শিক্ষা খণ্ডত বাজেটৰ ব্যৱস্থাৱলী প্ৰয়োগৰ ওপৰত ৱেবিনাৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
March 03rd, 10:15 am
শিক্ষা খণ্ডৰ বাবে ঘোষিত বাজেট ব্যৱস্থাৰ কাৰ্যকৰী ৰূপায়ণ সন্দৰ্ভত আয়োজিত এক ৱেবিনাৰ সম্বোধন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।শিক্ষা খণ্ডৰ বাবে ঘোষিত বাজেট ব্যৱস্থাৰ কাৰ্যকৰী ৰূপায়ণ সন্দৰ্ভত আয়োজিত ৱেবিনাৰ সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
March 03rd, 10:14 am
শিক্ষা খণ্ডৰ বাবে ঘোষিত বাজেট ব্যৱস্থাৰ কাৰ্যকৰী ৰূপায়ণ সন্দৰ্ভত আয়োজিত এক ৱেবিনাৰ সম্বোধন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।এটা ক্ষেত্ৰত হৈ থকা গৱেষণাক আন এটা ক্ষেত্ৰতো ব্যৱহাৰ আৰু উদ্ভাৱনীয়তাক সংস্থাগত ৰূপ প্ৰদানৰ আহ্বান প্ৰধানমন্ত্ৰীৰ
January 04th, 03:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গৱেষণা বা অনুসন্ধানক মানুহৰ আত্মাৰ দৰে এক আত্মিক পদক্ষেপ বুলি উল্লেখ কৰিছে। তেওঁ কয় যে চৰকাৰে এটা ক্ষেত্ৰত চলি থকা গৱেষণাক আন এটা ক্ষেত্ৰতো ব্যৱহাৰ কৰিবলৈ আৰু ন ন উদ্ভাৱনক সংস্থাগত ৰূপ প্ৰদান কৰিবৰ বাবে দুটা লক্ষ্যৰে কাম কৰিবলৈ লৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেশ্যনেল মেট্ৰ’ল’জী কনক্লেভ ২০২১ উদ্বোধন কৰি অভ্যাগতসকলক সম্বোধন কৰে। তেওঁ এই সংক্ৰান্তত এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে নেশ্যনেল এট’মিক টাইমস্কেল আৰু ভাৰতীয় নিৰ্দেশক দ্ৰব্য প্ৰণালীকো দেশৰ প্ৰতি উৎসৰ্গা কৰে আৰু নেশ্যনেল এনভিৰণমেণ্টেল ষ্টেণ্ডাৰ্ড লেবৰেটৰীৰ আধাৰশিলাও মুকলি কৰে।বিজ্ঞান, প্ৰযুক্তি আৰু উদ্যোগ ক্ষেত্ৰৰ ‘প্ৰমূল্য-সৃষ্টি চক্ৰ’ শক্তি সমৃদ্ধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ বিজ্ঞানীসমাজক প্ৰধানমন্ত্ৰীৰ আহ্বান
January 04th, 03:15 pm
বৃহত্ নিৰ্মাণৰ বাবে বিজ্ঞানৰ ‘প্ৰমূল্য-সৃষ্টি চক্ৰ’ৰ উত্তৰণত মনোনিৱেশ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজ্ঞানীসমাজক আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে আজি ‘ৰাষ্ট্ৰীয় মাপনবিজ্ঞান সন্মিলন ২০২১’ উপলক্ষে প্ৰদান কৰা ভাষণত এই আহ্বান জনাইছিল। এই সন্মিলনতে তেওঁ ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘ৰাষ্ট্ৰীয় আণবিক সময়মাপক’ আৰু ‘ভাৰতীয় নিৰ্দেশক দ্ৰব্য প্ৰণালী’ ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰাৰ লগতে ‘ৰাষ্ট্ৰীয় পৰ্যাৱৰণ মানক প্ৰয়োগশালা’ৰো আধাৰশিলা স্থাপন কৰে।নতুন দিল্লীত নেচনেল মেট্ৰ’ল’জী কনক্লেভৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
January 04th, 11:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেশ্যনেল মেট্ৰ’ল’জি কনক্লেভ, ২০২১ ত উদ্বোধনী ভাষণ আগবঢ়ালে। তেখেতে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নেশ্যনেল এট’মিক টাইমস্কেল আৰু ভাৰতীয় নিৰ্দেশক দ্ৰব্য প্ৰণালী ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে আৰু নেশ্যনেল এনভাৰমেন্টেল ষ্টেণ্ডাৰ্ডছ লেবৰটৰীৰ আধাৰশিলা স্থাপন কৰে। কাউন্সিল অৱ চাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰীয়েল ৰিচাৰ্ছ- নেশ্যনেল ফিজিকেল লেবৰটৰী (CSIR-NPL), নতুন দিল্লীৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত ই কনক্লেভখনি অনুষ্ঠিত কৰিছে। এই কনক্লেভৰ বিষয়বস্তু হৈছে ‘ৰাষ্ট্ৰখনৰ সৰ্বব্যাপী বিকাশৰ অৰ্থে মেট্ৰ’ল’জি’। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ডঃ হৰ্ষ বৰ্ধন আৰু প্ৰধান বৈজ্ঞানিক উপদেষ্টা ডঃ বিজয় ৰাঘৱন উপস্থিত থাকে।নেশ্যনেল মেট্ৰ’ল’জি কনক্লেভত উদ্বোধনী ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে
January 04th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেশ্যনেল মেট্ৰ’ল’জি কনক্লেভ, ২০২১ ত উদ্বোধনী ভাষণ আগবঢ়ালে। তেখেতে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নেশ্যনেল এট’মিক টাইমস্কেল আৰু ভাৰতীয় নিৰ্দেশক দ্ৰব্য প্ৰণালী ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে আৰু নেশ্যনেল এনভাৰমেন্টেল ষ্টেণ্ডাৰ্ডছ লেবৰটৰীৰ আধাৰশিলা স্থাপন কৰে। কাউন্সিল অৱ চাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰীয়েল ৰিচাৰ্ছ- নেশ্যনেল ফিজিকেল লেবৰটৰী (CSIR-NPL), নতুন দিল্লীৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত ই কনক্লেভখনি অনুষ্ঠিত কৰিছে। এই কনক্লেভৰ বিষয়বস্তু হৈছে ‘ৰাষ্ট্ৰখনৰ সৰ্বব্যাপী বিকাশৰ অৰ্থে মেট্ৰ’ল’জি’। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ডঃ হৰ্ষ বৰ্ধন আৰু প্ৰধান বৈজ্ঞানিক উপদেষ্টা ডঃ বিজয় ৰাঘৱন উপস্থিত থাকে।