‘সম্বৎসৰী’ৰ পৱিত্ৰ উপলক্ষত আমাৰ জীৱনত সম্প্ৰীতি আৰু ক্ষমাৰ গুৰুত্ব প্ৰসংগ উল্লেখ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 07th, 10:26 pm
‘সম্বৎসাৰী’ৰ পৱিত্ৰ উপলক্ষত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ জীৱনত সম্প্ৰীতি আৰু ক্ষমাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি ‘এক্স’-ত এক আন্তৰস্পৰ্শী বাৰ্তা প্ৰেৰণ কৰে। তেওঁ নাগৰিকসকলক সহানুভূতি আৰু ভাতৃত্ববোধেৰে উদ্বুদ্ধ হবলৈ আৰু আমাৰ সামূহিক যাত্ৰাক পথ প্ৰদৰ্শন কৰিব পৰা দয়া আৰু ঐক্যৰ ভাৱনা সাৰোগত কৰিবলৈ আহ্বান জনায়।সম্বাতসৰী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
September 19th, 08:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বাতসৰী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।Tragedies like 9/11 will have a permanent solution, only through humanitarian values: PM Modi
September 11th, 11:01 am
Prime Minister Narendra Modi performed the Lokarpan of Sardardham Bhavan and Bhoomi Pujan of Sardardham Phase – II Kanya Chhatralaya. The PM said the Hostel facility being inaugurated today will also help so many girls to come forward. He said that the state of the art building, girls hostel and modern library will empower the youth.প্রধানমন্ত্রীয়ে চর্দাৰধাম ভৱন লোকার্পণ আৰু চর্দাৰধাম দ্বিতীয় পর্বত কন্যা ছাত্রী নিবাসৰ ভূমি পুজাত অংশ গ্ৰহণ কৰে
September 11th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত চর্দাৰধাম ভৱন লোকার্পণ কৰে আৰু চর্দাৰধাম দ্বিতীয় পর্বত কন্যা ছাত্রী নিবাসৰ ভূমি পুজাত অংশ গ্ৰহণ কৰে। এই উপলক্ষে গুজৰাটৰ মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রী উপস্থিত আছিল।