ৰাজ্য আৰু জিলাৰ বিষয়া-বৰ্গৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ

May 20th, 11:40 am

Prime Minister Shri Narendra Modi interacted with the state and district officials on the COVID-19 situation through video conference.

ক’ভিড-১৯ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ৰাজ্য আৰু জিলা পৰ্যায়ৰ বিষয়াবৰ্গৰে প্ৰধানমন্ত্ৰীৰ মত বিনিময়

May 20th, 11:39 am

ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে অব্যাহত অভিযানত কৰ্ম সম্পাদন কৰোতে লাভ কৰা বিভিন্ন অভিজ্ঞতা সন্দৰ্ভত ৰাজ্য তথা জিলা পৰ্যায়ৰ বিষয়াবৰ্গৰে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মত বিনিময় কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

ওড়িশাৰ ছম্বলপুৰস্থিত আইআইএমৰ স্থায়ী চৌহদৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী সংস্কৰণৰ লিখিত ৰূপ

January 02nd, 11:01 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে আইআইএম চম্বলপুৰৰ স্থায়ী চৌহদৰ শিলান্যাস মুকলি কৰে। অনুষ্ঠানত ওড়িশাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাঙ্ক’, শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু শ্ৰী প্ৰতাপ চন্দ্ৰ ছাৰেঙ্গিও উপস্থিত আছিল।

আইআইএম চম্বলপুৰৰ স্থায়ী চৌহদৰ আধাৰশিলা মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়

January 02nd, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে আইআইএম চম্বলপুৰৰ স্থায়ী চৌহদৰ শিলান্যাস মুকলি কৰে। অনুষ্ঠানত ওড়িশাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাঙ্ক’, শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু শ্ৰী প্ৰতাপ চন্দ্ৰ ছাৰেঙ্গিও উপস্থিত আছিল।

Actions of Congress party are proving that it considers itself above country, democracy, judiciary and public: PM Modi

December 16th, 03:17 pm

Addressing a public meeting in Prayagraj, PM Modi said Kumbh Mela represents 'one and united' India. He said that the government has focussed on connectivity and infrastructure and arranged for special facilities for Kumbh. Referring to the Congress, PM Modi said the party which has ruled this country for the longest period has tried to influence the judiciary.

প্ৰয়াগৰাজত প্ৰধানমন্ত্ৰীঃ নতুন বিমান বন্দৰ চৌহদ, কুম্ভ মেলাৰ বাবে সংহত নিয়ন্ত্ৰণ কেন্দ্ৰ মুকলি; একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ

December 16th, 03:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰয়াগৰাজত এটা নতুন বিমান বন্দৰ চৌহদ আৰু কুম্ভ মেলাৰ বাবে সংহত নিয়ন্ত্ৰণ কেন্দ্ৰ মুকলি কৰে৷

ছিকিমত পাকয়ং বিমানবন্দৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

September 24th, 12:37 pm

ছিকিমৰ ৰাজ্যপাল শ্ৰীমান গংগাপ্ৰসাদ ডাঙৰীয়া, ৰাজ্যৰ মুখ্যমন্ত্ৰী শ্ৰীমান পৱল চামলিং ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰীমান সুৰেশ প্ৰভু ডাঙৰীয়া, ডাক্টৰ জীতেন্দ্ৰ সিং ডাঙৰীয়া, এছ. এছ. আহলুৱালিয়া ডাঙৰীয়া, ৰাজ্য বিধানসভাৰ অধ্যক্ষ শ্ৰীমান কে. এন. ৰায় ডাঙৰীয়া, ৰাজ্য চৰকাৰৰ মন্ত্ৰী শ্ৰী দৰ্জী শ্বেৰিং লেপচয়া ডাঙৰীয়া, ইয়াত উপস্থিত অন্য মহানুভৱ আৰু মোৰ মৰমৰ ভাই–ভনীসকল৷

প্ৰধানমন্ত্ৰীয়ে ছিকিমত মুকলি কৰিলে পাকয়ং বিমানবন্দৰ

September 24th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমত পাকয়ং বিমানবন্দৰ মুকলি কৰে৷ এই বিমানবন্দৰ মুকলিৰ জৰিয়তে হিমালয় পাৰ্বত্যমালাৰ ৰাজ্যসমূহৰ ভিতৰত ই প্ৰথমটো বিমানবন্দৰ তথা দেশৰ ১০০তম বিমানবন্দৰ হিচাপে প্ৰসিদ্ধ হৈছে৷

ৰাঁচীত প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত- পিএমজেএৱাই মুকলি

September 23rd, 01:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ৰাঁচীত স্বাস্থ্য বীমা আঁচনি আয়ুষ্মান ভাৰত– প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা মুকলি কৰে৷

ঝাৰখণ্ডৰ ৰাঁচীত আয়ুষ্মান ভাৰত-পিএমজেএৱাই মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

September 23rd, 01:30 pm

ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰীমতী দ্ৰৌপদী মুৰ্মু মহোদয়া, ৰাজ্যৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান ৰঘুবৰ দাস, কেন্দ্ৰৰ মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰীমান জগত প্ৰসাদ নড্ডা মহোদয়, কেন্দ্ৰৰ মন্ত্ৰী পৰিষগৰ মোৰ সহযোগী আৰু এই ভূমিৰ সন্তান শ্ৰীমান সুদৰ্শন ভগত মহোদয়, কেন্দ্ৰত মোৰ সহযোগী জয়ন্ত সিনহা মহোদয়, নিটি আয়োগৰ সদস্য ডাঃ বি কে পাল, ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰামচন্দ্ৰ চন্দ্ৰমুখী, সংসদৰ মোৰ সহযোগী শ্ৰীমান ৰামটহল চৌধুৰী মহোদয়, বিধায়ক শ্ৰীমান ৰামকুমাৰ পাহন মহোদয়, ইয়াত উপস্থিত সকলো মহানুভৱ আৰু বিশাল সংখ্যাত উপস্থিত ঝাৰখণ্ডৰ মোৰ মৰমৰ ভাতৃ–ভগ্নীসকল৷

Plastic pollution adversely impacts nature, wildlife and our health: PM Modi during Mann Ki Baat

May 27th, 11:30 am

During Mann Ki Baat, PM Narendra Modi touched upon various issues. From congratulating the crew of Navika Sagar Parikrama to appreciating the efforts of those who scaled the Mt. Everest, from fit India to vitality of sports. He spoke about the World Environment Day, which India would host this year, Yoga and first war of independence.

CM shares his views on good governance, global and national economy at AIMA

August 17th, 11:44 pm

CM shares his views on good governance, global and national economy at AIMA