The Mahayuti government is striving for the empowerment of every section of the society: PM to BJP Karyakartas, Maharashtra

November 16th, 11:48 am

As part of the ‘Mera Booth Sabse Mazboot’ program, Prime Minister Narendra Modi has directly interacted with BJP karyakartas in Maharashtra via the NaMo App. He said, “The people of Maharashtra are highly impressed with the two-and-a-half years of the Mahayuti government's tenure. Everywhere I have been, I have witnessed this affection. The people of Maharashtra want this government to continue for the next five years.”

PM Modi interacts with BJP Karyakartas from Maharashtra via NaMo App

November 16th, 11:30 am

As part of the ‘Mera Booth Sabse Mazboot’ program, Prime Minister Narendra Modi has directly interacted with BJP karyakartas in Maharashtra via the NaMo App. He said, “The people of Maharashtra are highly impressed with the two-and-a-half years of the Mahayuti government's tenure. Everywhere I have been, I have witnessed this affection. The people of Maharashtra want this government to continue for the next five years.”

#NaMoAppAbhiyaan এতিয়া ডিজিটেলি আপোনাৰ!

August 02nd, 08:00 am

প্ৰযুক্তিৰে সবল, বিজেপি কাৰ্যকৰ্তাসকলে এই পৰিৱৰ্তনক ডিজিটেলি আগবঢ়াই নি আছে। দিল্লীয়ে ডিজিটেলি এয়া কৰিবলৈ শিকাৰ লগে লগে #NaMoAppAbhiyaanএ গতি লাভ কৰিছে!

দিল্লীত #NaMoAppAbhiyaanৰ প্ৰবল উৎসাহ পৰিলক্ষিত

August 01st, 08:00 am

দিল্লীৰ প্ৰতিটো প্ৰান্তলৈ #NaMoAppAbhiyaan কঢ়িয়াই নিয়াৰ বাবে বিজেপিৰ কাৰ্যকৰ্তাসকল সম্পূৰ্ণৰূপে প্ৰস্তুত ৷ সপ্তাহটোৰ অন্তত জন-সাধাৰণৰ মাজত বিস্তৃত পৰিসৰত অংশগ্ৰহণ পৰিলক্ষিত হৈছে ৷

কৰ্মদিন অথবা সপ্তাহান্তিক, ৰ'দ অথবা বৰষুণ- সমগ্ৰ দিল্লীত কাৰ্যকৰ্তাসকলে #NaMoAppAbhiyaanৰ বাবে সৰ্বাধিক সমৰ্থন নিশ্চিত কৰিছে

July 31st, 08:01 am

সমগ্ৰ দিল্লীত বুথসমূহ কোনে সবাতোকৈ মজবুত কৰিছে? এই সপ্তাহৰ অন্তত যুৱ প্ৰজন্মই NaMo এপত যোগদান কৰিছে! আৰু, চাওক কোনে এতিয়ালৈ সৰ্বাধিক সংখ্যক সদস্যৰ যোগাযোগৰ বাবে #NaMoAppAbhiyaanক হল অৱ ফেমলৈ পৰ্যবসিত কৰিছে।

#NaMoAppAbhiyaanৰ বাবে দিল্লীৰ কাৰ্যকৰ্তাই তেওঁলোকৰ প্ৰয়াস অধিক কৰিছে। তেওঁলোকৰ বুথ, অধিক মজবুত কৰাৰ বাবে এক চূড়ান্ত প্ৰচেষ্টা!

July 30th, 08:00 am

#NaMoAppAbhiyaanৰ বাবে দিল্লীয়ে ইয়াৰ সকলো প্ৰয়াস অব্যাহত ৰাখিছে। সকলো শাখাৰ উৎসাহিত কাৰ্যকৰ্তাসকলে তেওঁলোকৰ বুথ, সবাতোকৈ মজবুত কৰাৰ বাবে প্ৰচেষ্টাৰ ক্ৰুটি কৰা নাই। সমগ্ৰ ৰাজধানীৰ আবাসীসকলে এতিয়া NaMo নেটৱৰ্কত যোগদান কৰিছে।

যুৱৰ পৰা বয়সস্থলৈ, প্ৰত্যেক কৰ্মকৰ্তাই #NaMoAppAbhiyanত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। 'মোৰ বুথ, সবাতোকৈ মজবুত' অভিযানৰ অধীনত দিল্লী বিজেপিৰ যোগাযোগৰ প্ৰসাৰ ঘটিছে।

July 23rd, 08:00 am

#NaMoAppAbhiyanত অধিক কৰ্মকৰ্তাই অংশগ্ৰহণ কৰা বাবে, NaMo এপ নেটৱৰ্কত সহস্ৰাধিক নতুন সংযোজন কৰা হৈছে। ভাৰ্চুৱেল বৈঠকেই হওঁক বা প্ৰশিক্ষণ অধিবেশনেই হওঁক, বাৰ্তা বহনৰ বাবে সকলো প্ৰয়াস কৰা হৈছে। এতিয়া প্ৰত্যেক বুথ হ'ব মজবুত!

#NaMoAppAbhiyaan এ দিল্লীবাসীৰ মনোযোগ আকৰ্ষণ কৰিছে। কাৰ্য্যকৰ্তাসকলৰপৰা অধিক সমৰ্থন লাভ কৰিছে। মেৰা বুথ, সবচে মজবুত মুখৰ হৈ পৰিছে!

July 22nd, 08:00 am

#NaMoAppAbhiyaan সম্পৰ্কীয় প’ষ্টৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহ পৰিপূৰ্ণ হৈ পৰাৰ সমান্তৰালভাৱে বাস্তৱ পৰিস্থিতিও ইয়াৰে অধিক পৃথক নহয়। সমগ্ৰ ৰাষ্ট্ৰীয় ৰাজধানীৰ কাৰ্য্যকৰ্তাসকলে তেওঁলোকৰ বুথক- সবচে মজবুত কৰাৰ সংকল্প গ্ৰহণ কৰিছে!

দিল্লীত শক্তিশালী হৈ পৰিছে 'মোৰ বুথ, সবাতোকৈ মজবুত'! বিজেপি কৰ্মকৰ্তাৰ ট্রেণ্ড #NamoAppAbhiyaan ছ'চিয়েল মিডিয়া আৰু অন্যান্যত!

July 21st, 08:03 am

দিল্লীত বৰ্ষাকাল আহিল কিন্তু দিনজোৰা বৰষুণৰ পিছতো, সমগ্ৰ দিল্লীৰ শতাধিক কৰ্মকৰ্তাই বিজেপিৰ #NamoAppAbhiyaanৰ বাৰ্তা প্ৰসাৰ কৰিবলৈ সভা, প্ৰশিক্ষণ আৰু ভাৰ্চুৱেল অধিবেশনত অংশগ্ৰহণ কৰিছে!

PM Modi appreciates Delhi BJP's #NaMoAppAbhiyaan

July 12th, 03:17 pm

To bolster BJP's 'Mera Booth, Sabse Mazboot' initiative, BJP Delhi has started #NaMoAppAbhiyaan across Delhi. The campaign is aimed at getting every Karyakarta active on NaMo app.

Our endeavour is Sabka Saath, Sabka Vikas: PM Modi

October 16th, 02:01 pm

Leading the BJP charge, Prime Minister Narendra Modi addressed three mega election rallies in Maharashtra’s Akola, Jalna and Panvel today. Addressing the gathering, PM Modi accused the opposition parties of politicising the issue of Article 370 and charged them with speaking on the same lines as that of the neighbouring country.

মহাৰাষ্ট্ৰৰ এখন জনসভাত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান

October 16th, 10:18 am

মহাৰাষ্ট্ৰৰ অকোলাত এখন নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুচ্ছেদ ৩৭০ক ৰাজনীতিকৰণ কৰাৰ বাবে বিৰোধী দলক দোষাৰোপ কৰে আৰু ‘‘চুবুৰীয়া দেশৰ সদৃশ ভাষাত ভাষণ প্ৰদান কৰা’’ বুলি মন্তব্য কৰে৷

হাৰিয়ানাৰ চৰখি দাদৰিত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী শিবিৰ

October 15th, 12:51 pm

হাৰিয়ানাৰ চৰখি দাদৰিত এক নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘মই হাৰিয়ানালৈ নিৰ্বাচনী ৰেলীৰ বাবে অহা নাই৷ মই হাৰিয়ানালৈ বি জে পিৰ শিবিৰৰ বাবে অহা নাই৷ মই হাৰিয়ানাক ভোট দিবলৈ নকও৷ হাৰিয়ানাই মোক নিজে মাতিছে৷ মই নিজকে ইয়ালৈ অহাৰ পৰা বাধা দিব পৰা নাই৷ আপোনালোকে মোক ইমান মৰম দিছে৷’’

In contrast to 2014, today, India is the fastest growing major economy in the world: PM Modi in Paliganj, Bihar

May 15th, 11:04 am

Prime Minister Narendra Modi addressed a huge public meeting in the Paliganj constituency of Bihar today where he lashed out at the ‘Mahamilawat’ of Opposition parties for their corruption and pisive politics.

PM Modi addresses Public Meeting at Paliganj, Bihar

May 15th, 11:00 am

Prime Minister Narendra Modi addressed a huge public meeting in the Paliganj constituency of Bihar today where he lashed out at the ‘Mahamilawat’ of Opposition parties for their corruption and pisive politics.

Entire nation suffered greatly due to ‘Mahamilawati’ governments’ ‘Hua Toh Hua’ approach: PM Modi

May 11th, 02:26 pm

PM Modi, at a rally in Uttar Pradesh’s Ghazipur said, “Entire nation suffered greatly under ‘Mahamilawati’ governments of Congress-SP-BSP but still they say Hua Toh Hua.” He added that only a strong government can ensure a nation’s security, which in turn is essential for its long-term development.

BJP-led NDA governments have always demonstrated their paramount commitments to strengthening national security: PM Modi

May 11th, 02:25 pm

At Robertsganj, addressing a huge public meeting, PM Modi said, “Only a strong government can ensure a nation’s security, which in turn is essential for its long-term development. The BJP-led NDA governments have always demonstrated their paramount commitments to strengthening national security.”

PM Modi addresses rallies at Robertsganj and Ghazipur in Uttar Pradesh

May 11th, 02:24 pm

Prime Minister Narendra Modi addressed two major election rallies in Robertsganj and Ghazipur in Uttar Pradesh today. At the rallies PM Modi spoke about the importance of having a strong and responsive government to ensure the security and development of a nation and said that every vote in favour of the BJP will result in the formation of such a government again post-elections.

AAP brought in ‘Nakaampanthi’ in governance in Delhi; they came to change the nation, they changed themselves over time: PM Modi

May 08th, 05:29 pm

Prime Minister Narendra Modi addressed his third huge rally for the day in the nation’s capital New Delhi this evening. Speaking at the rally, PM Modi attacked the ruling Aam Aadmi Party government saying, “The AAP bought in ‘Nakaampanthi’ in governance as soon as it came to power in Delhi. While they came to change the nation, they changed themselves over time and now only represent a failed model of development as well as support for the ‘Tukde Tukde gang.”

PM Modi addresses rally in New Delhi

May 08th, 05:28 pm

Prime Minister Narendra Modi addressed his third huge rally for the day in the nation’s capital New Delhi this evening. Speaking at the rally, PM Modi attacked the ruling Aam Aadmi Party government saying, “The AAP bought in ‘Nakaampanthi’ in governance as soon as it came to power in Delhi. While they came to change the nation, they changed themselves over time and now only represent a failed model of development as well as support for the ‘Tukde Tukde gang.”