প্ৰধানমন্ত্ৰীয়ে স্বামী সমৰ্থৰ স্মৃতিচিহ্ন লাভ কৰে

October 14th, 08:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বামী সমৰ্থৰ স্মৃতিচিহ্ন লাভ কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে চৰকাৰে আমাৰ সমাজৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ সদায় কাম কৰি যাব।