কৰ্ণাটকৰ মালখেদত নতুনকৈ ঘোষণা কৰা ৰাজহ গাওঁসমূহৰ যোগ্য হিতাধিকাৰীসকলক মালিকী দলিল (হাক্কু পত্ৰ) বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 19th, 02:30 pm

কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱাৰচান্দ জী গেহলট, কৰ্ণাটকৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী বাসবৰাজ বোম্মাইজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী ভগৱন্ত খুবাজী, কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু মোৰ মৰমৰ ভাই-ভনী সকল, যিয়ে আহি আমাক হিয়া উজাৰি আশীৰ্বাদ দিছিল!

কৰ্ণাটকৰ কালাবুৰাগীত নতুনকৈ ঘোষিত ৰাজহ গাঁৱৰ প্ৰায় পঞ্চাশ হাজাৰ হিতাধিকাৰীক মালিকীস্বত্ত দলিল (হাক্কু পাত্ৰ) বিতৰণ প্ৰধানমন্ত্ৰীৰ

January 19th, 02:26 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ কালাবুৰাগীত নতুনকৈ ঘোষিত ৰাজহ গাঁৱৰ যোগ্য হিতাধিকাৰীসকলক মালিকীস্বত্ত দলিল (হাক্কু পাত্ৰ) বিতৰণ কৰে৷

প্ৰধানমন্ত্ৰীয়ে ১৯ জানুৱাৰীত কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব

January 17th, 07:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ জানুৱাৰী, ২০২৩ তাৰিখে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব।