
প্ৰধানমন্ত্ৰীয়ে মৌলানা আজাদৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
November 11th, 09:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৌলানা আজাদৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে তেওঁক জ্ঞানৰ আলোকচিত্ৰ বুলি অভিহিত কৰে আৰু ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁৰ ভূমিকাৰ বাবে প্ৰশংসা কৰে।
জন্ম জয়ন্তীত মৌলানা আজাদক স্মৰণ প্ৰধানমন্ত্ৰীৰ
November 11th, 12:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মৌলানা আজাদক তেওঁৰ জন্ম জয়ন্তীত স্মৰণ কৰে। শ্ৰী মোদীয়ে কয় যে মৌলানা আজাদ এগৰাকী বিদগ্ধ পণ্ডিত আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক বিশেষ স্তম্ভ। দেশৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি মৌলানা আজাদৰ অংগীকাৰ আৰু প্ৰতিশ্ৰুতি প্ৰশংসনীয় বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।
মৌলানা আজাদৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য
November 11th, 10:04 am
মৌলানা আজাদৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰে। স্বাধীনতা সংগ্ৰামত তেওঁ আগবঢ়োৱা অৱদানৰ লগতে শিক্ষাৰ প্ৰতি থকা তেওঁৰ বিশেষ অনুৰাগৰ কথাও স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে।মৌলানা আজাদ আৰু আচাৰ্য কৃপালিনীৰ জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদ
November 11th, 03:04 pm
মৌলানা আজাদ আৰু আচাৰ্য কৃপালিনীৰ জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে।