and waterways sector.ভাৰত মণ্ডপমত ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৩ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 03rd, 11:00 am
কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী শ্ৰী পীয়ুষ গোৱেলজী, গিৰিৰাজ সিংজী, পশুপতি পাৰসজী, পৰুষোত্তম ৰূপালাজী, প্ৰহ্লাদ সিং পেটেলজী, বিশ্বৰ বিভিন্ন দেশৰ সকলো অতিথি, ৰাজ্যসমূহৰ পৰা অহা মন্ত্ৰীসকল, উদ্যোগ আৰু ষ্টাৰ্টআপ জগতৰ সকলো বন্ধু, দেশৰ বিভিন্ন প্ৰান্তৰ আমাৰ কৃষক ভাই-ভনীসকল, মহিলা আৰু ভদ্ৰলোকসকল, ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৩লৈ আপোনালোক সকলোকে স্বাগতম, অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰীয়ে ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৩ উদ্বোধন কৰে
November 03rd, 10:14 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত অনুষ্ঠিত মেগা ফুড অনুষ্ঠান 'ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৩'ৰ দ্বিতীয় সংস্কৰণ উদ্বোধন কৰে। তেওঁ আত্মসহায়ক গোটসমূহক শক্তিশালী কৰিবলৈ এক লাখতকৈও অধিক এছ এইচ জি সদস্যৰ বাবে বীজ মূলধন সহায় বিতৰণ কৰে। শ্ৰী মোদীয়ে অনুষ্ঠানটোত আয়োজিত প্ৰদৰ্শনীৰ মাজেৰে এপাক মাৰে। এই অনুষ্ঠানটোৰ লক্ষ্য হৈছে ভাৰতক 'বিশ্বৰ খাদ্যৰ বাস্কেট' হিচাপে প্ৰদৰ্শন কৰা আৰু ২০২৩ক আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে উদযাপন কৰা।প্ৰধানমন্ত্ৰীয়ে ৩ নৱেম্বৰত ‘ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৩’ কাৰ্যক্ৰম উদ্বোধন কৰিব
November 02nd, 06:41 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ নৱেম্বৰৰ পুৱা ১০ বজাত নতুন দিল্লীৰ ‘প্ৰগতি ময়দান’ৰ ‘ভাৰত মণ্ডপম’ত বিশাল খাদ্য মেলা কাৰ্যক্ৰম 'ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৩'ৰ দ্বিতীয় সংস্কৰণ উদ্বোধন কৰিব।কেন্দ্ৰীয় মন্ত্ৰীসভাই দেশত সহযোগিতা আন্দোলনক শক্তি প্ৰদান কৰা আৰু ইয়াৰ গমন তৃণমূল স্তৰলৈকে ব্যাপক কৰাত অনুমোদন জনায়
February 15th, 03:49 pm
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই দেশত সহযোগিতা আন্দোলনক শক্তি প্ৰদান কৰা আৰু ইয়াৰ গমন তৃণমূল স্তৰলৈকে ব্যাপক কৰাত অনুমোদন দিছে। সহযোগিতা মন্ত্ৰালয়ে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু মাননীয় গৃহ তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সক্ষম মাৰ্গদৰ্শনত মৎস্য পালন, পশুপালন আৰু ডেইৰী মন্ত্ৰালয়ৰ বিভিন্ন যোজনাৰ সমন্বয়ৰ মাধ্যমত 'সম্পূৰ্ণ চৰকাৰ' দৃষ্টিভংগীৰ সুবিধা গ্ৰহণ কৰি ব্যৱহাৰ্য প্ৰাথমিক কৃষি ঋণ সমিতি (পিএচিএছ)ৰ পৰা বঞ্চিত প্ৰত্যেক পঞ্চায়তত তাৰ প্ৰতিষ্ঠা কৰা, ব্যৱহাৰ্য ডেইৰী সহকাৰী সমিতিৰ পৰা বঞ্চিত প্ৰত্যেক পঞ্চায়ত/গাঁৱত তাৰ প্ৰতিষ্ঠা কৰা আৰু বৰ্তমানৰ পিএচিএছ/ডেইৰী/মৎস্য সহকাৰী সমিতিসমূহ শক্তিশালী কৰাৰ যোজনা প্ৰস্তুত কৰিছে। প্ৰাৰম্ভিক পৰ্যায়ত, অহা পাঁচ বছৰত ২ লাখ পিএচিএছ/ডেইৰী/মৎস্য সহকাৰী সমিতি স্থাপন কৰা হ'ব। এই পৰিকল্পনাৰ ৰূপায়ণৰ বাবে নাবাৰ্ড, ৰাষ্ট্ৰীয় ডেইৰী বিকাশ ব'ৰ্ড (এনডিডিবি) আৰু ৰাষ্ট্ৰীয় মৎস্য বিকাশ ব'ৰ্ড (এনএফডিবি)ৰ দ্বাৰা কাৰ্য যোজনা প্ৰস্তুত কৰা হ'ব।উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
February 10th, 11:01 am
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী ড. আনন্দিবেন পেটেল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য জী আৰু ব্ৰজেশ পাঠক জী, কেন্দ্ৰীয় কেবিনেটত মোৰ জ্যেষ্ঠ সহকৰ্মী তথা লক্ষ্ণৌৰ প্ৰতিনিধি শ্ৰী ৰাজনাথ সিং জী, বিভিন্ন দেশৰ সন্মানীয় ব্যক্তিসকল, উত্তৰ প্ৰদেশৰ সকলো মন্ত্ৰী আৰু উদ্যোগটোৰ সন্মানীয় সদস্যসকল, গ্ল'বেল ইনভেষ্টাৰ ফ্ৰেটাৰ্নিটি, নীতি নিৰ্ধাৰক, কৰ্প’ৰেট নেতাসকল, লগতে গ্ল'বেল ইনভেষ্টৰ্ছ ছামিটত অংশগ্ৰহণ কৰা সকলো সুধীবৃন্দ!প্ৰধানমন্ত্ৰীয়ে লক্ষ্ণৌত উত্তৰ প্ৰদেশ গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩ উদ্বোধন কৰে
February 10th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষ্ণৌত উত্তৰ প্ৰদেশ গ্লোবেল ইনভেষ্টৰছ ছামিট ২০২৩ উদ্বোধন কৰে। তেওঁ গ্লোবেল ট্ৰেড শ্ব'ৰ উদ্বোধন কৰে আৰু কাৰ্যসূচীটোৰ সময়ত ইনভেষ্ট ইউপি ২.০ মুকলি কৰে। উত্তৰ প্ৰদেশ গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩ হৈছে উত্তৰ প্ৰদেশ চৰকাৰৰ মুখ্য বিনিয়োগ সন্মিলন যিয়ে সমগ্ৰ বিশ্বৰ নীতি নিৰ্মাতা, উদ্যোগৰ নেতা, শিক্ষাবিদ, থিংক টেংক আৰু নেতাসকলক একত্ৰিত কৰি সামূহিকভাৱে ব্যৱসায়ৰ সুযোগ অন্বেষণ কৰিব আৰু অংশীদাৰীত্ব গঢ়ি তুলিব। প্ৰধানমন্ত্ৰীয়ে প্ৰদৰ্শনীখনো পৰিদৰ্শন কৰে।List of MoUs Agreements exchanged during the visit of Prime Minister of Kingdom of Denmark
October 09th, 03:54 pm