"সামাজিক অন্তৰ্ভুক্তি আৰু ক্ষুধা তথা দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ" শীৰ্ষক জি-২০ অধিবেশনত প্ৰধানমন্ত্ৰীৰ বক্তব্য
November 18th, 08:00 pm
আৰম্ভণিতে মই ৰাষ্ট্ৰপতি লুলাক জি-২০ সন্মিলন আয়োজনৰ বাবে আৰু জি-২০ৰ সফল অধ্যক্ষতাৰ বাবে অভিনন্দন জনাইছোঁ।‘সামাজিক অন্তৰ্ভুক্তি আৰু ক্ষুধা আৰু দৰিদ্ৰতা’ৰ বিৰুদ্ধে যুঁজ সন্দৰ্ভত ‘জি-২০’ অধিৱেশনত ভাষণ দিয়ে প্ৰধানমন্ত্ৰীয়ে
November 18th, 07:55 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'সামাজিক অন্তৰ্ভুক্তি আৰু ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ' সন্দৰ্ভত জি-২০ সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ দিয়ে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত লুইছ ইনাচিও লুলা দা ছিলভাক সন্মিলনখন আয়োজন কৰাৰ বাবে আৰু তেওঁৰ আন্তৰিকতাপূৰ্ণ আতিথ্যৰ বাবে প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। বহনক্ষম উন্নয়ন লক্ষ্যত গুৰুত্ব দিয়া ব্ৰাজিলিয়ান জি-২০ কাৰ্যসূচীৰ প্ৰশংসা কৰি তেওঁ কয় যে এই পদ্ধতিয়ে ‘গোলকীয় দক্ষিণ’ৰ উদ্বেগৰ প্ৰসংগত আলোকপাত কৰিছে আৰু নতুন দিল্লী জি-২০ সন্মিলনৰ জনকেন্দ্ৰিক সিদ্ধান্তসমূহক আগুৱাই নিছে। তেওঁ লগতে উল্লেখ কৰে যে ভাৰতীয় জি-২০ প্ৰেচিডেন্সিৰ এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ আহ্বান ৰিঅ'ৰ আলোচনাত প্ৰতিধ্বনিত হৈছে।Next five years are crucial for Tamil Nadu's development and our battle against corruption: PM Modi in Salem
March 19th, 05:12 pm
Today, Salem, Tamil Nadu, gave a warm and affectionate welcome to PM Modi as he attended a public meeting in the state. The PM, taking pride in his recent visit, remarked in a heartfelt tone, Over the past week, I had the pleasure of visiting Tamil Nadu several times. The entire country watched the public support that BJP was getting in Tamil Nadu.PM Modi addresses a massive public rally at Salem in Tamil Nadu
March 19th, 01:00 pm
Today, Salem, Tamil Nadu, gave a warm and affectionate welcome to PM Modi as he attended a public meeting in the state. The PM, taking pride in his recent visit, remarked in a heartfelt tone, Over the past week, I had the pleasure of visiting Tamil Nadu several times. The entire country watched the public support that BJP was getting in Tamil Nadu.মধ্যপ্ৰদেশৰ সাগৰত উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ
August 12th, 04:42 pm
কাৰ্যসূচীত উপস্থিত থকা মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগুভাই পেটেল, মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী শ্ৰী বীৰেন্দ্ৰ খতিকজী, জ্যোতিৰাদিত্য সিন্ধিয়াজী, প্ৰহ্লাদ পেটেলজী, মধ্য প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, সকলো সাংসদ, বিভিন্ন স্থানৰ পৰা অহা সকলো পূজনীয় সাধু আৰু বৃহৎ সংখ্যাত অহা মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ সাগৰত এলানি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বহুকেইটা প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে
August 12th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ সাগৰত এলানি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বহুকেইটা নৱনিৰ্মিত প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে ১০০ কোটি টকাতকৈয়ো অধিক ব্যয়েৰে নিৰ্মাণ হ'ব লগা ‘সন্ত শিৰোমণি গুৰুদেৱ শ্ৰী ৰবিদাস জী স্মাৰক’ৰ আধাৰশিলা স্থাপন, ১৫৮০ কোটি টকাতকৈয়ো অধিক ব্যয়েৰে বিকশিত হ'ব লগা দুটা পথ প্ৰকল্প আৰু দেশৰ নামত উৎসৰ্গা কৰা ২৪৭৫ কোটি টকাতকৈয়ো অধিক ব্যয়েৰে দ্বৈতকৰণৰ দিহা কৰা ‘কোটা-বিনা ৰে'লপথ’ছোৱা।Teachers pioneer culture of hygiene among students: PM Modi
May 13th, 06:10 pm
PM Modi addressed the gathering at the Akhil Bhartiya Shiksha Sangh Adhiveshan, which is the 29th Biennial Conference of the All India Primary Teacher’ Federation. In his address, he attributed the teachers as the pioneer of promoting a ‘sense of hygiene’ among students. PM Modi said that schools and teachers play an important role as agents of socialization and that through their efforts they can ingrain a sense of hygiene among students.গুজৰাটৰ গান্ধীনগৰত অখিল ভাৰতীয় শিক্ষা সংঘৰ অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
May 12th, 10:31 am
গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰৰ মন্ত্ৰী পৰিষদৰ মোৰ সহকৰ্মী আৰু গুজৰাট চৰকাৰৰ মন্ত্ৰীসকল, সৰ্বভাৰতীয় প্ৰাথমিক শিক্ষক সন্থাৰ সকলো সদস্য, দেশৰ প্ৰতিটো কোণৰ শিক্ষক, মহিলা আৰু ভদ্ৰলোকসকল। আপোনালোক সকলোকে মই নমস্কাৰ জনাইছো।প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ গান্ধীনগৰত অখিল ভাৰতীয় শিক্ষা সংঘ অধিৱেশনত অংশগ্ৰহণ কৰে
May 12th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অখিল ভাৰতীয় শিক্ষা সংঘ অধিৱেশনত অংশগ্ৰহণ কৰে, যি হৈছে সৰ্বভাৰতীয় প্ৰাথমিক শিক্ষক ফেডাৰেচনৰ ২৯ সংখ্যক দ্বিবাৰ্ষিক সন্মিলন। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে আয়োজিত প্ৰদৰ্শনীৰ পৰিদৰ্শনো কৰে। এই সন্মিলনৰ বিষয়বস্তু হৈছে শিক্ষকসকল শিক্ষাৰ ৰূপান্তৰৰ মূলতে আছে’।Cabinet approves distribution of fortified rice across Government Schemes
April 08th, 03:58 pm
CCEA chaired by PM Modi has accorded its approval for supply of fortified rice. Fortification will provide nutrition to every poor person of the country to overcome malnutrition and lack of essential nutrients in women, children, lactating mothers. Entire cost of rice fortification (around Rs. 2,700 crore per annum) would be borne by the Govt. of India.Cabinet approves Continuation/Revisions/Modifications of Centrally Sponsored National Scheme for PM POSHAN in Schoolsfor five more years
September 29th, 04:21 pm
The CCEA, chaired by PM Modi approved the continuation of ‘National Scheme for PM POSHAN in Schools’ for the five year period 2021-22 to 2025-26 with the financial outlay of ₹ 54061.73 crores from the Central Government and ₹ 31,733.17 crore from State Governments & UT administrations.Highlights from PM Modi's Independence Day speech
August 15th, 03:02 pm
Prime Minister Shri Narendra Modi today addressed the nation from the Red Fort as the country celebrated its 75th Independence Day. During the speech, PM Modi listed achievements of his government and laid out plans for the future. He made an addition to his popular slogan of “Sabka Saath, Sabka Vikas and Sabka Vishwas.” The latest entrant to this group is “Sabka Prayas.”৭৫সংখ্যক সতন্ত্ৰতা দিৱসত লাল কিল্লাৰ পৰা প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদৰ অসমীয়া ভাঙনি
August 15th, 07:38 am
স্বাধীনতাৰ অমৃত মহোত্সৱ, ৭৫সংখ্যক স্বতন্ত্ৰতা দিৱসত আপোনালোক আটাইৰে লগতে বিশ্বজুৰি ভাৰতক ভালপোৱা, গণতন্ত্ৰক ভালপোৱা সকলো লোককে বহুত-বহুত শুভকামনা জ্ঞাপন কৰিছো।ভাৰতে উদযাপন কৰিছে ৭৫তম স্বাধীনতা দিৱস
August 15th, 07:37 am
দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত আজি লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৰকাৰৰ সাফল্যৰ তালিকাখন আলোকপাত কৰাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বিষয়েও উল্লেখ কৰে ৷ তেওঁৰ জনপ্ৰিয় শ্ল’গান ‘‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’’ত ‘‘সবকা প্ৰয়াস’’শীৰ্ষক আন এটি শ্ল’গান সংযোজিত কৰে ৷Through the Swachh Bharat Abhiyan, we are ensuring cleaner and healthier environment for our children: PM Modi
February 11th, 12:45 pm
PM Modi took part in the 3 billionth meal of Akshaya Patra mid-day meal programme in Vrindavan today where he served food to children. Addressing a gathering at the event, PM Modi spoke at length about Centre's flagship initiatives like Mission Indradhanush and National Nutrition Mission. Stressing on cleanliness, the PM said, Swachhata is an important aspect of any child's health. Through the Swachh Bharat Abhiyan, we are ensuring cleaner and healthier environment fo rour children.PM Modi takes part in the 3 billionth meal of Akshaya Patra mid-day meal programme in Vrindavan
February 11th, 12:44 pm
PM Modi took part in the 3 billionth meal of Akshaya Patra mid-day meal programme in Vrindavan today where he served food to children. Addressing a gathering at the event, PM Modi spoke at length about Centre's flagship initiatives like Mission Indradhanush and National Nutrition Mission. Stressing on cleanliness, the PM said, Swachhata is an important aspect of any child's health. Through the Swachh Bharat Abhiyan, we are ensuring cleaner and healthier environment fo rour children.