প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ হাই জাম্পত ব্ৰঞ্জ জয় কৰা এথলীট মাৰিয়াপ্পান থাংগাভেলুক অভিনন্দন জনাইছে
September 04th, 10:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত পুৰুষৰ হাই জাম্প টি-৬৩ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰা খেলুৱৈ মাৰিয়াপ্পান থাংগাভেলুক অভিনন্দন জ্ঞাপন কৰে।পেৰিছ পেৰালিম্পিক গেমছৰ ভাৰতীয় দলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী মোদীৰ
August 19th, 06:30 pm
পেৰিছ পেৰালিম্পিক গেমছৰ ভাৰতীয় দলটোৰ সৈতে এক সৌহাদ্যপূৰ্ণ মত বিনিময় কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে শীতল দেৱী, অৱনী লেখাৰা, সুনীল আন্টিল, মৰিয়প্পন থাংগাভেলু, অৰুণা তনৱাৰৰ দৰে খেলুৱৈৰ সৈতে ব্যক্তিগতভাৱে কথা পাতে। পেৰালিম্পিক গেমছৰ বাবে তেওঁ সকলো খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰে।এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ হাই জাম্প টি৬৩ ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ বাবে মৰিয়াপ্পান থাংগাভেলুক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে
October 23rd, 01:15 pm
চীনৰ হাংঝুত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ হাই জাম্প টি ৬৩ ইভেণ্টত ৰূপৰ পদক লাভ কৰা মৰিয়াপ্পান থাংগাভেলুক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।প্রধানমন্ত্রীয়ে তেওঁৰ বাসভৱনত ভাৰতীয় পেৰালিম্পিক প্রতিনিধিদলক সংবর্ধনা জনায়
September 09th, 02:41 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি তেওঁৰ বাসভৱনত টকিঅ' ২০২০ পেৰালিম্পিক প্রতিযোগিতাত অংশ গ্ৰহণ কৰা ভাৰতীয় প্রতিনিধিদলক সংবর্ধনা জনাইছে। এই প্রতিনিধিদলত পেৰা এথলিটসকলৰ উপৰিও প্রশিক্ষকসকল উপস্থিত আছিল।বিশেষ আলোকচিত্ৰঃ পেৰাঅলিম্পিক চেম্পিয়নৰ সৈতে স্মৰণীয় কথোপকথন !
September 09th, 10:00 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ৰ টকিঅ’ পেৰাঅলিম্পিকত অংশগ্ৰহণ কৰা আৰু বিশ্ব দৰবাৰত দেশক সন্মানিত কৰা ভাৰতীয় পেৰাঅলিম্পিকৰ চেম্পিয়নসকলক সাক্ষাৎ কৰেPM congratulates Mariyappan Thangavelu for winning Silver Medal in High Jump at Paralympics Games
August 31st, 06:18 pm
The Prime Minister, Shri Narendra Modi has congratulated Mariyappan Thangavelu for winning the Silver Medal in High Jump at the Paralympics Games in Tokyo.Attackers of Uri incident would not go unpunished: PM During Mann Ki Baat
September 25th, 11:00 am
We have full faith in our soldiers. They will always give befitting reply to those spreading terrorPM Shri Narendra Modi today addressed the nation through radio program Mann Ki Baat. PM paid tributes to the 18 martyrs of Uri attack and said that we have full faith in our army. Shri Modi applauded the achievements of our Paralympic athletes in Rio 2016 Paralympics. PM also talked about the successful 2 years of Swacch Bharat Mission and encouraged citizens to participate in it in every way they can.Social Media Corner 10th September
September 10th, 11:58 pm
Your daily does of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!PM Modi congratulates Mariyappan Thangavelu and Varun Singh Bhati for their achievements in Rio 2016 Paralympics
September 10th, 03:22 pm
PM Narendra Modi congratulated Mariyappan Thangavelu and Varun Singh Bhati for winning gold and bronze medals respectively in Rio 2016 Paralympics.