৩০.০৯.২০১৮ তাৰিখৰ প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ ৪৮তম খণ্ডৰ অসমীয়া অনুবাদ
September 30th, 11:30 am
মোৰ মৰমৰ দেশবাসী সকল, নমস্কাৰ৷ বোধহয় এনেকুৱা ভাৰতীয় কমেই ওলাব যি আমাৰ সৈন্যবাহিনীক লৈ গৌৰৱ নকৰিব৷ প্ৰত্যেক ভাৰতীয়ই যিকোনো জাতি, ধৰ্ম, পন্থ অথবা ভাষা নিৰ্বিশেষে- আমাৰ সৈনিকসমূহৰ প্ৰতি নিজৰ সন্তোষ অভিব্যক্ত আৰু সমৰ্থন প্ৰদৰ্শনৰ বাবে সদায়েই তৎপৰ হৈ থাকে৷ কালি ভাৰতৰ এশ পঁচিশ কোটি দেশবাসীয়ে পৰাক্ৰম দিৱস উদযাপন কৰিলে৷A strong India-U.S. partnership can anchor peace, prosperity & stability across the world: PM Modi
June 08th, 09:40 pm