
Governance is not a platform for nautanki: PM slams AAP-da after BJP sweeps Delhi
February 08th, 07:00 pm
In a landmark victory, the BJP emerged victorious in the national capital after 27 years. Addressing enthusiastic Karyakartas at the BJP headquarters, PM Modi hailed the triumph as a win for development, vision and trust. “Today, the people of Delhi are filled with both enthusiasm and relief. The enthusiasm is for victory, and the relief is from freeing Delhi from the AAP-da”, PM Modi declared, emphasising that Delhi has chosen progress over an era of chaos.
PM Modi addresses BJP Karyakartas at Party Headquarters after historic victory in Delhi
February 08th, 06:30 pm
In a landmark victory, the BJP emerged victorious in the national capital after 27 years. Addressing enthusiastic Karyakartas at the BJP headquarters, PM Modi hailed the triumph as a win for development, vision and trust. “Today, the people of Delhi are filled with both enthusiasm and relief. The enthusiasm is for victory, and the relief is from freeing Delhi from the AAP-da”, PM Modi declared, emphasising that Delhi has chosen progress over an era of chaos.
দিল্লীত ১২,২০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 05th, 12:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত ১২,২০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ মূল লক্ষ্য হৈছে আঞ্চলিক সংযোগ উন্নত কৰা আৰু মসৃণ ভ্ৰমণৰ সুবিধা প্ৰদান কৰা। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে নমো ভাৰত ৰে’লত চাহিবাবাদ আৰ আৰ টি এছ ষ্টেচনৰ পৰা নিউ অশোক নগৰ আৰ আৰ টি এছ ষ্টেচনলৈ যাত্ৰা কৰে।PM Modi highlights extensive work done in boosting metro connectivity, strengthening urban transport
January 05th, 11:18 am
The Prime Minister, Shri Narendra Modi has highlighted the remarkable progress in expanding Metro connectivity across India and its pivotal role in transforming urban transport and improving the ‘Ease of Living’ for millions of citizens.The teachings of Lord Christ celebrate love, harmony and brotherhood: PM at Christmas programme
December 23rd, 09:24 pm
PM Modi attended the Christmas celebrations organized by the Catholic Bishops Conference of India (CBCI) and extended greetings to the Christian community worldwide. Highlighting India’s inclusive development journey, he emphasized hope, collective efforts, and compassion as key drivers of a developed India.PM Modi participates in Christmas Celebrations hosted by the Catholic Bishops' Conference of India
December 23rd, 09:11 pm
PM Modi attended the Christmas celebrations organized by the Catholic Bishops Conference of India (CBCI) and extended greetings to the Christian community worldwide. Highlighting India’s inclusive development journey, he emphasized hope, collective efforts, and compassion as key drivers of a developed India.Ek Hain To Safe Hain: PM Modi in Nashik, Maharashtra
November 08th, 12:10 pm
A large audience gathered for public meeting addressed by Prime Minister Narendra Modi in Nashik, Maharashtra. Reflecting on his strong bond with the state, PM Modi said, “Whenever I’ve sought support from Maharashtra, the people have blessed me wholeheartedly.” He further emphasized, “If Maharashtra moves forward, India will prosper.” Over the past two and a half years, the Mahayuti government has demonstrated the rapid progress the state can achieve.Article 370 will never return. Baba Saheb’s Constitution will prevail in Kashmir: PM Modi in Dhule, Maharashtra
November 08th, 12:05 pm
A large audience gathered for a public meeting addressed by PM Modi in Dhule, Maharashtra. Reflecting on his bond with Maharashtra, PM Modi said, “Whenever I’ve asked for support from Maharashtra, the people have blessed me wholeheartedly.”PM Modi addresses public meetings in Dhule & Nashik, Maharashtra
November 08th, 12:00 pm
A large audience gathered for public meetings addressed by Prime Minister Narendra Modi in Dhule and Nashik, Maharashtra. Reflecting on his strong bond with the state, PM Modi said, “Whenever I’ve sought support from Maharashtra, the people have blessed me wholeheartedly.” He further emphasized, “If Maharashtra moves forward, India will prosper.” Over the past two and a half years, the Mahayuti government has demonstrated the rapid progress the state can achieve.মহাৰাষ্ট্ৰত বিভিন্ন প্ৰকল্পৰ উদ্বোধন, লোকাৰ্পণ আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
September 29th, 12:45 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণ জী, মহাৰাষ্ট্ৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত একনাথ শিন্দে জী, উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীস জী, অজীত পাৱাৰ জী, পুণেৰ সাংসদ আৰু মন্ত্ৰী পৰিষদৰ মোৰ যুৱ সতীৰ্থ ভাই মুৰলিধৰ, কেন্দ্ৰৰ আন মন্ত্ৰীসকল যি ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত সংযুক্ত হৈ আছে, মহাৰাষ্ট্ৰৰ সকলো জ্যেষ্ঠ মন্ত্ৰীগণো মোৰ সন্মুখত মই দেখা পাই আছোঁ, সাংসদগণ, বিধায়কগণ, আৰু এই কাৰ্যসূচীৰ সৈতে জড়িত সকলো ভাতৃ আৰু ভগ্নীসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে মহাৰাষ্ট্ৰত ১১,২০০ কোটি টকাৰ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু দেশবাসীলৈ উৎসৰ্গা কৰে
September 29th, 12:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ ব্যৱস্থাৰ জৰিয়তে মহাৰাষ্ট্ৰত ১১,২০০ কোটি টকাৰ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন তথা ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰে।মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত ভাৰতীয় সমূদায়ক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 22nd, 10:00 pm
নমস্কে ইউ. এছ! এতিয়া আনকি আমাৰ “নমস্তে”ও বহুজাতিক হৈ পৰিছে, স্থানীয়ৰ পৰা বিশ্বজুৰি পৰিৱৰ্তন হৈছে আৰু এই সকলোবোৰ আপোনালোকৰ বাবেই হৈছে। ভাৰতক হৃদয়ত ধৰি ৰখা প্ৰতিজন ভাৰতীয়ই এই কাম সম্ভৱ কৰি তুলিছে।নিউয়ৰ্কত ভাৰতীয় সম্প্ৰদায়ক প্ৰধানমন্ত্ৰীৰ সম্বোধন
September 22nd, 09:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিউয়ৰ্কৰ লং আইলেণ্ডত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ৰ এক বৃহৎ সমাৱেশক সম্বোধন কৰে। ১৫,০০০ৰো অধিক লোক অনুষ্ঠানটোত উপস্থিত থাকে।India's path to development will be strong through a developed Tamil Nadu: PM Modi
March 04th, 06:08 pm
Prime Minister Narendra Modi addressed a public gathering in Chennai, Tamil Nadu, where he expressed his enthusiasm for the city's vibrant atmosphere and acknowledged its significance as a hub of talent, trade, and tradition. Emphasizing the crucial role of Chennai in India's journey towards development, PM Modi reiterated his commitment to building a prosperous Tamil Nadu as an integral part of his vision for a developed India.PM Modi addresses a public meeting in Chennai, Tamil Nadu
March 04th, 06:00 pm
Prime Minister Narendra Modi addressed a public gathering in Chennai, Tamil Nadu, where he expressed his enthusiasm for the city's vibrant atmosphere and acknowledged its significance as a hub of talent, trade, and tradition. Emphasizing the crucial role of Chennai in India's journey towards development, PM Modi reiterated his commitment to building a prosperous Tamil Nadu as an integral part of his vision for a developed India.গুজৰাটৰ গান্ধীনগৰত ভাইব্ৰেণ্ট গুজৰাট সন্মিলন ২০২৪ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
January 10th, 10:30 am
আপোনালোক সকলোলৈ ২০২৪ চনৰ বহুত বহুত শুভেচ্ছা! শেহতীয়াকৈ ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে। আৰু এতিয়া ভাৰতে আগন্তুক ২৫ বছৰৰ লক্ষ্যত কাম কৰি আছে। যেতিয়া ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব, সেই সময়লৈকে আমি ভাৰতক বিকশিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। আৰু সেয়ে, এই ২৫ বছৰৰ কাৰ্যকাল ভাৰতৰ অমৃত কাল। এয়া নতুন সপোন, নতুন সংকল্প আৰু নিত্য নতুন সিদ্ধিৰ কাৰ্যকাল। এই অমৃতকালত এই প্ৰথম ভাইব্ৰেণ্ট গুজৰাট গ্ল’বেল ছামিট অনুষ্ঠিত হৈছে। আৰু সেয়েহে, ইয়াৰ গুৰুত্ব আৰু বৃদ্ধি পাইছে। এই সন্মিলনলৈ অহা ১০০ৰো অধিক দেশৰ প্ৰতিনিধি ভাৰতৰ এই উন্নয়ন যাত্ৰাৰ গুৰুত্বপূৰ্ণ মিত্ৰ। মই আপোনালোক সকলোকে আদৰণি জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ।ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিটৰ ১০ম সংস্কৰণ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
January 10th, 09:40 am
আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিট, ২০২৪ৰ ১০ম সংস্কৰণ উদ্বোধন কৰে। এইবাৰৰ সন্মিলনৰ বিষয়বস্তু হৈছে ‘ভৱিষ্যতৰ দুৱাৰমুখ’ (Gateway to the Future) আৰু ইয়াত ৩৪ খন অংশীদাৰ দেশ আৰু ১৬ টা অংশীদাৰ সংস্থাই অংশগ্ৰহণ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়েও এই সন্মিলনখনক মঞ্চ হিচাপে ব্যৱহাৰেৰে উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগৰ সুযোগ প্ৰদৰ্শন কৰিছে।গুজৰাটৰ গান্ধীনগৰত বিভিন্ন প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠান আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 12th, 12:35 pm
গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, চি আৰ পাটিল, গুজৰাট চৰকাৰৰ মন্ত্ৰীসকল, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সকলো হিতাধিকাৰী পৰিয়াল, আন সকলো গণ্যমান্য ব্যক্তি আৰু গুজৰাটৰ মোৰ মৰমৰ ভাই-ভনীসকল,প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ গান্ধীনগৰত প্ৰায় ৪,৪০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু উদ্বোধন কৰে
May 12th, 12:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰত প্ৰায় ৪৪০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু উদ্বোধন কৰে। ইয়াৰ ভিতৰত আছে নগৰ উন্নয়ন বিভাগ, পানী যোগান বিভাগ, পথ আৰু পৰিবহন বিভাগ আৰু খনি আৰু খনিজ বিভাগৰ সৈতে সম্পৰ্কিত ২,৪৫০ কোটি টকাৰ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৯৫০ কোটি টকাৰ প্ৰধানমন্ত্ৰী-আৱাস যোজনা (গ্ৰাম্য আৰু নগৰ) প্ৰকল্পৰ আধাৰশিলাও উদ্বোধন কৰে আৰু আধাৰশিলা স্থাপন কৰে, যাৰ সময়ত তেওঁ আঁচনিখনৰ হিতাধিকাৰীসকলক চাবি প্ৰদান কৰি আঁচনিখনৰ অধীনত নিৰ্মাণ কৰা প্ৰায় ১৯,০০০ ঘৰৰ গৃহ প্ৰৱেশত অংশগ্ৰহণ কৰে। একে সময়তে, তেওঁ ভিডিঅ' লিংকৰ জৰিয়তে হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপো কৰে।Due to double-engine government ‘Gati’ as well as ‘Shakti’ of development is increasing: PM Modi
October 31st, 07:00 pm
PM Modi dedicated to the nation, two railway projects worth over Rs. 2900 crores at Asarva, Ahmedabad. PM Modi emphasized, “When the government of double engine works, its effect is not only double, but it is manifold. Here one and one together are not 2 but assume the power of 11.”