Social Media Corner 1 January 2018
January 01st, 07:46 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!এতিয়াৰে পৰা ১৩টা ভাষাত উপলব্ধ হ’ব পিএমইণ্ডিয়াৰ বহুভাষিক ৱেবছাইট
January 01st, 03:29 pm
আজি শুভাৰম্ভ হোৱা দুয়োটা সংস্কৰণক ধৰি পিএমইণ্ডিয়া ৱেবছাইট এতিয়াৰে পৰা ইংৰাজী আৰু হিন্দীৰ উপৰি অসমীয়া, বঙালী, গুজৰাটী, কান্নাড়া, মালায়ালম, মণিপুৰী, মাৰাঠী, ওড়িয়া, পঞ্জাৱী, তামিল আৰু তেলেগুসহ মুঠ ১১টা আঞ্চলিক ভাষাত উপলব্ধ হ’ব।