প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন সাংসদ শ্ৰী প্ৰভাত ঝাৰ মৃত্যুত শোক প্ৰকাশ কৰে
July 26th, 01:05 pm
প্ৰাক্তন সাংসদ শ্ৰীযুত প্ৰভাত ঝাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে।সাংসদ ডি শ্ৰীনিবাস গাৰুৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে
June 29th, 08:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ (সাংসদ) শ্ৰী ডি শ্ৰীনিবাস গাৰুৰ মৃত্যুত শোক প্ৰকাশ কৰে।ভাৰত ৰত্নৰে সন্মানীত কৰা হ’ব প্ৰাক্তন প্ৰধানমন্ত্ৰী পিভি নৰসিংহ ৰাওকঃ প্ৰধানমন্ত্ৰী
February 09th, 01:30 pm
তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী হিচাপে শ্ৰী নৰসিংহ ৰাওৰ কাৰ্যকালত কেইবাটাও উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছিল, যিয়ে ভাৰতক বিশ্ব বজাৰৰ বাবে মুকলি কৰি দিয়াৰ লগতে অৰ্থনৈতিক উন্নয়নৰ এক নতুন যুগৰ পোষকতা কৰিছিল।ৰাজ্য সভাৰ অৱসৰ গ্ৰহণ কৰা সদস্যসকলৰ বিদায় পৰ্বত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পাঠ
February 08th, 12:20 pm
সন্মানীয় সাংসদসকল, কিছুমান লোক গৈছে, হয়তো কিছুমান লোক আহিবলৈ ওলাইছে আৰু কিছুমান লোক আজি যাবলৈ ওলাইছে। বিশেষকৈ সন্মানীয় ডঃ মনমোহন সিং জীক স্মৰণ কৰিব বিচাৰিছোঁ। তেওঁৰ বহুমূলীয়া চিন্তাৰে এই সদনত ৬ বাৰকৈ আৰু নেতা হিচাপেও বিৰোধী দলতো তেওঁ এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ইমান দিনে তেওঁ এই সদন আৰু দেশক যিদৰে পথ প্ৰদৰ্শন কৰি আহিছে, যেতিয়াই আমাৰ গণতন্ত্ৰৰ চৰ্চা হ’ব, একাংশ সন্মানীয় সদস্যৰ আলোচনাত সন্মানীয় ডঃ মনমোহন সিঙৰ কথা উল্লেখ হ’ব। তেওঁৰ অৱদানৰ বিষয়ে নিশ্চয়কৈ আলোচনা হ’ব।প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসভাৰ অৱসৰপ্ৰাপ্ত সদস্যসকলক বিদায় সম্ভাষণ জনায়
February 08th, 12:16 pm
ডঃ মনমোহন সিঙৰ অৱদানক স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “সদন আৰু ৰাষ্ট্ৰখনক পথ প্ৰদৰ্শন কৰা তেওঁৰ দীৰ্ঘদিনীয়া কাৰ্য্যকালৰ বাবে আমাৰ ৰাষ্ট্ৰৰ গণতন্ত্ৰৰ প্ৰতিটো আলোচনাতে তেওঁ স্মৰণীয় হৈ ৰ’ব।“ প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰামৰ্শ প্ৰদানেৰে কয় যে সকলো সাংসদেই এনে বিশিষ্ট সদস্যসকলৰ আচৰণৰপৰা শিক্ষা আহৰণৰ চেষ্টা কৰিব লাগে, কিয়নো তেওঁলোক হৈছে একো-একোগৰাকী পথ প্ৰদৰ্শক। প্ৰধানমন্ত্ৰীগৰাকীয়ে সদনত ভোট দিবলৈ হুইল চেয়াৰত উঠি অহাটো এজন সদস্যৰ কৰ্তব্যৰ প্ৰতি সমৰ্পণৰ প্ৰেৰণাদায়ক উদাহৰণ বুলি স্মৰণ কৰে। “মই বিশ্বাস কৰোঁ যে এনে কৰি তেওঁ গণতন্ত্ৰক শক্তি প্ৰদান কৰিবলৈ আহিছিল”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ দীৰ্ঘায়ু আৰু সুস্থ জীৱনৰ কামনা কৰে।প্ৰধানমন্ত্ৰীয়ে জনায় যে নমো এপৰ গুৰুত্বপূৰ্ণ বিভাগ আছে যিয়ে স্থানীয় সাংসদৰ সৈতে সংযোগ স্থাপনত সহায় কৰে
October 16th, 09:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জানিবলৈ দিয়ে যে নমো এপৰ গুৰুত্বপূৰ্ণ বিভাগ আছে যিয়ে স্থানীয় সাংসদৰ সৈতে সংযোগ স্থাপনত সহায় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই বিভাগটোৱে আমাৰ গণতান্ত্ৰিক মনোভাৱক আগুৱাই নিয়াৰ ক্ষেত্ৰত বহুদূৰ আগবাঢ়ি যাব। তেওঁ লগতে কয় যে ই সংশ্লিষ্ট স্থানীয় সাংসদৰ সৈতে যোগাযোগ গভীৰ কৰাৰ, সাংসদৰ সৈতে সম্পৰ্ক স্থাপনত সহায় কৰাৰ লগতে আয়োজিত বিভিন্ন কাৰ্যকলাপত অংশগ্ৰহণ কৰাত সহায় কৰিব।প্ৰধানমন্ত্ৰীয়ে লোকসভাত সংবিধান (১২৮সংখ্যক সংশোধনী) বিধেয়ক গৃহীত হোৱাত সন্তুষ্টি ব্যক্ত কৰে
September 20th, 09:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত সংবিধান (১২৮সংখ্যক সংশোধনী) বিধেয়ক, ২০২৩ গৃহীত হোৱাক আদৰণি জনাইছে।ৰাজ্যসভাত নাগালেণ্ডৰ প্ৰথম গৰাকী মহিলা সাংসদ শ্ৰীযুতা এছ ফাংনন কন্যাকে সদনত সভাপতিত্ব কৰাত আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
July 25th, 08:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত সপ্তাহত ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰৰ দ্বাৰা উপাধ্যক্ষৰ পেনেললৈ মনোনীত হোৱাৰ পিছত ৰাজ্যসভাত নাগালেণ্ডৰ প্ৰথমগৰাকী মহিলা সাংসদ শ্ৰীযুতা এছ ফাংনন কন্যাকক লৈ আনন্দ প্ৰকাশ কৰিছে।সংযোগতে নিহিত আছে দেশৰ সমৃদ্ধি আৰু ই আমাৰ প্ৰথমিকতাৰ শীৰ্ষত আছেঃ প্ৰধানমন্ত্ৰী
February 25th, 09:46 am
খাজানি বিধানসভা সমষ্টিৰ বেলঘাটৰ পৰা চিক্ৰিগঞ্জলৈ ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা বহলোৱাৰ কাম সম্পূৰ্ণ হোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে সন্ত কবীৰ নগৰৰ সাংসদ শ্ৰী প্ৰবীণ নিশাদৰ এটা ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাইছিল। সাংসদজনে উপৰোক্ত পথছোৱা বহলোৱাৰ কথাৰে ‘টুইট’টো কৰিছিল।সংসদ ৰত্ন বঁটা-২০২৩ বঁটা লাভ কৰাৰ বাবে সাংসদ সতীৰ্থসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
February 22nd, 12:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদ ৰত্ন ২০২৩ বঁটা লাভ কৰা সংসদৰ সতীৰ্থসকলক অভিনন্দন জ্ঞাপন কৰে।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বস্তীত ২য় সাংসদ খেল মহাকুম্ভৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
January 18th, 04:39 pm
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, সংসদত মোৰ সতীৰ্থ, আমাৰ ডেকা বন্ধু ভাই হৰিশ দ্বিবেদী জী, বিভিন্ন ক্ৰীড়াৰ খেলুৱৈ, ৰাজ্য চৰকাৰৰ মন্ত্ৰী, বিধায়ক, আন সকলো জনপ্ৰতিনিধি, আন সকলো জ্যেষ্ঠ বিশিষ্ট ব্যক্তি, যুৱক-যুৱতী আৰু মোৰ মৰমৰ ভাই-ভনীসকল।বস্তি জিলাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ২০২২-২৩ বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ সাংসদ খেল মহাকুম্ভ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
January 18th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে বস্তি জিলাত আয়োজিত ২০২২-২৩ বৰ্ষৰ সংসদ খেল মহাকুম্ভৰ দ্বিতীয় পৰ্যায়ৰ ক্ৰীড়াৰ উদ্বোধন কৰিব৷ ২০২১ চনৰ পৰা বস্তি সমষ্টিৰ লোকসভাৰ সাংসদ শ্ৰী হৰিশ দ্বিবেদীয়ে সংসদ খেল মহাকুম্ভ আয়োজন কৰি আহিছে৷ খেল মহাকুম্ভৰ উদ্যোগত বিভিন্ন ইনড’ৰ আৰু আউটড’ৰ ক্ৰীড়া প্ৰতিযোগিতা যেনে-মল্লযুঁজ, কাবাডী, খো খো, বাস্কেটবল, ফুটবল, হকী, ভলীবল, হেণ্ডবল, দবা, কেৰম, বেডমিণ্টন, টেবুল টেনিছ ইত্যাদি অনুষ্ঠিত কৰা হয়। এইবোৰৰ উপৰিও খেল মহাকুম্ভত ৰচনা লিখা, চিত্ৰকলা, ৰঙালী আদি প্ৰতিযোগিতাও অনুষ্ঠিত হয়।G-20 Summit is an opportunity to present India's potential to the world: PM Modi ahead of Winter Session of Parliament
December 07th, 10:00 am
At the start of the Winter Session of Parliament, PM Modi said, G-20 Summit is an opportunity to present India's potential to the world in a holistic manner. The PM also urged all the party leaders and floor leaders to encourage the first time MPs by giving them maximum opportunities and hoped that the Session would be productive.Venkaiah ji’s quality of always staying active will keep him connected to public life for a long time to come: PM
August 08th, 07:07 pm
PM Modi attended a farewell function for the Vice President Shri M. Venkaiah Naidu at GMC Balayogi Auditorium. Speaking on the occasion, the Prime Minister pointed out the quality of Shri Venkaiah Naidu of always staying active and engaged, a quality that will always keep him connected with the activities of public life.PM attends farewell function of Vice President Shri M. Venkaiah Naidu at Balayogi Auditorium
August 08th, 07:06 pm
PM Modi attended a farewell function for the Vice President Shri M. Venkaiah Naidu at GMC Balayogi Auditorium. Speaking on the occasion, the Prime Minister pointed out the quality of Shri Venkaiah Naidu of always staying active and engaged, a quality that will always keep him connected with the activities of public life.Prime Minister Narendra Modi to interact with beneficiaries of government schemes in Shimla, Himachal Pradesh
May 30th, 12:49 pm
Prime Minister Narendra Modi will interact with the beneficiaries of about sixteen schemes and progammes spanning nine Ministries and Departments of the Government of India as part of Azadi Ka Amrit Mahotsav celebrations. The national level event, named “Garib Kalyan Sammelan”, will be held at Shimla on 31st May.Prime Minister to interact with beneficiaries of government schemes on 31st May, 2022 at Shimla, Himachal Pradesh
May 29th, 09:19 am
Prime Minister Shri Narendra Modi will interact with the beneficiaries of about sixteen schemes and progammes spanning nine Ministries and Departments of the Government of India as part of Azadi Ka Amrit Mahotsav celebrations. The national level event, named “Garib Kalyan Sammelan”, will be held at Shimla on 31st May, 2022 where the Prime Minister will directly interact with the beneficiaries from across the country through videoconferencing.PM shares article on Mahatma Phule’s Legacy by Sunita Duggal, Member of Parliament
April 12th, 01:33 pm
The Prime Minister, Shri Narendra Modi has shared an article by the Member of Parliament from Lok Sabha, Ms Sunita Duggal. The article is on ‘The True Inheritor of Mahatma Phule’s Legacy of Empowering Underprivileged Women.’At Pariksha Pe Charcha, PM Modi emphasises educating the girl child
April 01st, 08:15 pm
Seema Chintan Desai, a parent from Navsari, Gujarat, asked PMModi about how society can contribute towards the upliftment of rural girls. To this, PM Modi replied that situation of girls has improved a lot compared to earlier times when girl education was ignored. He stressed that no society can improve without ensuring proper education of the girls.প্ৰাক্তন সাংসদ চি জংগা ৰেড্ডীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
February 05th, 12:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ প্ৰাক্তন সদস্য চি জংগা ৰেড্ডীৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।