প্ৰধানমন্ত্ৰীয়ে গুজৰাটতকোচৰব আশ্ৰম উদ্বোধন আৰুসাবৰমতী আশ্ৰম প্ৰকল্পৰ মাষ্টাৰ প্লেন মুকলি অনুষ্ঠানত কৰা সম্বোধনৰ পূৰ্ণপাঠ
March 12th, 10:45 am
পূজ্য বাপুৰ এই সাবৰমতী আশ্ৰম সদায় অতুলনীয় শক্তিৰ এক সজীৱ কেন্দ্ৰ হৈ আহিছে। আৰু,মই ইয়ালৈ অহাৰ সুযোগ লাভ কৰা মাত্ৰেকে, আমাৰ মাজত বাপুৰ প্ৰেৰণা স্পষ্টকৈ অনুভৱ কৰিব পাৰোঁ। সত্য আৰু অহিংসাৰ আদৰ্শ থাকিব লাগে, ৰাষ্ট্ৰক পূজাৰ সংকল্প, দৰিদ্ৰ আৰু বঞ্চিতসকলৰ সেৱাৰ জৰিয়তে নাৰায়ণক সেৱাৰ অনুভূতি, সাবৰমতী আশ্ৰমে আজিও বাপুৰ এই প্ৰমূল্যবোধবোৰ জীয়াই ৰাখিছে। মোৰ সৌভাগ্য যে আজি মই ইয়াত সাবৰমতী আশ্ৰমৰ পুনৰ-উন্নয়ন আৰু সম্প্ৰসাৰণ কৰ্মৰ আধাৰশিলা স্থাপন কৰিছোঁ। প্ৰথমতে,কোচৰব আশ্ৰমৰো বিকাশ সাধন কৰা হৈছেআৰু মই সুখী যে আজি ইয়াৰ উদ্বোধন কৰা হৈছে। দক্ষিণ আফ্ৰিকাৰপৰা উভতি অহাৰ পিছত গান্ধীজীয়ে কোচৰব আশ্ৰমত প্ৰথম আশ্ৰম স্থাপন কৰে। গান্ধীজীয়ে ইয়াত যঁতৰত সূতা কাটিছিল। দুবছৰ কোচৰব আশ্ৰমত থকাৰ পিছত গান্ধীজীয়ে সাবৰমতী আশ্ৰমলৈ আহে। পুনৰ-নিৰ্মাণৰ পিছত এতিয়া গান্ধীজীৰ সেই দিনৰ স্মৃতিবোৰ কোচৰব আশ্ৰমত উন্নত ৰূপত সংৰক্ষিত হৈ থাকিব। শ্ৰদ্ধাৰ বাপুৰ চৰণত প্ৰণাম কৰি তেওঁক শ্ৰদ্ধা জনাইছোঁ। লগতে, এই গুৰুত্বপূৰ্ণ আৰু প্ৰেৰণাদায়ক স্থানসমূহৰ উন্নয়নৰ বাবে সকলো দেশবাসীক অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ সবৰমতীত কোচৰাব আশ্ৰম উদ্বোধন কৰে
March 12th, 10:17 am
অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে সবৰমতী আশ্ৰম সদায়ে অতুলনীয় শক্তিৰ এক জীৱন্ত কেন্দ্ৰ হৈ আহিছে আৰু আমি নিজৰ মাজতে বাপুৰ অনুপ্ৰেৰণা অনুভৱ কৰোঁ। সবৰমতী আশ্ৰমে বাপুৰ সত্য আৰু অহিংসা, ৰাষ্ট্ৰ সেৱা আৰু বঞ্চিতসকলৰ সেৱাত ঈশ্বৰৰ সেৱা জীয়াই ৰাখিছে, তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে গান্ধীজীৰ কোচৰাব আশ্ৰমত থকা সময়ৰ কথা উল্লেখ কৰে য'ত গান্ধীজী সবৰমতীলৈ যোৱাৰ আগতে আছিল। পুনৰনিৰ্মিত কোচৰব আশ্ৰম আজি ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে পূজ্য মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উপৰি আজিৰ গুৰুত্বপূৰ্ণ আৰু অনুপ্ৰেৰণামূলক প্ৰকল্পসমূহৰ বাবে নাগৰিকসকলক অভিনন্দন জ্ঞাপন কৰে।মন কী বাত, ডিচেম্বৰ ২০২৩
December 31st, 11:30 am
বন্ধুসকল, ‘মন কী বাত’ শুনি বহুতে মোক লিখি নিজৰ স্মৰণীয় মুহূৰ্তবোৰ শ্বেয়াৰ কৰিছে। এশ চল্লিশ কোটি ভাৰতীয়ৰ শক্তি এই যে এইবাৰ আমাৰ দেশে বহু বিশেষ তাৎপৰ্যপূৰ্ণ সাফল্য লাভ কৰিছে। এই বছৰতে ‘নাৰী শক্তি বন্দন আইন’ গৃহীত হয় যিটো বহু বছৰ ধৰি অপেক্ষা কৰি আছিল। ভাৰত পঞ্চম বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত হোৱাৰ লগে লগে বহু লোকে আনন্দ প্ৰকাশ কৰি চিঠি লিখিছিল। বহুতে মোক জি-২০ সন্মিলনৰ সফলতাৰ কথা সোঁৱৰাই দিছিল৷ বন্ধুসকল, আজি ভাৰতৰ প্ৰতিটো কোণত আত্মবিশ্বাসেৰে ভৰপূৰ, উন্নত ভাৰতৰ চিন্তাত, আত্মনিৰ্ভৰশীলতাৰ চিন্তাত আকৰ্ষিত। ২০২৪ চনত আমি এই চিন্তা আৰু প্ৰভাৱ বজাই ৰখাটো প্ৰয়োজন। দীপাৱলীৰ অভিলেখ পৰিমাণ সামগ্ৰী বিক্ৰীয়ে প্ৰমাণ কৰিলে যে প্ৰতিজন ভাৰতীয়ই ‘ভোকেল ফৰ লোকেল’ মন্ত্ৰক মূল্য দিয়ে।The soil of India creates an affinity for the soul towards spirituality: PM Modi
October 31st, 09:23 pm
PM Modi participated in the programme marking the culmination of Meri Maati Mera Desh campaign’s Amrit Kalash Yatra at Kartavya Path in New Delhi. Addressing the gathering, PM Modi said, Dandi March reignited the flame of independence while Amrit Kaal is turning out to be the resolution of the 75-year-old journey of India’s development journey.” He underlined that the 2 year long celebrations of Azadi Ka Amrit Mahotsav are coming to a conclusion with the ‘Meri Maati Mera Desh’ Abhiyan.PM participates in program marking culmination of Meri Maati Mera Desh campaign’s Amrit Kalash Yatra
October 31st, 05:27 pm
PM Modi participated in the programme marking the culmination of Meri Maati Mera Desh campaign’s Amrit Kalash Yatra at Kartavya Path in New Delhi. Addressing the gathering, PM Modi said, Dandi March reignited the flame of independence while Amrit Kaal is turning out to be the resolution of the 75-year-old journey of India’s development journey.” He underlined that the 2 year long celebrations of Azadi Ka Amrit Mahotsav are coming to a conclusion with the ‘Meri Maati Mera Desh’ Abhiyan.Amrit Kalash Yatra: PM to participate in programme marking culmination of Meri Maati Mera Desh campaign
October 30th, 09:11 am
PM Modi will participate in the programme marking the culmination of Meri Maati - Mera Desh campaign’s Amrit Kalash Yatra at Kartavya Path. The programme will also mark the closing ceremony of Azadi Ka Amrit Mahotsav. Meri Maati Mera Desh campaign is a tribute to the Veers and Veeranganas who have made the supreme sacrifice for the country.মিৰাবাই আমাৰ দেশৰ মহিলাসকলৰ বাবে এক প্ৰেৰণা: মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
October 29th, 11:00 am
মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল। ‘মন কী বাত’ অনুষ্ঠানলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। সমগ্ৰ দেশতে উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰি থকাৰ সময়ত এই খণ্ডটো সম্প্ৰচাৰ কৰা হৈছে। আগন্তুক উৎসৱৰ বাবে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো৷মেৰী মাটি মেৰা দেশ গীত প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত গভীৰভাৱে প্ৰতিধ্বনিত হয়ঃ প্ৰধানমন্ত্ৰী
September 01st, 10:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মেৰী মাটি মেৰা দেশ গীতটিৰ প্ৰশংসা কৰে।মেৰী মাটি মেৰা দেশ অভিযানত অংশ ল’বলৈ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আহ্বান জনায়
September 01st, 10:55 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মেৰী মাটি মেৰা দেশ অভিযানৰ সৰ্বতোপ্ৰকাৰৰ সফলতা কামনা কৰি কয় যে সমগ্ৰ দেশৰ পৰা সংগ্ৰহ কৰা মাটিৰে প্ৰস্তুত কৰা ‘ভাটিকা’ই ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ আদৰ্শ বাস্তৱায়িত কৰিব বুলি তেওঁ আশাবাদী।