I am taking action against corruption, and that's why some people have lost their patience: PM Modi in Meerut
March 31st, 04:00 pm
Ahead of the Lok Sabha Election 2024, PM Modi kickstarted the Bharatiya Janata Party poll campaign in Uttar Pradesh’s Meerut with a mega rally. Addressing the gathering, the PM said, “With this land of Meerut, I share a special bond. In 2014 and 2019... I began my election campaign from here. Now, the first rally of the 2024 elections is also happening in Meerut. The 2024 elections are not just about forming a government. The 2024 elections are about building a Viksit Bharat.”PM Modi addresses a public meeting in Meerut, Uttar Pradesh
March 31st, 03:30 pm
Ahead of the Lok Sabha Election 2024, PM Modi kickstarted the Bharatiya Janata Party poll campaign in Uttar Pradesh’s Meerut with a mega rally. Addressing the gathering, the PM said, “With this land of Meerut, I share a special bond. In 2014 and 2019... I began my election campaign from here. Now, the first rally of the 2024 elections is also happening in Meerut. The 2024 elections are not just about forming a government. The 2024 elections are about building a Viksit Bharat.”৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লা-প্ৰাংগণৰ পৰা প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ মুখ্য অংশসমূহ
August 15th, 02:30 pm
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লা-প্ৰাংগণৰ পৰা প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ মুখ্য অংশসমূহ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 15th, 07:01 am
স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে দেশবাসীলৈ শুভেচ্ছা জনাইছো। অশেষ অভিনন্দন। কেৱল ভাৰতৰ প্ৰতিটো কোণতে নহয়, পৃথিৱীৰ প্ৰতিটো কোণতে, আজি, কোনোবাটো নহয় কোনোবাটো ৰূপত, ভাৰতীয় বা ভাৰতৰ প্ৰতি অপৰিসীম মৰমৰ দ্বাৰা, এই ত্ৰিৰংগাই পৃথিৱীৰ প্ৰতিটো কোণত গৌৰৱেৰে হাত জোকাৰি আছে। স্বাধীনতাৰ এই অমৃত মহোৎসৱৰ বাবে মই সমগ্ৰ বিশ্বতে বিয়পি থকা ভাৰতৰ প্ৰেমিকসকলক, ভাৰতীয়সকলক অভিনন্দন জনাইছো।ভাৰতৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন
August 15th, 07:00 am
লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জোৰ দি কয় যে ভাৰতৰ শক্তি ইয়াৰ বৈচিত্ৰ্যত নিহিত হৈ আছে। তেওঁ দেশখনক গণতন্ত্ৰৰ মাতৃ বুলি অভিহিত কৰি ‘অমৃত কাল’ৰ ‘পঞ্চ প্ৰাণ’ গণনা কৰিছিল – এখন উন্নত ভাৰতৰ লক্ষ্য, ঔপনিৱেশিক মানসিকতাৰ ৰেশ আঁতৰোৱা, আমাৰ শিপাক লৈ গৌৰৱবোধ কৰা, ঐক্য আৰু কৰ্তব্যবোধ।বাৰ্মিংহাম কমনৱেলথ গেমছ, ২০২২ ত অংশগ্ৰহণকাৰী ভাৰতীয় খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ
August 13th, 11:31 am
তোমালোক আটাইৰে সৈতে মই কথা পাতিবলৈ উৎসাহী হৈ উঠিছো যদিও সকলোৰে সৈতে সমুখা-সমুখিকৈ কথা পতাটো সম্ভৱ হৈ নুঠিল। কিন্তু তোমালোকৰ বহুতৰে সৈতে কোনোবা নহয় কোনোবা প্ৰকাৰে যোগাযোগ ৰখাৰ সুযোগ পাইছো আৰু বিভিন্ন অনুষ্ঠানত তোমালোকৰ সৈতে মত-বিনিময়ৰ সুযোগ লাভ কৰিছো। তোমালোকে পৰিয়ালৰ সদস্য হিচাপে মোৰ বাসগৃহলৈ আহিবলৈ সময় পোৱাত সন্তোষ পাইছো। তোমালোকৰ সাফল্যত প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰাৰ দৰে ময়ো তোমালোকৰ সৈতে জড়িত হৈ গৌৰৱান্বিত। তোমালোক সকলোকে ইয়ালৈ আদৰণি জনাইছো।‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলক প্ৰধানমন্ত্ৰীৰ সম্বৰ্দ্ধনা
August 13th, 11:30 am
‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বৰ্দ্ধনা জনায়। সম্বৰ্দ্ধনা অনুষ্ঠানত খেলুৱৈসকলৰ লগতে তেওঁলোকৰ প্ৰশিক্ষকসকলো উপস্থিত থাকে। অনুষ্ঠানত অন্যান্যসকলৰ লগতে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা তথা ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু যুৱ পৰিক্ৰমা তথা ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিশীথ প্ৰামাণিকো উপস্থিত থাকে।স্বাধীনতা সংগ্রামী মঙ্গল পাণ্ডেৰ জন্মবার্ষিকীত প্রধানমন্ত্রীয়ে তেওঁক স্মৰণ কৰে
July 19th, 11:35 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে স্বাধীনতা সংগ্রামী মঙ্গল পাণ্ডেক তেওঁৰ জন্মবার্ষিকীত শ্রদ্ধা নিবেদন কৰিছে।