গুজৰাটৰ দেৱাল ভাঙি পৰা ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
October 12th, 05:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ মেহছানা জিলাত দেৱাল ভাঙি প্ৰাণ হেৰুওৱা লোকসকলৰ গভীৰ শোক প্ৰকাশ কৰে।গুজৰাটৰ মহেছনাৰ ভলিনাথ মহাদেৱ মন্দিৰত পূজা আৰু দৰ্শন সম্পন্ন কৰে প্ৰধানমন্ত্ৰীয়ে
February 22nd, 07:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ মহেছনাৰ ভলিনাথ মহাদেৱ মন্দিৰত পূজা আৰু দৰ্শন সম্পন্ন কৰে।গুজৰাটৰ মহেচাণাত একাধিক উন্নয়নমূলক পদক্ষেপৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
October 30th, 09:11 pm
পোন প্ৰথমে গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু চৰকাৰক ধন্যবাদ জনাইছো যে মই আপোনালোকৰ মাজলৈ অহাৰ এক সুযোগ লাভ কৰিছোঁ। আপোনালোক সকলোৰে ওচৰলৈ আহি, আপোনালোক সকলোকে লগ পাই পুলকিত হৈছোঁ। আজি ৩০ অক্টোবৰ আৰু কাইলৈ ৩১ অক্টোবৰ, এই দুয়োটা দিন আমাৰ সকলোৰে বাবে অতি প্ৰেৰণাদায়ক দিন। আজি স্বাধীনতা সংগ্ৰামত জনজাতীয় লোকসকলক নেতৃত্ব প্ৰদানেৰে বৃটিছক বিৰক্ত কৰি তোলা গোবিন্দ গুৰুজীৰ মৃত্যু বাৰ্ষিকী। আৰু কাইলৈ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী। আমাৰ প্ৰজন্মই সঁচা অৰ্থত বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি স্থাপনেৰে চৰ্দাৰ চাহেবৰ প্ৰতি সৰ্বোচ্চ শ্ৰদ্ধা প্ৰকাশ কৰিছে আৰু আগন্তুক প্ৰজন্মই চৰ্দাৰ চাহেবৰ প্ৰতিমূৰ্তি দেখা মাত্ৰেকে ৰোমাঞ্চিত হৈ উঠিব। গুৰু গোবিন্দজীয়ে সমগ্ৰ জীৱন ভাৰত মাতৃৰ স্বাধীনতাৰ সংগ্ৰামত আৰু জনজাতীয় সমাজৰ সেৱাত অতিবাহিত কৰিছিল, তেওঁৰ সেৱা আৰু দেশপ্ৰেমৰ মনোভাৱ ইমানেই গভীৰ আছিল যে ই ত্যাগৰ পৰম্পৰাৰ সৃষ্টি কৰিছিল। আৰু তেওঁ নিজেই ত্যাগৰ প্ৰতীক হৈ পৰিল।গুজৰাটৰ মহেচাণাত প্ৰায় ৫৮০০ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
October 30th, 04:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ মহেচাণাত প্ৰায় ৫৮০০ কোটি টকা মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহ ৰেল, পথ, খোৱাপানী আৰু জলসিঞ্চনৰ দৰে একাধিক খণ্ডৰ অন্তৰ্গত।প্ৰধানমন্ত্ৰীয়ে ৩০-৩১ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব
October 29th, 02:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০-৩১ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব। ৩০ অক্টোবৰত ৰাতিপুৱা প্ৰায় ১০.৩০ বজাত, তেওঁ অম্বাজী মন্দিৰত পূজা আৰু দৰ্শন কৰিব। তাৰ পিছত দুপৰীয়া প্ৰায় ১২ বজাত তেওঁ মেহছানাত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ৩১ অক্টোবৰত, ৰাতিপুৱা প্ৰায় ৮ বজাত, তেওঁ কেৱড়িয়া ভ্ৰমণ কৰিব য'ত তেওঁ ষ্টেচু অৱ ইউনিটিত পুষ্পাঞ্জলি আগবঢ়াব। ইয়াৰ পিছত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হ'ব। তেওঁ আধাৰশিলা স্থাপন কৰিব আৰু একাধিক প্ৰকল্প উদ্বোধন কৰিব। তাৰ পিছত, ৰাতিপুৱা প্ৰায় ১১.১৫ বজাত তেওঁ আৰম্ভ ৫.০ত ৯৮তম কমন ফাউণ্ডেচন পাঠ্যক্ৰমৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলক সম্বোধন কৰিব।৯-১১ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
October 08th, 12:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ গুজৰাটৰ লগতে ১১ অক্টোবৰতে মধ্যপ্ৰদেশো ভ্ৰমণ কৰিব।BJP's only agenda is development, Congress involved in divisive tactics: PM Modi
December 09th, 02:05 pm
PM Modi today lashed out at the Congress party for seeking votes in the name of caste. He slated them for pisive politics. He highlighted that the BJP's agenda was only development and urged people to elect a stable BJP government devoted to serve the people in Gujarat.Gujarat Chief Minister announces Rs.2,555-crore for new works for Mehsana district
January 10th, 11:02 am
Gujarat Chief Minister announces Rs.2,555-crore for new works for Mehsana districtMaruti Suzuki to set up manufacturing facility in Mehsana, Gujarat
October 29th, 08:04 am
Maruti Suzuki to set up manufacturing facility in Mehsana, Gujarat