
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
January 25th, 01:00 pm
ভাৰতৰ প্ৰথম গণৰাজ্য দিৱসত, ইণ্ডোনেছিয়া আমাৰ মুখ্য অতিথি দেশ আছিল। আৰু এয়া আমাৰ বাবে অতি গৌৰৱৰ বিষয় যে যেতিয়া আমি গণতন্ত্ৰৰ ৭৫ বছৰ উদযাপন কৰি আছোঁ, সেই সময়ত ইণ্ডোনেছিয়া আকৌ এবাৰ, এই ঐতিহাসিক অনুষ্ঠানৰ অংশ হৈছে। এই উপলক্ষে, মই ৰাষ্ট্ৰপতি প্ৰবোৱোক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ।
Minimum Support Prices (MSP) for Raw Jute for 2025-26 Season
January 22nd, 03:09 pm
The Cabinet Committee on Economic Affairs (CCEA), chaired by the PM Modi, has approved the MSP of Raw Jute for Marketing season 2025-26. The MSP of Raw Jute (TD-3 grade) has been fixed at Rs.5,650/- per quintal for 2025-26 season. This would ensure a return of 66.8 percent over the all India weighted average cost of production. The approved MSP of raw jute for Marketing season 2025-26 is in line with the principle of fixing MSP at a level of at least 1.5 times all India weighted average cost of production as announced by the Government in the Budget 2018-19.
RJD has given only two things to Bihar, Jungle Raj and Corruption: PM Modi in Gaya
April 16th, 10:30 am
Amidst the ongoing election campaigning, Prime Minister Narendra Modi addressed a public meeting in Gaya, Bihar. Seeing the massive crowd, PM Modi said, “This immense public support, your enthusiasm, clearly indicates - June 4, 400 Paar! Gaya and Aurangabad have announced today – Phir Ek Baar, Modi Sarkar!”PM Modi addresses public meetings in Gaya and Purnea, Bihar
April 16th, 10:00 am
Amidst the ongoing election campaigning, Prime Minister Narendra Modi addressed public meetings in Gaya and Purnea, Bihar. Seeing the massive crowd, PM Modi said, “This immense public support, your enthusiasm, clearly indicates - June 4, 400 Paar! Bihar has announced today – Phir Ek Baar, Modi Sarkar! This election is for 'Viksit Bharat' and 'Viksit Bihar'.”নতুন দিল্লীৰ ভাৰত টেক্স ২০২৪ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 26th, 11:10 am
কেবিনেটত থকা মোৰ সহকৰ্মী পীয়ুষ গোৱেলজী, দৰ্শনা জাৰ্দোশজী, বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত, জ্যেষ্ঠ কূটনীতিবিদ, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিষয়া, ফেশ্বন আৰু বস্ত্ৰ জগতৰ সৈতে জড়িত সকলো সহকৰ্মী, যুৱ উদ্যোগী, শিক্ষাৰ্থী, আমাৰ শিপিনী আৰু আমাৰ শিল্পী বন্ধু, মহিলা আৰু ভদ্ৰলোকসকল! ভাৰত মণ্ডপমত চলি থকা ভাৰত টেক্সলৈ আপোনালোক সকলোকে অভিনন্দন! আজিৰ এই অনুষ্ঠানটো নিজেই অতি বিশেষ। বিশেষ এইবাবেই যে ই ভাৰতৰ দুটা বৃহৎ প্ৰদৰ্শনী কেন্দ্ৰ, ভাৰত মণ্ডপম আৰু যশোভুমিত দুয়োটা একেলগে হৈ আছে। আজি, ৩,০০০ ৰো অধিক প্ৰদৰ্শক... ১০০ খন দেশৰ প্ৰায় ৩,০০০ ক্ৰেতা... ৪০,০০০ৰো অধিক বাণিজ্য দৰ্শনাৰ্থী... একেলগে এই অনুষ্ঠানটোৰ সৈতে জড়িত। এই অনুষ্ঠানটোৱে বস্ত্ৰ পৰিৱেশতন্ত্ৰৰ সকলো অংশীদাৰ আৰু সেই লোকসকলক সমগ্ৰ মূল্য শৃংখলাটোৰ বাবে একত্ৰিত হ'বলৈ এখন মঞ্চ প্ৰদান কৰিছে।নতুন দিল্লীত ভাৰত টেক্স ২০২৪ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
February 26th, 10:30 am
এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰত টেক্স ২০২৪লৈ সকলোকে আদৰণি জনাই কয় যে আজিৰ এই অনুষ্ঠানটো বিশেষ কাৰণ ভাৰতৰ দুটা বৃহৎ প্ৰদৰ্শনী কেন্দ্ৰ ক্ৰমে ভাৰত মণ্ডপম আৰু যশোভূমিত এই অনুষ্ঠান অনুষ্ঠিত হৈছে। তেওঁ প্ৰায় ১০০খন দেশৰ ৩০০০ৰো অধিক প্ৰদৰ্শক আৰু ব্যৱসায়ী আৰু প্ৰায় ৪০,০০০ দৰ্শনাৰ্থীৰ সংগঠনক স্বীকাৰ কৰে, কিয়নো ভাৰত টেক্সে তেওঁলোক সকলোকে এক মঞ্চ প্ৰদান কৰিছে৷প্ৰধানমন্ত্ৰীয়ে ২৪ ফেব্ৰুৱাৰীত সমবায় খণ্ডৰ বাবে কেইবাটাও বৃহৎ পদক্ষেপৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
February 22nd, 04:42 pm
দেশৰ সমবায় খণ্ডক শক্তিশালী কৰাৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সমবায় খণ্ডৰ বাবে কেইবাটাও বৃহৎ পদক্ষেপৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিভাৱান শিল্পীসকলৰ জীৱন-ধাৰণৰ মানদণ্ডৰ অগ্ৰগতি সাধনৰ লক্ষ্যৰে পিটিপি-এনইআৰ এক বিশেষ আঁচনিঃ প্ৰধানমন্ত্ৰী
April 19th, 03:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় পণ্যৰাজিৰ প্ৰোৎসাহনৰ (PTP-NER) বাবে বিপণন আৰু লজিষ্টিক উন্নয়ন এক বিশেষ আঁচনি, ইয়াৰ লক্ষ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিভাৱান শিল্পীসকলৰ জীৱন-ধাৰণৰ মানদণ্ডৰ অগ্ৰগতি সাধন কৰা। শ্ৰী মোদীয়ে লগতে কয় যে এই আঁচনিয়ে লগতে উত্তৰ-পূৰ্বাঞ্চলত উৎপাদিত পণ্যৰাজিৰ ক্ষেত্ৰত অধিক দৃশ্যমানতা নিশ্চিত কৰিব।কেন্দ্ৰীয় বাজেট ২০২৩ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ অনুবাদ
February 01st, 02:01 pm
অমৃতকালৰ এই প্ৰথম বাজেটে উন্নত ভাৰতৰ বিশাল সংকল্প পূৰণ কৰিবলৈ এক শক্তিশালী ভেটি গঢ়ি তুলিব। এই বাজেটে দুখীয়াসকলক অগ্ৰাধিকাৰ প্ৰদান কৰে। এই বাজেটে আজিৰ উচ্চাকাংক্ষী সমাজ- গাওঁ, দৰিদ্ৰ, কৃষক, মধ্যবিত্তসকলৰ সপোন পূৰণ কৰিব।এইখন বাজেটে বঞ্চিতসকলক প্ৰথমিকতা প্ৰদান কৰিছে: প্ৰধানমন্ত্ৰী
February 01st, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে ভাৰতৰ ‘অমৃত কাল’ৰ প্ৰথমখন বাজেটে উন্নত ভাৰতৰ আশা-আকাংক্ষা আৰু সংকল্পসমূহ পূৰণৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছে। তেওঁ কয় যে এই বাজেটে বঞ্চিতসকলৰ লগতে উচ্চাকাংক্ষী সমাজ, দৰিদ্ৰ, গাওঁ আৰু মধ্যবিত্ত শ্ৰেণীৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত প্ৰথমিকতা প্ৰদান কৰিছে।বহুৰাজ্যিক সমবায় সমিতি (এমএছচিএছ) আইন, ২০০২-ৰ অধীনত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুৰাজ্যিক সমবায় বীজ সমিতি স্থাপনত কেবিনেটৰ অনুমোদন
January 11th, 03:40 pm
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে বহুৰাজ্যিক সমবায় সমিতি (এমএছচিএছ) আইন, ২০০২ৰ অধীনত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুৰাজ্যিক বীজ সমবায় সমিতি স্থাপন আৰু প্ৰচাৰ কৰাৰ এক ঐতিহাসিক সিদ্ধান্তত অনুমোদন জনাইছে ৷ ই উৎপাদন, ক্ৰয়, প্ৰক্ৰিয়াকৰণ, ব্ৰেণ্ডিং, লেবেলিং, পেকেজিং, সংৰক্ষণ, বিপণন আৰু মানদণ্ডসম্পন্ন বীজ বিতৰণৰ বাবে এক শীৰ্ষ সংগঠন হিচাপে কাম কৰিব; কৌশলগত গৱেষণা আৰু বিকাশ; আৰু থলুৱা প্ৰাকৃতিক বীজৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে এক প্ৰণালী বিকশিত কৰা; প্ৰাসংগিক মন্ত্ৰালয়, বিশেষকৈ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আইচিএআৰ) আৰু ৰাষ্ট্ৰীয় বীজ নিগমৰ (এনএছচি) সহায়ত সমগ্ৰ দেশৰ বিভিন্ন সমবায় সমিতিৰ জৰিয়তে তেওঁলোকৰ আঁচনি আৰু সংস্থাসমূহৰ জৰিয়তে 'সম্পূৰ্ণ চৰকাৰী দৃষ্টিভংগী' অনুসৰণ কৰিব।Cabinet approves Multi-State Cooperative Organic Society
January 11th, 03:40 pm
Cabinet approved a historic decision of setting up and promoting a national level cooperative society for organic products under the Multi State Cooperative Societies (MSCS) Act, 2002. The cooperative society will manage various activities related to organic sector by providing certified and authentic organic products. It will help in unlocking demand and consumption potential of organic products in domestic as well as in global markets.কৃষিখণ্ডত ২০২২ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত আয়োজিত ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 24th, 10:13 am
মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী, ৰাজ্য চৰকাৰৰ প্ৰতিনিধিবৰ্গ, উদ্যোগ আৰু অকাডেমীৰ সৈতে জড়িত সকলো বন্ধু, কৃষি বিজ্ঞান কেন্দ্ৰৰ সৈতে জড়িত আমাৰ কৃষক ভাই-ভনীসকল, ভদ্ৰ পুৰুষ-মহিলাসকল!কৃষি খণ্ডত কেন্দ্ৰীয় বাজেট, ২০২২ ৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত এখনি ৱেবিনাৰ সম্বোধন প্ৰধানমন্ত্ৰীৰ
February 24th, 10:03 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি খণ্ডত কেন্দ্ৰীয় বাজেট, ২০২২ ৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত এখনি ৱেবিনাৰ সম্বোধন কৰে। তেখেতে কৃষি খণ্ডক সুদৃঢ়কৰণৰ ক্ষেত্ৰত বাজেটখনিয়ে কেনেধৰণেৰে অৰিহণা যোগাব, সেই বিষয়ে আলোচনা কৰে। ৱেবিনাৰখনিয়ে 'স্মাৰ্ট কৃষি'- ৰূপায়ণৰ ৰণনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই কাৰ্য্যসূচীত সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্য চৰকাৰসমূহৰ প্ৰতিনিধি, উদ্যোগ আৰু শিক্ষা জগতৰ প্ৰতিনিধি আৰু বিভিন্ন কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ জৰিয়তে কৃষকসকল উপস্থিত থাকে।We are committed to free Tea, Tourism and Timber from the controls of mafia: PM Modi in Siliguri
April 10th, 12:31 pm
Addressing a massive rally ahead of fifth phase of election in West Bengal’s Siliguri, Prime Minister Narendra Modi today said, “The entire North Bengal has announced that TMC government is going and BJP government is coming. Today, the entire nation is proud to see the willpower of the people of Bengal. This willpower is of the ‘Ashol Poriborton’. This willpower is the power of ‘Sonar Bangla’.”PM Modi addresses public meetings at Siliguri and Krishnanagar, West Bengal
April 10th, 12:30 pm
PM Modi addressed two mega rallies ahead of fifth phase of election in West Bengal’s Siliguri and Krishnanagar. “The entire North Bengal has announced that TMC government is going and BJP government is coming. Today, the entire nation is proud to see the willpower of the people of Bengal. This willpower is of the ‘Ashol Poriborton’. This willpower is the strength of ‘Sonar Bangla’,” he said in Siliguri rally.‘প্ৰডাকশ্যন লিংকড ইনচেণ্টিভ স্কিম’ সন্দৰ্ভত অনুষ্ঠিত ৱে’বিনাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 05th, 11:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰোৎসাহন বিভাগ আৰু নিটি আয়োগে অনুষ্ঠিত কৰা প্ৰডাকশ্যন লিংকড ইনছেনটিভ আঁচনি সম্পৰ্কীয় এখনি ৱেবিনাৰ সম্বোধন কৰে।প্ৰডাকশ্যন লিংকড ইনছেনটিভ আঁচনি সম্পৰ্কীয় ৱেবিনাৰ সম্বোধন প্ৰধানমন্ত্ৰীৰ
March 05th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰোৎসাহন বিভাগ আৰু নিটি আয়োগে অনুষ্ঠিত কৰা প্ৰডাকশ্যন লিংকড ইনছেনটিভ আঁচনি সম্পৰ্কীয় এখনি ৱেবিনাৰ সম্বোধন কৰে।কৃষি খণ্ডত আৱণ্টিত বাজেটৰ ধন ৰাশিৰ প্ৰণয়ন শীৰ্ষক ৱেবিনাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
March 01st, 11:03 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে কৃষি আৰু কৃষক কল্যাণৰ বাবে আগবঢ়োৱা বাজেট প্ৰস্তাৱ যথাযথ ৰূপায়ণৰ ওপৰত আয়োজিত ৱেবিনাৰত বক্তব্য ৰাখে। এই ৱেবিনাৰত কৃষি, দুগ্ধ শিল্প, মৎস্য পালন, চৰকাৰী, বেচৰকাৰী আৰু সমবায় ক্ষেত্ৰৰ অংশীদাৰ, গ্ৰামীণ অৰ্থনীতিৰ বাবে যিবোৰ বেংকে পুঁজি যোগান ধৰে তেওঁলোকৰ প্ৰতিনিধিসকলৰ উপৰিও কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়েও এই ৱেবিনাৰত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে কৃষি আৰু কৃষক কল্যাণৰ বাবে আগবঢ়োৱা বাজেট প্ৰস্তাৱ যথাযথ ৰূপায়ণৰ ওপৰত আয়োজিত ৱেবিনাৰত বক্তব্য ৰাখে। এই ৱেবিনাৰত কৃষি, দুগ্ধ শিল্প, মৎস্য পালন, চৰকাৰী, বেচৰকাৰী আৰু সমবায় ক্ষেত্ৰৰ অংশীদাৰ, গ্ৰামীণ অৰ্থনীতিৰ বাবে যিবোৰ বেংকে পুঁজি যোগান ধৰে তেওঁলোকৰ প্ৰতিনিধিসকলৰ উপৰিও কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়েও এই ৱেবিনাৰত অংশগ্ৰহণ কৰে।কৃষি আৰু কৃষকৰ কল্যাণৰ বাবে বাজেট প্ৰস্তাৱৰ যথাযথ ৰূপায়ণৰ ওপৰত আয়োজিত ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণ
March 01st, 11:02 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে কৃষি আৰু কৃষক কল্যাণৰ বাবে আগবঢ়োৱা বাজেট প্ৰস্তাৱ যথাযথ ৰূপায়ণৰ ওপৰত আয়োজিত ৱেবিনাৰত বক্তব্য ৰাখে। এই ৱেবিনাৰত কৃষি, দুগ্ধ শিল্প, মৎস্য পালন, চৰকাৰী, বেচৰকাৰী আৰু সমবায় ক্ষেত্ৰৰ অংশীদাৰ, গ্ৰামীণ অৰ্থনীতিৰ বাবে যিবোৰ বেংকে পুঁজি যোগান ধৰে তেওঁলোকৰ প্ৰতিনিধিসকলৰ উপৰিও কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়েও এই ৱেবিনাৰত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে কৃষি আৰু কৃষক কল্যাণৰ বাবে আগবঢ়োৱা বাজেট প্ৰস্তাৱ যথাযথ ৰূপায়ণৰ ওপৰত আয়োজিত ৱেবিনাৰত বক্তব্য ৰাখে। এই ৱেবিনাৰত কৃষি, দুগ্ধ শিল্প, মৎস্য পালন, চৰকাৰী, বেচৰকাৰী আৰু সমবায় ক্ষেত্ৰৰ অংশীদাৰ, গ্ৰামীণ অৰ্থনীতিৰ বাবে যিবোৰ বেংকে পুঁজি যোগান ধৰে তেওঁলোকৰ প্ৰতিনিধিসকলৰ উপৰিও কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়েও এই ৱেবিনাৰত অংশগ্ৰহণ কৰে।