
ভাৰত গ্ৰামীণ মহোৎসৱত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
January 04th, 11:15 am
মঞ্চত বহি থকা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ জী, বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী জী, ইয়াত উপস্থিত নাবাৰ্ডৰ জ্যেষ্ঠ পৰিচালনা দলৰ সদস্যসকল, আত্মসহায়ক গোটৰ সদস্য, সমবায় বেংকৰ সদস্য, কৃষক উৎপাদন ইউনিয়ন এফ পি অ'ৰ সদস্যসকল, আন সকলো গণ্যমান্য ব্যক্তি, ভদ্ৰমহিলাসকল।
PM Modi inaugurates the Grameen Bharat Mahotsav 2025
January 04th, 10:59 am
PM Modi inaugurated Grameen Bharat Mahotsav in Delhi. He highlighted the launch of campaigns like the Swamitva Yojana, through which people in villages are receiving property papers. He remarked that over the past 10 years, several policies have been implemented to promote MSMEs and also mentioned the significant contribution of cooperatives in transforming the rural landscape.খাজুৰাহো, মধ্য প্ৰদেশত কেন-বেতোৱা নদী সংযোগী ৰাষ্ট্ৰীয় প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
December 25th, 01:00 pm
বীৰো কী ধৰতী ঈ বুণ্ডেলখণ্ড পে ৰেৱে ৱাৰে সবই জনন খোঁ হামাই তৰফ সে হাথ জোৰ কেঁ ৰাম ৰাম পৌচে। মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীযুত মংগু ভাই পেটেল, ইয়াৰ কৰ্মথ মুখ্যমন্ত্ৰী ভাই মোহন যাদৱ জী, কেন্দ্ৰীয় মন্ত্ৰী ভাই শিৱৰাজ সিং জী, বীৰেন্দ্ৰ কুমাৰ জী, চি আৰ পাটিল জী, উপ মুখ্যমন্ত্ৰী জগদীশ দেওৰা জী, ৰাজেন্দ্ৰ শুক্লা জী, অন্যান্য মন্ত্ৰীগণ, সাংসদগণ, বিধায়কগণ, অন্য সকলো মহানুভৱ, পূজ্য সন্তগণ আৰু মধ্য প্ৰদেশৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল।PM Modi lays foundation stone of Ken-Betwa River Linking National Project in Khajuraho, Madhya Pradesh
December 25th, 12:30 pm
PM Modi inaugurated and laid the foundation stone of multiple development projects in Khajuraho. Highlighting that Shri Vajpayee's government in the past had seriously begun addressing water-related challenges, but were sidelined after 2004, the PM stressed that his government was now accelerating the campaign to link rivers across the country. He added that the Ken-Betwa Link Project is about to become a reality, opening new doors of prosperity in the Bundelkhand region.Modi is tirelessly working day and night to change your lives: PM Modi in Dharashiv
April 30th, 10:30 am
PM Modi addressed enthusiastic crowds in Dharashiv, Maharashtra, empathizing with farmers' struggles and assuring them of his government's commitment to finding sustainable solutions. He warned against the Opposition's vile intentions, obstructing the path to a ‘Viksit Bharat’.Under Modi's leadership, it is a guarantee to provide tap water to every sister’s household: PM Modi in Latur
April 30th, 10:15 am
PM Modi addressed enthusiastic crowds in Latur, Maharashtra, empathizing with farmers' struggles and assuring them of his government's commitment to finding sustainable solutions. He warned against the Opposition's vile intentions, obstructing the path to a ‘Viksit Bharat’.A stable government takes care of the present while keeping in mind the needs of the future: PM Modi in Madha
April 30th, 10:13 am
PM Modi addressed an enthusiastic crowd in Madha, Maharashtra. Addressing the farmers' struggles, PM Modi empathized with their difficulties and assured them of his government's commitment to finding sustainable solutions for their welfare.PM Modi electrifies the crowd at spirited rallies in Madha, Dharashiv & Latur, Maharashtra
April 30th, 10:12 am
PM Modi addressed enthusiastic crowds in Madha, Dharashiv & Latur, Maharashtra, empathizing with farmers' struggles and assuring them of his government's commitment to finding sustainable solutions. He warned against the Opposition's vile intentions, obstructing the path to a ‘Viksit Bharat’.আমূল ফেডাৰেচনৰ জিচিএমএমএফৰ সোণালী জয়ন্তী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 22nd, 11:30 am
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী; গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল; মোৰ কেবিনেট সহকৰ্মী পৰশোত্তম ৰূপালা জী; সংসদৰ সন্মানীয় সহকৰ্মী চি আৰ পাটিল, আমূলৰ অধ্যক্ষ শ্ৰী শামালভাই, আৰু ইয়াত সমবেত হোৱা মোৰ সকলো ভাই-ভনী!প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ আহমেদাবাদত গুজৰাট সমবায় দুগ্ধ বিপণন ফেডাৰেচনৰ সোণালী জয়ন্তী উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে
February 22nd, 10:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েআজি আহমেদাবাদৰ মটেৰাস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট সমবায় দুগ্ধ বিপণন ফেডাৰেচনৰ (GCMMF) সোণালী জয়ন্তী উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে অনুষ্ঠিত প্ৰদৰ্শনী প্ৰত্যক্ষকৰণৰ লগতে সোণালী জয়ন্তী কফি টেবুল বুক উন্মোচন কৰে। এই ফেডাৰেচন হৈছে সমবায়সমূহৰ স্থিতিস্থাপকতা, উদ্যোগী মনোভাৱ আৰু কৃষকসকলৰ দৃঢ়তাৰ সাক্ষ্য, যিয়ে আমূলক বিশ্বৰ অন্যতম শক্তিশালী দুগ্ধ ব্ৰেণ্ড হিচাপে গঢ়ি তুলিছে।কৰ্ণাটকৰ য়াদগীৰ জিলাৰ কোড়েকলত এলানি উন্নয়নী প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 19th, 12:11 pm
কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱাৰচান্দ গেহলটজী, মুখ্যমন্ত্ৰী শ্ৰী বাসবৰাজ বোম্মাইজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰী ভগৱন্ত খুবাজী, কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু বৃহৎ সংখ্যাত আমাক আশীৰ্বাদ দিবলৈ সমবেত হোৱা মোৰ মৰমৰ ভাই-ভনীসকল!প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকৰ কোড়েকালত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে
January 19th, 12:10 pm
প্ৰধানমন্ত্ৰীয়ে আজি কৰ্ণাটকৰ ইয়াদগিৰৰ কোড়েকালত জলসিঞ্চন, খোৱা পানী আৰু ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু বিভিন্ন উন্নয়নমূলক প্ৰকল্প উৎসৰ্গা কৰে। প্ৰকল্পবোৰৰ ভিতৰত আছে জল জীৱন মিছনৰ অধীনত ইয়াদগিৰ মাল্টি-ভিলেজ খোৱা পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰা আৰু চুৰাটৰ ৬৫.৫ কিলোমিটাৰ শাখা (বদাদলৰ পৰা মাৰাদাগী এছ এণ্ডোলালৈ) চুৰাট - চেন্নাই এক্সপ্ৰেছৱে ৰাষ্ট্ৰীয় ঘাইপথ-১৫০চি, আৰু নাৰায়ণপুৰ বাওঁ বেংক খাল – সম্প্ৰসাৰণ নৱীকৰণ আৰু আধুনিকীকৰণ প্ৰকল্প (এনএলবিচি – ইআৰএম)ৰ উদ্বোধন।পানীৰ সন্দৰ্ভত সৰ্বভাৰতীয় ৰাজ্যিক মন্ত্ৰীসকলৰ বাৰ্ষিক সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
January 05th, 09:55 am
দেশৰ সকলো ৰাজ্যৰ জলমন্ত্ৰীৰে সৈতে প্ৰথম সৰ্বভাৰতীয় সন্মিলনৰ আয়োজন কৰাটো অতি উল্লেখযোগ্য কথা। আজি ভাৰতে অভূতপূৰ্ব কাম কৰি আছে আৰু জল সুৰক্ষাৰ ক্ষেত্ৰত বিনিয়োগ কৰিছে। আমাৰ সাংবিধানিক ব্যৱস্থাত পানীৰ বিষয়টো ৰাজ্যৰ নিয়ন্ত্ৰণত আছে। দেশৰ ৰাজ্যসমূহে পানী সংৰক্ষণৰ বাবে কৰা প্ৰচেষ্টা সামগ্ৰিকভাৱে দেশৰ প্ৰেক্ষাপটত নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাত অতি সহায়ক হ’ব। এই সন্দৰ্ভত ‘২০৪৭ চনৰ ভিতৰত জল দৃষ্টিভংগী’য়ে অহা বছৰ অমৃত যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাত্ৰা সংযোজন কৰিব৷ভিডিঅ' বাৰ্তাৰ জৰিয়তে জল সংৰক্ষণৰ বিষয়বস্তুৰ ওপৰত ৰাজ্যিক মন্ত্ৰীসকলৰ প্ৰথম সৰ্বভাৰতীয় বাৰ্ষিক সন্মিলনত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰীৰ
January 05th, 09:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে জল সংৰক্ষণ সন্দৰ্ভত ৰাজ্যিক মন্ত্ৰীসকলৰ প্ৰথমসৰ্বভাৰতীয় বাৰ্ষিক সন্মিলনত ভাষণ প্ৰদান কৰে। সন্মিলনৰ বিষয়বস্তু হৈছে 'ৱাটাৰ ভিজন@২০৪৭' আৰু মঞ্চৰ লক্ষ্য হৈছে বহনক্ষম উন্নয়ন আৰু মানৱ উন্নয়নৰ বাবে জলসম্পদ ব্যৱহাৰৰ উপায়ৰ বিষয়ে আলোচনা কৰিবলৈ মুখ্য নীতি নিৰ্ধাৰণকাৰীসকলক একত্ৰিত কৰা।One nation, one fertilizer: PM Modi
October 17th, 11:11 am
Mantri Kisan Samruddhi Kendras (PMKSK) under the Ministry of Chemicals & Fertilisers. Furthermore, the Prime Minister also launched Pradhan Mantri Bhartiya Jan Urvarak Pariyojana - One Nation One Fertiliser.PM inaugurates PM Kisan Samman Sammelan 2022 at Indian Agricultural Research Institute, New Delhi
October 17th, 11:10 am
The Prime Minister, Shri Narendra Modi inaugurated PM Kisan Samman Sammelan 2022 at Indian Agricultural Research Institute in New Delhi today. The Prime Minister also inaugurated 600 Pradhan Mantri Kisan Samruddhi Kendras (PMKSK) under the Ministry of Chemicals & Fertilisers. Furthermore, the Prime Minister also launched Pradhan Mantri Bhartiya Jan Urvarak Pariyojana - One Nation One Fertiliser.Strategy of creating alternative income streams for farmers is bearing fruit: PM
July 28th, 05:26 pm
PM Modi inaugurated and laid the foundation stone of multiple projects at Sabar Dairy in Gujarat. These projects will empower local farmers and milk producers and increase their income. This will also give a boost to the rural economy in the region.PM inaugurates and lays foundation stone of multiple projects worth more than Rs. 1,000 crores at Sabar Dairy in Sabarkantha
July 28th, 12:04 pm
PM Modi inaugurated and laid the foundation stone of multiple projects at Sabar Dairy in Gujarat. These projects will empower local farmers and milk producers and increase their income. This will also give a boost to the rural economy in the region.India's role in climate change is negligible: PM Modi at 'Save Soil Movement' programme
June 05th, 02:47 pm
PM Modi addressed 'Save Soil' programme organised by Isha Foundation. He said that to save the soil, we have focused on five main aspects. First- How to make the soil chemical free. Second- How to save the organisms that live in the soil. Third- How to maintain soil moisture. Fourth- How to remove the damage that is happening to the soil due to less groundwater. Fifth, how to stop the continuous erosion of soil due to the reduction of forests.PM Addresses 'Save Soil' Programme Organised by Isha Foundation
June 05th, 11:00 am
PM Modi addressed 'Save Soil' programme organised by Isha Foundation. He said that to save the soil, we have focused on five main aspects. First- How to make the soil chemical free. Second- How to save the organisms that live in the soil. Third- How to maintain soil moisture. Fourth- How to remove the damage that is happening to the soil due to less groundwater. Fifth, how to stop the continuous erosion of soil due to the reduction of forests.