২০০১ চনৰ সংসদ আক্ৰমণৰ ঘটনাৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
December 13th, 10:21 am
২০০১ চনৰ সংসদ আক্ৰমণত শ্বহীদ হোৱা লোকসকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।জম্মু-কাশ্মীৰৰ দ্ৰাছত কাৰ্গিল বিজয় দিৱস সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
July 26th, 09:30 am
লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ বি ডি মিশ্ৰ,কেন্দ্ৰীয় মন্ত্ৰী সঞ্জয় শেঠ, চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান, তিনিওটা বাহিনীৰ মুৰববী, কাৰ্গিল যুদ্ধৰ সময়ৰ সেনাপ্ৰধান জেনেৰেল ভি পি মালিক, প্ৰাক্তন সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে, বীৰ বঁটা প্ৰাপক, বীৰ সৈনিকৰ মাতৃ, সাহসী মহিলা আৰু তেওঁলোকৰ সকলো পৰিয়াল,প্ৰধানমন্ত্ৰীয়ে কাৰ্গিল বিজয় দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু লাডাখৰ শ্ৰদ্ধাঞ্জলি সমাৰোহত উপস্থিত থাকে
July 26th, 09:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাডাখত ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে কৰ্তব্যৰত অৱস্থাত সৰ্বোচ্চ বলিদান আগবঢ়োৱা সাহসী বীৰসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ শ্ৰদ্ধাঞ্জলী সমাৰোহতো অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে গৌৰৱ গাঁথা- শীৰ্ষক এনচিঅ'ৰ দ্বাৰা কাৰ্গিল যুদ্ধ সন্দৰ্ভত চমু ব্যাখ্যা শুনে আৰু অমৰ সংস্মৰণ : শীৰ্ষক স্মৰণৰ কুটি পৰিদৰ্শন কৰে। তেওঁ বীৰ ভূমিও পৰিদৰ্শন কৰে।প্ৰধানমন্ত্ৰীয়ে পুলৱামাত শ্বহীদ হোৱা সাহসী বীৰসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
February 14th, 11:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনত পুলৱামাত শ্বহীদ হোৱা সাহসী বীৰসকলক স্মৰণ কৰে।বিজয় দিৱস উপলক্ষে সাহসী বীৰসকললৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
December 16th, 09:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বিজয় দিৱস’ উপলক্ষে ১৯৭১ চনৰ যুদ্ধত কৰ্তব্যনিষ্ঠাৰে ভাৰতৰ প্ৰতি সেৱা আগবঢ়োৱা সাহসী বীৰসকললৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।২০০১ চনত সংসদত সংঘটিত আক্ৰমণত শ্বহীদ হোৱা সাহসী নিৰাপত্তাৰক্ষীক আন্তৰিক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
December 13th, 09:47 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০০১ চনত সংসদত সংঘটিত আক্ৰমণত শ্বহীদ হোৱা সাহসী নিৰাপত্তাৰক্ষী জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে৷বিজয় দিৱসৰ প্ৰাকমুহূৰ্তত আৰ্মী হাউছৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী
December 15th, 08:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজয় দিৱসৰ প্ৰাকক্ষণত আৰ্মি হাউচত ‘এট হোম’ শীৰ্ষক অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰে।আমাৰ যুৱপ্ৰজন্মই সকলো ক্ষেত্ৰতে দেশক গৌৰৱান্বিত কৰিছে: মন কী বাতত প্ৰধানমন্ত্ৰী
July 31st, 11:30 am
বন্ধুসকল, ৩১ জুলাই, অৰ্থাৎ আজিৰ দিনটোতে আমি সকলো দেশবাসীয়ে শ্বহীদ উধম সিংজীৰ বলিদানক নমস্কাৰ জনাও। মই আন সকলো মহান বিপ্লৱীলৈ মোৰ নম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো যিসকলে দেশৰ বাবে তেওঁলোকৰ সকলো ত্যাগ কৰিছে।আমি পানী সংৰক্ষণ কৰিবলৈ সকলোধৰণৰ প্ৰয়াস কৰিব লাগিব: মন কী বাতত প্ৰধানমন্ত্ৰী
March 27th, 11:00 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। যোৱা সপ্তাহত, আমি এনে এক কৃতিত্ব অৰ্জন কৰিছিলোঁ যিয়ে আমাক গৌৰৱান্বিত কৰি তুলিছিল। আপুনি হয়তো শুনিছে যে ভাৰতে যোৱা সপ্তাহত ৪০০ বিলিয়ন ডলাৰ, অৰ্থাৎ ৩০ লাখ কোটি টকাৰ ৰপ্তানিৰ লক্ষ্য লাভ কৰিছে। প্ৰথমবাৰৰ বাবে, এনে লাগে যে ই অৰ্থনীতিৰ সৈতে সম্পৰ্কিত, কিন্তু ই অৰ্থনীতিতকৈ অধিক, ই ভাৰতৰ শক্তি, ভাৰতৰ সম্ভাৱনাৰ সৈতে সম্পৰ্কিত। এটা সময়ত, ভাৰতৰ পৰা ৰপ্তানিৰ পৰিমাণ আছিল ১০০ বিলিয়ন, কেতিয়াবা ১৫০ বিলিয়ন, কেতিয়াবা ২০০ বিলিয়ন, এতিয়া, ভাৰত ৪০০ বিলিয়ন ডলাৰত উপনীত হৈছে। ইয়াৰ অৰ্থ হৈছে যে সমগ্ৰ বিশ্বতে ভাৰতত নিৰ্মাণ কৰা বস্তুৰ চাহিদা বৃদ্ধি পাইছে, আনটোৰ অৰ্থ হৈছে যে ভাৰতৰ যোগান শৃংখলা দিনক দিনে শক্তিশালী হৈ আহিছে আৰু ইয়াৰ এটা ডাঙৰ বাৰ্তাও আছে। যেতিয়া সংকল্প সপোনতকৈ ডাঙৰ হয় তেতিয়া দেশখনে মহান পদক্ষেপ গ্ৰহণ কৰে। যেতিয়া অহৰ্নিশে সংকল্পৰ বাবে আন্তৰিক প্ৰচেষ্টা কৰা হয়, সেই সংকল্পবোৰো প্ৰমাণিত হয়, আৰু আপুনি দেখিছে, এজন ব্যক্তিৰ জীৱনতো একে ধৰণৰ ঘটনা ঘটে। যেতিয়া এজনৰ সংকল্প, তেওঁৰ প্ৰচেষ্টা তেওঁৰ সপোনতকৈ ডাঙৰ হয়, তেতিয়া সাফল্য নিজে বাট বুলি তেওঁৰ ওচৰলৈ আহে।ভাৰতীয় সংস্কৃতিৰ স্পন্দনে সমগ্ৰ বিশ্বৰ জনতাক সদায়েই আকৰ্ষিত কৰেঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
January 30th, 11:30 am
বন্ধুসকল, স্বাধীনতাৰ অমৃত মহোৎসৱত, দেশখনে এই প্ৰচেষ্টাৰ জৰিয়তে ইয়াৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ পুনৰ প্ৰতিষ্ঠা কৰি আছে। আমি দেখিছিলো যে ইণ্ডিয়া গেটৰ ওচৰত থকা 'অমৰ জোৱান জ্যোতি' আৰু ওচৰৰ 'ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক'ৰ অগ্নি সন্মিলিত কৰা হৈছিল। এই আৱেগিক অনুষ্ঠানত, বহুতো দেশবাসী আৰু শ্বহীদ পৰিয়ালৰ চকুত চকুপানী আছিল। 'ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক'ত স্বাধীনতাৰ পিছৰে পৰা দেশৰ সকলো শ্বহীদৰ নাম লিপিবদ্ধ কৰা হৈছে। মোলৈ কিছুমান প্ৰাক্তন সেনা জোৱানে লিখিছে যে – শ্বহীদসকলৰ স্মৃতিৰ সন্মুখত জ্বলি থকা 'অমৰ জোৱান জ্যোতি' শ্বহীদসকলৰ অমৰত্বৰ প্ৰতীক। সঁচাকৈয়ে, 'অমৰ জোৱান জ্যোতি'ৰ দৰে, আমাৰ শ্বহীদসকল, তেওঁলোকৰ অনুপ্ৰেৰণা আৰু তেওঁলোকৰ অৱদানো অমৰ। মই আপোনালোক সকলোকে ক'ম, যেতিয়াই আপোনালোকে সুযোগ পায়, আপুনি 'ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক' দৰ্শন কৰিব। আপোনাৰ পৰিয়াল আৰু সন্তানকো লৈ যাওক। ইয়াত আপুনি এক পৃথক শক্তি আৰু অনুপ্ৰেৰণা অনুভৱ কৰিব।২০০১ চনৰ সংসদ ভৱনত আক্ৰমণৰ শ্বহীদসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
December 13th, 11:42 am
২০০১চনত সংসদ ভৱনত সংঘটিত আক্ৰমণত কৰ্তব্যৰত অৱস্থাত শ্বহীদ হোৱা সকলো নিৰাপত্তাৰক্ষীলৈ শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷PM condemns the the attack on the Assam Rifles convoy in Manipur
November 13th, 07:15 pm
The Prime Minister, Shri Narendra Modi has condemned the attack on the Assam Rifles convoy in Manipur. He paid homage to those soldiers and family members who have been martyred today.নতুন দিল্লীত প্ৰতিৰক্ষা কাৰ্যালয় চৌহদ উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 16th, 11:01 am
কাৰ্যক্ৰমত উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ জ্যেষ্ঠ সহযোগী শ্ৰীমান ৰাজনাথ সিং জী, হৰদীপ সিং পুৰী জী, অজয় ভট্ট জী, কৌশল কিশোৰ জী, ‘চীফ অব ডিফেন্স ষ্টাফ’ জেনেৰেল বিপিন ৰাৱট জী, তিনওটা সেনা বাহিনীৰ মুৰব্বীসকল, জ্যেষ্ঠ বিষয়াবৰ্গ, উপস্থিত মহানুভৱ আৰু মহিলা তথা সজ্জনসকল।প্রধানমন্ত্রীয়ে কস্তুৰবা গান্ধী মার্গ আৰু আফ্রিকা এভিনিউত প্রতিৰক্ষা দপ্তৰৰ অফিচ কমপ্লেক্সৰ উদ্বোধন কৰিছে
September 16th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি নতুন দিল্লীৰ কস্তুৰবা মার্গ আৰু আফ্রিকা এভিনিউত প্রতিৰক্ষা বিভাগৰ অফিচ কমপ্লেক্সৰ উদ্বোধন কৰিছে। তেওঁ আফ্রিকা এভিনিউত প্রতিৰক্ষা বিভাগৰ অফিচ কমপ্লেক্স ঘুৰি চায় আৰু সেনাবাহিনী, নৌ-বাহিনী, বিমানবাহিনী তথা অসামৰিক বিষয়াসকলৰ সৈতে মত বিনিময় কৰে।পুনৰনিৰ্মিত জালিয়ানাৱালা বাগ স্মাৰক চৌহদ ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অনুবাদ
August 28th, 08:48 pm
পাঞ্জাৱৰ ৰাজ্যপাল শ্ৰী ভি পি সিং বদনৌৰ জী, পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেন অমৰেন্দৰ সিং জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডত মোৰ সহযোগী শ্ৰী জী কিষাণ ৰেড্ডী জী, শ্ৰী অৰ্জুন ৰাম মেঘবাল জী, শ্ৰী সোম প্ৰকাশ জী, সংসদৰ মোৰ সহযোগী শ্ৰী শ্বেত মালিক জী, কাৰ্যক্ৰমত জড়িত হোৱা সকলো মুখ্যমন্ত্ৰীবৰ্গ, জন-প্ৰতিনিধিবৰ্গ, শ্বহীদৰ পৰিয়ালবৰ্গ, ভাই আৰু ভনীসকল!প্রধানমন্ত্রীয়ে জাতিৰ উদ্দেশ্যে জালিয়ানৱালাবাগ স্মাৰকৰ পুনর্নিমিত প্রাঙ্গনটো উৎসর্গ কৰিছে
August 28th, 08:46 pm
ধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত জালিয়ানৱালাবাগ স্মাৰকৰ পুনর্নিমিত প্রাঙ্গনটো জাতিৰ উদ্দেশ্যে উৎসর্গ কৰে। তেওঁ স্মাৰক সংগ্রহশালাৰ গেলাৰীবিলাকো উদ্বোধন কৰে। কেন্দ্রীয় চৰকাৰে স্মাৰক প্রাঙ্গনটোৰ উন্নয়নকল্পে এলানি পদক্ষেপ লৈছে।পুণৰ্নিৰ্মিত জালিয়ানৱালা বাগ স্মাৰকৰ কিছু দৃশ্য
August 27th, 07:38 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুণৰ্নিৰ্মিত জালিয়ানৱালা বাগ স্মাৰক ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব, ২৮ আগষ্ট, শনিবাৰে। তেওঁ স্মাৰকত নিৰ্মিত সংগ্ৰহালয় উদ্বোধন কৰিব। চৌহদটোৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহো এই অনুষ্ঠানৰ জৰিয়তে প্ৰদৰ্শন কৰা হ'ব।PM to dedicate renovated complex of Jallianwala Bagh Smarak to the nation on 28th August
August 26th, 06:51 pm
Prime Minister Shri Narendra Modi will dedicate the renovated complex of Jallianwala Bagh Smarak to the nation on 28th August, 2021 at 6:25 PM via video conferencing. He will also inaugurate museum galleries developed at the Smarak. The event will also showcase the multiple development initiatives taken by the government to upgrade the complex.জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ শ্বহীদসকললৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধা নিবেদন
April 13th, 09:25 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰিছে।শ্বহীদ দিৱসত শ্বহীদসকললৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জল
March 23rd, 09:08 am
আজি শ্বহীদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভগৎ সিং, সুখদেব আৰু ৰাজগুৰুলৈ শ্ৰদ্ধা নিবেদন কৰিছে।