তামিলনাডুত ডাঃ এম.জি.আৰ. চিকিৎসা বিশ্ববিদ্যালয়ৰ ৩৩সংখ্যক সমাৱর্তন অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
February 26th, 11:19 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে তামিলনাডুস্থিত ডাঃ এমজিআৰ চিকিৎসা বিশ্ববিদ্যালয়ৰ ৩৩তম দীক্ষান্ত সমাৰোহত ভাষণ প্ৰদান কৰে। এই সমাৰোহত ২১ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী আৰু ডিপ্ল’মা প্ৰদান কৰা হয়। অনুষ্ঠানত তামিলনাডুৰ ৰাজ্যপাল শ্ৰী বনৱাৰিলাল পুৰোহিতো উপস্থিত থাকে।তামিলনাডুত ডাঃ এমজিআৰ চিকিৎসা বিশ্ববিদ্যালয়ৰ ৩৩তম দীক্ষান্ত সমাৰোহত প্ৰধানমন্ত্ৰীৰ ভাষণ
February 26th, 11:18 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে তামিলনাডুস্থিত ডাঃ এমজিআৰ চিকিৎসা বিশ্ববিদ্যালয়ৰ ৩৩তম দীক্ষান্ত সমাৰোহত ভাষণ প্ৰদান কৰে। এই সমাৰোহত ২১ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী আৰু ডিপ্ল’মা প্ৰদান কৰা হয়। অনুষ্ঠানত তামিলনাডুৰ ৰাজ্যপাল শ্ৰী বনৱাৰিলাল পুৰোহিতো উপস্থিত থাকে।২৬ ফেব্ৰুৱাৰীত দা তামিলনাডু ড০ এম জি আৰ মেডিকেল ইউনিভাৰ্চিটীৰ ৩৩তম দীক্ষান্ত সমাৰোহত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে
February 24th, 07:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ ফেব্ৰুৱাৰী ২০২১ তাৰিখে পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে দা তামিলনাডু ড০ এম জি আৰ মেডিকেল ইউনিভাৰ্চিটীৰ ৩৩তম দীক্ষান্ত সমাৰোহত ভাষণ প্ৰদান কৰিব৷ দীক্ষান্ত সমাৰোহত মুঠ ১৭৫৯১ গৰাকী প্ৰাৰ্থীক ডিগ্ৰী আৰু ডিপ্ল’মা প্ৰদান কৰা হ’ব৷ সমাৰোহত তামিলনাডুৰ ৰাজ্যপালো উপস্থিত থাকিব৷