
ইণ্ডিয়া ষ্টীল ২০২৫ অনু্ষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 24th, 02:00 pm
আজি আৰু অহা ২ দিনত আমি ভাৰতৰ উদিত খণ্ড, তীখা খণ্ডৰ সামৰ্থ্য আৰু সম্ভাৱনাৰ ওপৰত বিস্তৃত আলোচনা কৰিবলৈ ওলাইছো। যিটো খণ্ড ভাৰতৰ প্ৰগতিৰ আধাৰ, যিটো উন্নত ভাৰতৰ শক্তিশালী ভেটি আৰু যিয়ে ভাৰতত বৃহৎ পৰিৱৰ্তনৰ নতুন কাহিনী লিখিছে। মই আপোনালোক সকলোকে ইণ্ডিয়া ষ্টীল ২০২৫ লৈ আদৰণি জনাইছো। মই নিশ্চিত যে এই অনুষ্ঠানে নতুন ধাৰণা ভাগ-বতৰা, নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু উদ্ভাৱনক প্ৰসাৰিত কৰাৰ বাবে এক নতুন সুযোগৰ থলী হিচাপে কাম কৰিব। ইয়াৰ দ্বাৰা তীখা খণ্ডত নতুন অধ্যায়ৰ আৰম্ভণিৰ আধাৰ হিচাপে গঢ় লৈ উঠিব।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ইণ্ডিয়া ষ্টীল ২০২৫’ কাৰ্যসূচীত ভাষণ দিয়ে
April 24th, 01:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' বাৰ্তা’ৰ জৰিয়তে মুম্বাইত ‘ইণ্ডিয়া ষ্টীল ২০২৫’ কাৰ্যসূচীৰ সময়ত তেওঁৰ মন্তব্য আগবঢ়ায়। সমবেত সকলক সম্বোধন কৰি তেওঁ কয় যে অহা দুদিনৰ আলোচনাত ভাৰতৰ ‘সূৰ্যোদয় খণ্ড’- তীখা উদ্যোগৰ সম্ভাৱনা আৰু সুযোগ সন্দৰ্ভত গুৰুত্ব দিয়া হ'ব। তেওঁ মন্তব্য কৰে যে এই খণ্ডই ভাৰতৰ প্ৰগতিৰ ভেটি গঢ়ি তুলিছে, উন্নত ভাৰতৰ আধাৰ শক্তিশালী কৰিছে আৰু দেশত ৰূপান্তৰৰ এক নতুন অধ্যায় ৰচনা কৰিছে। প্ৰধানমন্ত্ৰীয়ে ‘ইণ্ডিয়া ষ্টীল ২০২৫’লৈ সকলোকে আদৰণি জনায় আৰু বিশ্বাস ব্যক্ত কৰে যে এই অনুষ্ঠানটোৱে নতুন ধাৰণা সহভাগ কৰা, নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু উদ্ভাৱনক উদগণি দিয়াৰ বাবে এক উত্ক্ষেপন মঞ্চ হিচাপে কাম কৰিব। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই অনুষ্ঠানটোৱে তীখা খণ্ডত এক নতুন অধ্যায়ৰ ভেটি স্থাপন কৰিব।
দিল্লীত চিলিৰ ৰাষ্ট্ৰপতি শ্ৰীযুত গেব্ৰিয়েল বৰিক ফণ্টক আতিথ্য প্ৰধানমন্ত্ৰীৰ
April 01st, 09:33 pm
ভাৰত-চিলিৰ অংশীদাৰিত্বৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে আজি দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিলিৰ ৰাষ্ট্ৰপতি শ্ৰীযুত গেব্ৰিয়েল বৰিক ফণ্টক আদৰণি জনায়। শ্ৰী মোদীয়ে ৰাষ্ট্ৰপতি বৰিকক আতিথ্য প্ৰদান কৰি আনন্দ প্ৰকাশ কৰি লেটিন আমেৰিকাৰ মূল মিত্ৰ হিচাপে চিলিৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।ভাৰত-নিউজিলেণ্ডৰ যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
March 17th, 01:05 pm
মই প্ৰধানমন্ত্ৰী লাক্সন আৰু তেওঁৰ প্ৰতিনিধি দলটোক ভাৰতলৈ উষ্ম আদৰণি জনাইছোঁ। ভাৰতৰ সৈতে প্ৰধানমন্ত্ৰী লাক্সনৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। কেইদিনমান পূৰ্বে তেওঁ অকলেণ্ডত হোলীৰ আনন্দময় উৎসৱ পালন কৰা কাৰ্য্য আমি সকলোৱে প্ৰত্যক্ষ কৰিছিলোঁ। নিউজিলেণ্ডত বসবাস কৰা ভাৰতীয় মূলৰ জনসাধাৰণৰ প্ৰতি প্ৰধানমন্ত্ৰী লাক্সনৰ মৰমৰপৰাও এই কথা বুজিব পাৰি। তেওঁৰ লগত ভাৰতলৈ এটা বৃহৎ প্ৰতিনিধি দল আহিছে। তেওঁৰ দৰে এজন যুৱ, শক্তিশালী আৰু প্ৰতিভাশালী নেতাক এইবাৰ ৰাইচিনা ডায়লগৰ মুখ্য অতিথি হিচাপে লাভ কৰাটো আমাৰ বাবে অতিশয় আনন্দৰ বিষয়।Cabinet Approves 'National Critical Mineral Mission'
January 29th, 03:08 pm
The Union Cabinet, chaired by the Prime Minister Shri Narendra Modi, has approved the launch of the National Critical Mineral Mission (NCMM) with an expenditure of Rs.16,300 crore and expected investment of Rs.18,000 crore by PSUs, etc.ৰাজস্থানৰ জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ সন্মিলন-২০২৪ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
December 09th, 11:00 am
ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভৌ বাগদে ডাঙৰীয়া, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা ডাঙৰীয়া, ৰাজস্থান চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, উদ্যোগৰ বন্ধু, ভিন্ন ৰাষ্ট্ৰদূত, দূতাবাসৰ প্ৰতিনিধি, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল।ৰাইজিং ৰাজস্থান গ্ল’বেল ইনভেষ্টমেণ্ট ছামিট উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 09th, 10:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ জয়পুৰৰ জয়পুৰ প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪ আৰু ৰাজস্থান গ্লোবেল বিজনেছ এক্সপো উদ্বোধন কৰে।সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজস্থানৰ সফলতাৰ যাত্ৰাত আজি আন এটা বিশেষ দিন। তেওঁ পিংক চিটি- জয়পুৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪লৈ সকলো উদ্যোগ আৰু বাণিজ্যৰ নেতৃত্ব, বিনিয়োগকাৰী, প্ৰতিনিধিসকলক অভিনন্দন জনায়। তেওঁ ৰাজস্থান চৰকাৰকো এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।Odisha is experiencing unprecedented development: PM Modi in Bhubaneswar
November 29th, 04:31 pm
Prime Minister Narendra Modi addressed a large gathering in Bhubaneswar, Odisha, emphasizing the party's growing success in the state and reaffirming the BJP's commitment to development, public welfare, and strengthening the social fabric of the state.PM Modi's Commitment to Making Odisha a Global Hub of Growth and Opportunity
November 29th, 04:30 pm
Prime Minister Narendra Modi addressed a large gathering in Bhubaneswar, Odisha, emphasizing the party's growing success in the state and reaffirming the BJP's commitment to development, public welfare, and strengthening the social fabric of the state.With the support BJP is receiving at booth level, the defeat of the corrupt JMM government is inevitable: PM Modi
November 11th, 01:00 pm
PM Modi interacted with BJP karyakartas from Jharkhand through the NaMo App, delivering an energizing call to action ahead of the upcoming state elections. Addressing a variety of key issues, PM Modi expressed his support for the grassroots workers while underscoring the BJP’s commitment to progress, inclusivity, and integrity.PM Modi Connects with BJP Karyakartas in Jharkhand via NaMo App
November 11th, 12:30 pm
PM Modi interacted with BJP karyakartas from Jharkhand through the NaMo App, delivering an energizing call to action ahead of the upcoming state elections. Addressing a variety of key issues, PM Modi expressed his support for the grassroots workers while underscoring the BJP’s commitment to progress, inclusivity, and integrity.Even small leaders of BJD have now become millionaires: PM Modi in Dhenkanal
May 20th, 10:00 am
The campaigning for the Lok Sabha Elections 2024 as well as the State Assembly Election has gained momentum as Prime Minister Narendra Modi has addressed a mega public meeting in Dhenkanal, Odisha. Addressing the huge gathering, the PM stated, “BJD has given nothing to Odisha. Farmers, youth and Apasis are still struggling for a better life. People who have destroyed Odisha should not be forgiven.”PM Modi addresses mega public rallies in Dhenkanal and Cuttack, Odisha
May 20th, 09:58 am
The campaigning for the Lok Sabha Elections 2024 as well as the State Assembly Election has gained momentum as Prime Minister Narendra Modi has addressed a mega public meeting in Dhenkanal, Odisha. Addressing the huge gathering, the PM stated, “BJD has given nothing to Odisha. Farmers, youth and Apasis are still struggling for a better life. People who have destroyed Odisha should not be forgiven.”When there is a weak government like Congress, it weakens the country as well, says PM Modi in Koderma, Jharkhand
May 14th, 04:00 pm
In a rousing address ahead of the Lok Sabha elections 2024, Prime Minister Narendra Modi's campaign trail reached Koderma, Jharkhand. Energizing the crowd, he exclaimed, You've all heard of Jhumri Telaiya on the radio. But believe me, the charm of this place and its people exceeds what you've heard. This gathering marks my first public appearance since filing my nomination. Whether it's Kashi or Koderma, one message rings loud and clear... Phir Ek Baar, Modi Sarkar!PM Modi's stirring address revitalizes the crowd in Koderma, Jharkhand
May 14th, 03:38 pm
In a rousing address ahead of the Lok Sabha elections 2024, Prime Minister Narendra Modi's campaign trail reached Koderma, Jharkhand. Energizing the crowd, he exclaimed, You've all heard of Jhumri Telaiya on the radio. But believe me, the charm of this place and its people exceeds what you've heard. This gathering marks my first public appearance since filing my nomination. Whether it's Kashi or Koderma, one message rings loud and clear... Phir Ek Baar, Modi Sarkar!ঝাৰখণ্ডৰ সিন্দ্ৰিত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 01st, 11:30 am
ঝাৰখণ্ডৰ ৰাজ্যপালন শ্ৰী চি. পি ৰাধাকৃষ্ণণ জী, মুখ্যমন্ত্ৰী শ্ৰী চম্পাই চোৰেন জী, মোৰ কেবিনেট সতীৰ্থ অৰ্জুন মুণ্ডা জী, বিধানসভাৰ বিৰোধী দলপতি, অন্যান্যা বিশিষ্ট ব্যক্তিসকল আৰু ঝাৰখণ্ডৰ মোৰ ভাই-ভনীসকল, সকলোকে নমস্কাৰ।ঝাৰখণ্ডৰ ধানবাদত ৩৫,৭০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষ এলানি উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে
March 01st, 11:04 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ধানবাদৰ সিন্দ্ৰীত ৩৫,৭০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এলানি প্ৰকল্প দেশবাসীক উৎসৰ্গা কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে সাৰ, ৰে'ল, বিদ্যুৎ আৰু কয়লাৰ ক্ষেত্ৰসমূহক সামৰি লৈছে। শ্ৰী মোদীয়ে এইচইউআৰএল-ৰ আৰ্হি তথা চিন্দ্ৰি প্ৰকল্পৰ নিয়ন্ত্ৰণ কক্ষ পদব্ৰজে পৰিদৰ্শন কৰে ।ওড়িশাৰ সম্বলপুৰত ভিন্ন প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 03rd, 02:10 pm
ওড়িশাৰ ৰাজ্যপাল ৰঘুবৰ দাস জী, মুখ্যমন্ত্ৰী, মোৰ বন্ধু শ্ৰী নবীন পাটনায়ক জী, মোৰ কেবিনেট সতীৰ্থ ধৰ্মেন্দ্ৰ প্ৰধান জী, অশ্বিনী বৈষ্ণৱ জী, বিশ্বেশ্বৰ টুডু জী, মোৰ সংসদীয় সতীৰ্থ নীতেশ গংগা দেৱ জী, আইআইএম-সম্বলপুৰৰ সঞ্চালক অধ্যাপক মহাদেও জয়ছোৱাল, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰ লোক-মহিলাসকল!ওড়িশাৰ সম্বলপুৰত ৬৮,০০০ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
February 03rd, 02:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ সম্বলপুৰত প্ৰাকৃতিক গেছ, কয়লা আৰু বিদ্যুৎ উৎপাদনৰ সৈতে জড়িত শক্তি খণ্ডক উন্নীত কৰাৰ লক্ষ্যৰে পথ, ৰেলৱে আৰু উচ্চ শিক্ষা খণ্ডৰ ৬৮,০০০ কোটি টকাতকৈও অধিক মূল্যৰ প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। শ্ৰী মোদীয়ে আইআইএম সম্বলপুৰ মডেল আৰু এখন ফটো প্ৰদৰ্শনী ৰ পৰিদৰ্শন কৰে।The premise of the Congress-led Government in Chhattisgarh is based on lies, deceit & looting the people: PM Modi
November 07th, 11:41 am
Ahead of the Assembly Election in Chhattisgarh, PM Modi addressed a public rally in Bishrampur, Chhattisgarh. He said, “BJP has always prioritized the aspirations of the poor and the downtrodden”. He added that it was Atal Ji’s Government that envisioned the creation of a separate state of Chhattisgarh.