Read what US President Trump said about India at ‘Namaste Trump’ in Ahmedabad...

February 24th, 05:25 pm

Addressing a huge gathering at the world’s largest cricket stadium in Ahmedabad, US President Trump said, “The story of the Indian nation is a tale of astounding progress, a miracle of democracy, extraordinary persity, and above all, you are noble people.”

PM Modi is my true friend: US President Donald Trump at ‘Namaste Trump’ in Ahmedabad

February 24th, 05:23 pm

Prime Minister Narendra Modi hosted US President Donald Trump at the world’s largest cricket stadium in Motera, where they jointly addressed a community programme – ‘Namaste Trump’. In his remarks, US President Donald Trump referred to PM Modi as his ‘true friend’.

গুজৰাটৰ আহমেদাবাদত ‘নমস্তে ট্রাম্প’ অনুষ্ঠানত প্রধানমন্ত্রীৰ সামৰণি ভাষণ

February 24th, 01:50 pm

আপুনিএইমাত্ৰ ভাৰত সম্পর্কে যিখিনি কথা কৈছে, আপুনি যিদৰে মহাত্মা গান্ধী, স্বামী বিবেকানন্দ আৰুচর্দাৰবল্লভ ভাই পেটেলক শ্রদ্ধাৰে স্মৰণ কৰিলে, ভাৰতৰ জনগণৰ ক্ষমতাৰ বিষয়ে ক’লে, সাফল্য আৰু সংস্কৃতিৰ বিষয়ে যিবোৰ কথা আপুনি ক’লে, মোৰ বিষয়েও আপুনি বহু কথা ক’লে, এই সকলোবোৰৰ বাবে দেশবাসীৰ হৈ আপোনাক বহু বহু ধন্যবাদ জনাইছো।প্ৰেছিডেণ্ট ট্রাম্পে কেৱল ভাৰতৰেই গৌৰৱ বৃদ্ধি কৰা নাই, বৰঞ্চ আমেৰিকাত বসবাস কৰি থকা প্ৰবাসী ভাৰতীয়সকলৰ প্ৰতিও সম্মান জনালে।

গুজৰাটৰ আহমেদাবাদত নমস্তে ট্ৰাম্প অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অভ্যৰ্থনাসূচক ভাষণ প্ৰদান

February 24th, 01:49 pm

আজি মোটেৰা ষ্টেডিয়ামত এক ইতিহাস ৰচিত হৈছে৷ আজি আমি ইতিহাসৰ পুনৰাবৃত্তি হোৱাও দেখা পাইছো৷ পাঁচ মাহ পূৰ্বে মই আমেৰিকা যাত্ৰাৰ সূচনা হাউষ্টনত হোৱা হাউডী মোদী কাৰ্যসূচীৰ জৰিয়তে কৰিছিলো আৰু আজি মোৰ মিত্ৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ ঐতিহাসিক ভাৰত যাত্ৰাৰ সূচনা আহমেদাবাদৰ নমস্তে ট্ৰাম্পৰ জৰিয়তে কৰিছে৷ আপোনালোকে কল্পনা কৰিব পাৰেনে যে তেওঁ আমেৰিকাৰ পৰা পোনে পোনে ইয়ালৈ আহিছে৷ ইমান দীঘলীয়া যাত্ৰাৰ পিছত ভাৰতত নামিয়েই ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু তেওঁৰ পৰিবাৰে পোনে পোনে সবৰমতী আশ্ৰমলৈ গৈছে আৰু তাৰ পৰা এই কাৰ্যসূচীলৈ আহিছে৷ বিশ্বৰ সবাতোকৈ বৃহৎ গণতন্ত্ৰত আপোনাক হৃদয়েৰে স্বাগতম জনাইছো৷

PM Modi addresses #NamasteTrump with President Trump in Ahmedabad

February 24th, 01:48 pm

PM Narendra Modi and US President Donald Trump addressed the 'Namaste Trump' community programme at the world's largest cricket stadium in Ahmedabad. Speaking about India-US ties, PM Modi said, There is so much that we share: Shared Values & Ideals, Shared Spirit of Enterprise & Innovation, Shared Opportunities & Challenges, Shared Hopes & Aspirations.

Glimpses from PM Modi and President Trump's roadshows in Ahmedabad...Have a look!

February 24th, 01:17 pm

PM Modi and President Trump held two mega roadshows in Ahmedabad. The first roadshow was from Ahmedabad airport to Sabarmati Ashram, where the leaders paid tribute to Mahatma Gandhi. The other roadshow commenced from Sabarmati Ashram and concluded at the cricket stadium in Motera, where the 'Namaste Trump' programme is being organised. People from all walks of life thronged the streets to welcome PM Modi and President Trump.

PM Modi and President Trump visit Sabarmati Ashram

February 24th, 12:46 pm

PM Narendra Modi, US President Donald Trump and the First Lady, Melania Trump visited the Sabarmati Ashram in Ahmedabad. They paid tribute to Mahatma Gandhi.

সপত্নীক ভাৰতলৈ আহিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি

February 11th, 10:28 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ ৰক্ষা কৰি দুদিনীয়া ভ্ৰমণসূচী লৈ ভাৰতত সপত্নীক উপস্থিত হ’ব আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্প। পত্নী মেলানিয়া ট্ৰাম্পৰ সৈতে অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত ভাৰতলৈ আহিব ৰাষ্ট্ৰপতি ট্ৰাম্প। উল্লেখ্য যে ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিব ট্ৰাম্প।

We consider the USA a valued partner: PM Modi

June 27th, 03:22 am

Prime Minister Narendra Modi during the joint press statement with the US President said, We consider USA a valued partner in our flagship programmes. The PM remarked that trade, commerce and investment, technology, innovation and knowledge economy were key areas of India-US cooperation.