কৰ্ণাটকৰ মাণ্ডিয়াত উন্নয়নমূলক কামৰ শুভাৰম্ভণিত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

March 12th, 12:35 pm

মই লগতে আদিচুঞ্চগিৰি আৰু মেলুকোটৰ গুৰুসকললৈ তেওঁলোকৰ আশীৰ্বাদ বিচাৰি প্ৰণাম জনাইছো।

প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকৰ মাণ্ডিয়াত আধাৰশিলা স্থাপন আৰু গুৰুত্বপূৰ্ণ উন্নয়নশীল প্ৰকল্পসমূহ উদ্বোধন কৰে

March 12th, 12:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ মাণ্ডিয়াত কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে বেংগালুৰু-মহীশূৰ এক্সপ্ৰেছৱে দেশৰ বাবে উৎসৰ্গা কৰা আৰু মহীশূৰ-কুশলনগৰ চাৰিলেনযুক্ত ঘাইপথৰ আধাৰশিলা স্থাপন।

মাংগালোৰত উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

September 02nd, 05:11 pm

কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱাৰ চান্দ জী গেহলট, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বাসৱৰাজ বম্মাই জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী সকল, কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক সকল, আৰু ইয়ালৈ অহা বৃহৎ সংখ্যকমৰমৰ ভাই-ভনীসকল!

মাংগালুৰুত এলানি উন্নয়ণী প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

September 02nd, 03:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাংগালুৰুত এলানি উন্নয়ণী প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এইলানি প্ৰকল্পৰ নিৰ্মাণ ব্যয়ৰ পৰিমান হৈছে ৩৮০০ কোটি টকা।

‘কোচী-মাংগালুৰু প্ৰাকৃতিক গেছ পাইপলাইন’ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 05th, 11:01 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কোচি-মাঙ্গলুৰু প্ৰাকৃতিক গেছৰ পাইপলাইন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিলে। ‘ওৱান নেশ্যন ওৱান গেছ গ্ৰীড’ সৃষ্টিৰ অৰ্থে এই কাৰ্যসূচী এটা গুৰুত্বপূৰ্ণ মাইলৰ খুটি হৈ ৰ’ব। কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীকে ধৰি কৰ্ণাটক আৰু কেৰালাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলো এই কাৰ্যসূচীত উপস্থিত থাকে।

ৰাষ্ট্ৰৰ বাবে কোচি-মাঙ্গলুৰু প্ৰাকৃতিক গেছৰ পাইপলাইন উৎসৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে

January 05th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কোচি-মাঙ্গলুৰু প্ৰাকৃতিক গেছৰ পাইপলাইন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিলে। ‘ওৱান নেশ্যন ওৱান গেছ গ্ৰীড’ সৃষ্টিৰ অৰ্থে এই কাৰ্যসূচী এটা গুৰুত্বপূৰ্ণ মাইলৰ খুটি হৈ ৰ’ব। কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীকে ধৰি কৰ্ণাটক আৰু কেৰালাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলো এই কাৰ্যসূচীত উপস্থিত থাকে।

Modern, Progressive and Developed Karnataka is the BJP’s Vision: PM Modi

May 05th, 12:15 pm

Continuing his campaign trail across Karnataka, PM Narendra Modi today addressed public meetings at Tumakuru, Gadag and Shivamogga. The PM said that Tumakuru was the land to several greats and Saints, Seers and Mutts here played a strong role in the development of our nation.