All-round development of Manipur is the priority of BJP: PM Modi
March 01st, 11:36 am
Prime Minister Narendra Modi today addressed a virtual public meeting in Manipur. PM Modi started his address by bestowing honour upon the noted personalities who have shaped and glorified Manipur. PM Modi further told people that the whole country was watching how Manipur is voting for development in the first phase of elections.PM Modi addresses a virtual public meeting in Manipur
March 01st, 11:31 am
Prime Minister Narendra Modi today addressed a virtual public meeting in Manipur. PM Modi started his address by bestowing honour upon the noted personalities who have shaped and glorified Manipur. PM Modi further told people that the whole country was watching how Manipur is voting for development in the first phase of elections.Manipur is becoming the gateway to trade with the rest of East Asia: PM Modi in Imphal
February 22nd, 10:45 am
Prime Minister Narendra Modi today addressed a public meeting in Imphal, Manipur. PM Modi started his address by highlighting that Manipur has completed 50 years of its establishment in the past month only. PM Modi said, “In the decades of Congress rule, Manipur only got inequality and unbalanced development. But in the last five years, the Double Engine Sarkar of BJP has made sincere efforts for the development of Manipur.”PM Modi addresses a public meeting in Imphal, Manipur
February 22nd, 10:41 am
Prime Minister Narendra Modi today addressed a public meeting in Imphal, Manipur. PM Modi started his address by highlighting that Manipur has completed 50 years of its establishment in the past month only. PM Modi said, “In the decades of Congress rule, Manipur only got inequality and unbalanced development. But in the last five years, the Double Engine Sarkar of BJP has made sincere efforts for the development of Manipur.”মণিপুৰত বিভিন্ন উন্নয়ণী প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 04th, 09:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ইম্ফলত প্ৰায় ১৮৫০ কোটি টকা মূল্যৰ ১৩ টা প্ৰকল্প উদ্বোধন আৰু প্ৰায় ২৯৫০ কোটি টকা মূল্যৰ ৯ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰাজি পথ আন্তঃগাঁথনি, খোৱা পানী যোগান, স্বাস্থ্য, নগৰ উন্নয়ন, গৃহ, তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ, কলা আৰু সংস্কৃতি আদিৰ দৰে ভিন্ন খণ্ডৰ সৈতে সম্পৰ্কীয়।মণিপুৰৰ ইম্ফলত ভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
January 04th, 09:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ইম্ফলত প্ৰায় ১৮৫০ কোটি টকা মূল্যৰ ১৩ টা প্ৰকল্প উদ্বোধন আৰু প্ৰায় ২৯৫০ কোটি টকা মূল্যৰ ৯ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰাজি পথ আন্তঃগাঁথনি, খোৱা পানী যোগান, স্বাস্থ্য, নগৰ উন্নয়ন, গৃহ, তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ, কলা আৰু সংস্কৃতি আদিৰ দৰে ভিন্ন খণ্ডৰ সৈতে সম্পৰ্কীয়।টকিঅ' অলিম্পিকত অংশ গ্ৰহণ কৰিবলৈ যোৱা ভাৰতীয় ক্রীড়াবিদসকলৰ সৈতে ভার্চুৱেল বৈঠকত প্রধানমন্ত্রীৰ ভাষণৰ মূল বক্তব্য
July 13th, 05:02 pm
মই আপোনালোকৰ সৈতে কথা পাতিবলৈ পাই খুবেই আনন্দিত। যদিও মই সকলোৰে সৈতে কথা পাতিব পৰা নাই, তথাপি আজি সমগ্র দেশৰ মানুহে আপোনালোকৰ আবেগ আৰু উৎসাহ অনুধাবন কৰিব পাৰিছে। এই বাৰ্তালাপৰ কর্মসূচীত আমাৰ সৈতে উপস্থিত আছে দেশৰ ক্রীড়ামন্ত্রী শ্রী অনুৰাগ ঠাকুৰ। ঠিক একেদৰে আমাৰ বর্তমান আইনমন্ত্রী শ্রী কিৰেন ৰিজিজু’জী, যি কিছুদিন আগলৈকে ক্রীড়ামন্ত্রী হিচাপে আপোনালোকৰ বাবে অনেক কাম কৰিছে। কনিষ্ঠতম ক্রীড়া প্রতিমন্ত্রী শ্রী নিতীশ প্রামাণিক’জী আমাৰ সৈতে আছে। সমস্ত ক্রীড়া সংস্থাৰ প্রধান, তেওঁলোকৰ সদস্য আৰু টকিঅ' অলিম্পিকত অংশ গ্ৰহণ কৰিবলৈ গৈছে আমাৰ সহকর্মী তথা খেলুৱৈৰ পৰিয়ালৰ সদস্যসকল- তেওঁলোকৰ সকলোৰে সৈতে আজি এক ভার্চুৱেল মাধ্যমত আমাৰ কথোপকথন হৈছে। সেয়ে মই আপোনালোক সকলোকে মোৰ দিল্লীৰ ঘৰলৈ আমন্ত্রণ জনাব পৰা হ'লে আৰু ভাল লাগিল হেতেন আৰু মই আপোনালোকৰ সৈতে ব্যক্তিগতভাবে দেখা কৰিব পাৰিলো হেতেন। ইয়াৰ আগতেও মই এই ধৰণৰ কাম কৰিছো। মোৰ বাবে এই ধৰণৰ অনুষ্ঠান খুবেই আনন্দদায়ক। অৱশ্যে এইবাৰ কৰোণাৰ কাৰণে সেয়া সম্ভব হোৱা নাই। তদুপৰি অর্ধেকৰ বেছি খেলুৱৈয়ে ইতিমধ্যেই বিদেশত প্রশিক্ষণ লৈছে। কিন্তু আপোনালোকক প্রতিশ্রুতি দিছো যে, আপোনালোক উভতি আহিলে মই অৱশ্যই দেখা কৰিম। কৰোণা পৰিস্থিতিয়ে অনেক কিছুৰ পৰিৱর্তন ঘটাইছে। অলিম্পিকৰ বছৰো বদলিছে, যেনেকৈ আপোনালোকে প্রস্তুতি চলাইছিল, তাৰো পৰিৱৰ্তন ঘটিছে। অলিম্পিক আৰম্ভ হ'বলৈ এতিয়া আৰু মাত্র ১০ দিন বাকী আছে। আপোনালোকে টকিঅ'ত এক ভিন্ন ধৰণৰ পৰিবেশ দেখিবলৈ পাব।টকিঅ’ অলিম্পিকলৈ যাবলগীয়া ভাৰতীয় খেলুৱৈসকলৰে কৰা প্ৰধানমন্ত্ৰীৰ বৰ্তালাপৰ পাঠ
July 13th, 05:01 pm
প্ৰধানমন্ত্ৰী : দীপিকা জী যোৱাবাৰৰ ‘মন কী বাত’ত মই আপোনাৰ লগতে আপোনাৰ কেবাগৰাকী সতীৰ্থৰ সম্পৰ্কে আলোচনা কৰিছিলো। অলপতে পেৰিছত সোণৰ পদক জয় কৰি আপুনি যি পাৰদৰ্শিতাৰ নিদৰ্শন দেখুৱালে তাৰ পিচততো সমগ্ৰ দেশতে আপোনাৰ বিষয়ে আলোচনা চলিবলৈ ধৰিছে। এতিয়া আপুনি ৰেংকিঙত ‘ৱৰ্ল্ড নাম্বৰ-১’ হৈ গ’ল। মই জানিব পাৰিছো যে আপুনি শৈশৱতে আম পাৰিবলৈ গৈ ফৰ্মুটি মাৰিছিল। সেই তেতিয়াই আমলৈ মৰা ফৰ্মুটিৰে আৰম্ভ হোৱা আপোনাৰ এই যাত্ৰা দৰাচলতেই গুৰুত্বপূৰ্ণ আছিল। আপোনাৰ এই যাত্ৰাৰ বিষয়ে দেশে বহুত কথা জানিব বিচাৰিছে। যদি আপুনি কিছু কথা অৱগত কৰে তেন্তে ভাল লাগিব।টকিঅ’ অলিম্পিক অভিমুখী ভাৰতীয় খেলুৱৈ দলেৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
July 13th, 05:00 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে টকিঅ’ অলিম্পিক অভিমুখী ভাৰতীয় খেলুৱৈ দলেৰে মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰীৰদ্বাৰা এই মত-বিনিময় হৈছে ক্ৰীড়াসমূহত খেলুৱৈসকলৰ অংশগ্ৰহণৰ পূৰ্বে তেওঁলোকক উৎসাহিত কৰাৰ এটি প্ৰচেষ্টা। এই কাৰ্য্যসূচীত যুৱ পৰিক্ৰমা ও ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰ; যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিসিথ প্রামানিক আৰু আইনমন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱো উপস্থিত থাকে।মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয়ৰ বাবে মেৰী কমক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
November 24th, 06:12 pm
মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰাৰ বাবে মেৰী কমক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে৷North-East can be the New Engine of India’s growth: PM Narendra Modi
March 16th, 01:00 pm
Speaking at the function for foundation stone laying ceremony and dedication of multiple development projects in Manipur, PM Modi appreciated the Manipur government for ensuring law and order, curbing corruption by promoting transparency and rapid infrastructure development in the region. “India’s growth story shall never be complete until the eastern part of our country progresses at par with the western part. The North-East can be the New Engine of India’s growth”, he remarked.মণিপুৰত উন্নয়নমুলক প্ৰকল্পৰ শুভাৰম্ভ আৰু ৰাজহুৱা সভা ভাষণ প্ৰধানমন্ত্ৰীৰ
March 16th, 12:55 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি মণিপুৰত ৭৫০ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্পৰ শুভাৰম্ভ কৰে। তেওঁ ৰাষ্ট্ৰীয় ক্রীড়া বিশ্ববিদ্যালয়, ১,০০০টা অংগনৱাড়ী কেন্দ্রকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ ৰানী গাইদিনলু পার্কত লুয়াংপোকপা মাল্টি স্পর্টছ কমপ্লেক্স তথা আৰু একাধিক উন্নয়নমুলক প্রকল্পৰো উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে লুয়াংছাংবামত এখন জনসভাতো ভাষণ আগবঢ়ায়।PM congratulates Mary Kom on her gold at Asian Confederation Women’s Boxing Championships
November 08th, 04:21 pm
The Prime Minister Shri Narendra Modi has congratulated Indian Boxer Mary Kom on her gold at Asian Confederation Women’s Boxing Championships.