সংসদৰ বাজেট অধিৱেশনৰ আৰম্ভণি উপলক্ষে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
July 22nd, 10:30 am
আজি শাওন মাহৰ প্ৰথমটো সোমবাৰ৷ এই পবিত্ৰ দিনটোত এক গুৰুত্বপূৰ্ণ অধিৱেশন আৰম্ভ হৈছে আৰু শাওনৰ এই প্ৰথম সোমবাৰ উপলক্ষে দেশবাসীক বহুত বহুত শুভকামনা জনাইছোঁ৷সংসদৰ অধিৱেশনৰ পূৰ্বে সংবাদ মাধ্যমক সম্বোধন প্ৰধানমন্ত্ৰীৰ
July 22nd, 10:15 am
এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে গৌৰৱেৰে কয় যে ৬০ বছৰৰ ব্যৱধানত একেৰাহে তৃতীয় বাৰৰ বাবে এখন চৰকাৰ ক্ষমতালৈ আহিছে। তৃতীয় কাৰ্যকালৰ চৰকাৰে বাজেট স্থাপন কৰাটো দেশৰ এক গৌৰৱময় অনুষ্ঠান হিচাপে প্ৰত্যক্ষ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে বাজেটখন অমৃত কালৰ এক মাইলৰ খুঁটি বাজেট আৰু চৰকাৰে এসময়ত দিয়া গেৰাণ্টিসমূহ বাস্তৱায়িত কৰাৰ বাবে কাম কৰি আছে। তেওঁ লগতে কয়, ‘এই বাজেটে বৰ্তমান চৰকাৰৰ আগন্তুক পাঁচ বছৰৰ দিশ নিৰ্ধাৰণ কৰিব আৰু ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ সপোনৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিব।সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী
June 30th, 11:00 am
ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।