১৯ সংখ্যক পূব এছিয়া শীৰ্ষ সন্মিলন, ভিয়েনছেন, পিডিআৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য
October 11th, 08:15 am
ভাৰতে সদায় আছিয়ান ঐক্য আৰু কেন্দ্ৰিকতাৰ সমৰ্থন কৰিছে। ভাৰতৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগী আৰু কোৱাড সহযোগৰ কেন্দ্ৰতো আছিয়ান আছে। ভাৰতৰ “Indo-Pacific Oceans’ Initiative” আৰু “আছিয়ান Outlook on Indo-Pacific”ৰ মাজত গভীৰ সমতা আছে। এখন ফ্ৰী, অ’পেন, সমাৱেশী, সমৃদ্ধ আৰু নীতি-ভিত্তিক ইণ্ডো-পেচিফিক, সমগ্ৰ ক্ষেত্ৰৰ শান্তি আৰু প্ৰগতিৰ বাবে মহত্বপূৰ্ণ।১৯সংখ্যক পূব এছিয়া সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
October 11th, 08:10 am
ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগী আৰু কোৱাড সহযোগিতাত ভাৰত-প্ৰশান্ত মহাসাগৰীয় আঞ্চলিক স্থাপত্যত আছিয়ানৰ কেন্দ্ৰীয় ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ইষ্ট এছিয়া সন্মিলনত ভাৰতৰ অংশগ্ৰহণ ইয়াৰ এক্ট ইষ্ট নীতিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। অঞ্চলটোৰ শান্তি আৰু উন্নয়নৰ বাবে মুক্ত, মুকলি, সৰ্বাংগীন, সমৃদ্ধিশালী আৰু নিয়মভিত্তিক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰি তেওঁ ভাৰতৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ কথা কয়। তেওঁ দৃঢ়তাৰে কয় যে অঞ্চলটোৱে সম্প্ৰসাৰণবাদ ভিত্তিক পন্থাতকৈ উন্নয়নভিত্তিক পন্থা গ্ৰহণ কৰিব লাগে।২১ সংখ্যক আছিয়ান-ভাৰত শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাঙি ধৰা ভাৰতৰ ৰাষ্ট্ৰীয় বক্তব্যৰ অসমীয়া অনুবাদ
October 10th, 08:37 pm
আপোনালোক সকলোকে মূল্যৱান চিন্তা আৰু পৰামৰ্শৰ বাবে বহুত বহুত ধন্যবাদ। ভাৰত আৰু আছিয়ানৰ মাজত সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। মই বিশ্বাস কৰোঁ যে আমি সকলোৱে মিলি মানৱ কল্যাণ, আঞ্চলিক শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ বাবে চেষ্টা কৰি যাম।লাও পিডিআৰত ২১সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সামৰণি ভাষণৰ অসমীয়া অনুবাদ
October 10th, 08:13 pm
আজি আমাৰ ইতিবাচক আলোচনাৰ বাবে আৰু আপোনালোকৰ সকলো মূল্যৱান অন্তৰ্দৃষ্টি আৰু পৰামৰ্শৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো।Fact Sheet: Quad Countries Launch Cancer Moonshot Initiative to Reduce the Burden of Cancer in the Indo-Pacific
September 22nd, 12:03 pm
The Quad countries—US, Australia, India, and Japan—launched the Quad Cancer Moonshot to combat cervical cancer in the Indo-Pacific. This initiative aims to strengthen cancer care by enhancing health infrastructure, promoting HPV vaccination, increasing screenings, and expanding treatment. During the Quad Leaders' Cancer Moonshot event, India commited to providing HPV sampling kits, detection tools and cervical cancer vaccines worth $7.5 million to the Indo-Pacific region.Joint Statement on India – Malaysia Comprehensive Strategic Partnership
August 20th, 08:39 pm
On 20 August 2024, the Prime Minister of Malaysia, Dato’ Seri Anwar Ibrahim visited India, accepting the kind invitation of the Prime Minister of India, Shri Narendra Modi to undertake a State Visit. This was the Malaysian Prime Minister’s first visit to the South Asian region, and the first meeting between the two Prime Ministers, allowing them to take stock of the enhanced strategic ties. The wide-ranging discussions included many areas that make India-Malaysia relations multi-layered and multi-faceted.List of Outcomes: State Visit of Prime Minister of Malaysia, H.E Mr. Anwar Ibrahim to India
August 20th, 04:49 pm
India and Malaysia inked key agreements during the meeting of PM Modi and PM Ibrahim in New Delhi. The MoUs signed include enhancing cooperation in various avenues like traditional medicine, digital technologies, arts, tourism, sports and financial services.মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা প্ৰেছ বিবৃতিৰ ইংৰাজীৰ পৰা কৰা অনুবাদ
August 20th, 12:00 pm
প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আনৱাৰ ইব্ৰাহিমজীৰ এয়া হৈছে প্ৰথম ভাৰত ভ্ৰমণ। মই আনন্দিত যে মোৰ তৃতীয়টো কাৰ্যকালৰ আৰম্ভণিতে আপোনাক ভাৰতলৈ আদৰণি জনোৱাৰ সুযোগ পাইছো।প্ৰধানমন্ত্ৰীয়ে দাতো ছেৰি আনোৱাৰ ইব্ৰাহিমক মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাত অভিনন্দন জনায়
November 24th, 09:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দাতো ছেৰি আনোৱাৰ ইব্ৰাহিমক মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাত অভিনন্দন জনাইছে।মালয়েছিয়াৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী টুন ডঃ এছ. ছামি ভেল্লুৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
September 15th, 10:47 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী আৰু মালয়েছিয়াৰ প্ৰথম প্ৰবাসী ভাৰতীয় সন্মান বঁটাপ্ৰাপক টুন ডঃ এছ. ছামি ভেল্লুৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।প্ৰধানমন্ত্ৰীয়ে আইএনএৰ প্ৰবীণ যুঁজাৰু অঞ্জলাই পন্নুস্বামীৰ মৃত্যুত শোক প্ৰকাশ কৰে
June 01st, 08:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ প্ৰতিষ্ঠিত আইএনএৰ প্ৰবীণ যুঁজাৰু অঞ্জলাই পনুস্বামীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।ইণ্ডো-পেচিফিক ইকনমিক ফ্ৰেমৱৰ্ক ফৰ প্ৰচপাৰিটিৰ উদ্বোধনী কাৰ্য্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
May 23rd, 02:19 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টকিঅ’ত ইণ্ডো-পেচিফিক ইকনমিক ফ্ৰেমৱৰ্ক ফৰ প্ৰচপাৰিটি (IPEF) ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই কাৰ্য্যসূচীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি মহামহিম জোচেফ আৰ. বাইডেন আৰু জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম কিশিদা ফুমিঅ’কে প্ৰমুখ্য কৰি অষ্ট্ৰেলিয়া, ব্ৰুনাই, ইণ্ডোনেছিয়া, কোৰিয়া গণৰাজ্য, মালয়েছিয়া, নিউজিলেণ্ড, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনাম আদি অংশীদাৰ দেশৰ নেতাসকলে ভাৰ্চুৱেলভাৱে অংশগ্ৰহণ কৰে।PM Modi's bilateral meetings with world leaders in Vladivostok, Russia
September 05th, 09:48 am
Prime Minister Narendra Modi is visiting Vlapostok, Russia to participate in the Eastern Economic Forum. On the sidelines of the Summit, PM Modi held talks with several world leaders.মালয়ছিয়া সংসদৰ সদস্য ডাটুক ছেৰি আনৱাৰ ইব্ৰাহিমৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ
January 10th, 12:29 pm
মালয়ছিয়া সংসদৰ সদস্য তথা মালয়ছিয়াৰ পাৰ্টি কেডিলান ৰাকয়ট দলৰ নেতা ডাটুক ছেৰি আনৱাৰ ইব্ৰাহিমে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷Prime Minister Modi meets PM Mahathir Mohamad of Malaysia
May 31st, 09:51 am
Prime Minister Narendra Modi held productive talks with PM Mahathir Mohamad of Malaysia. The leaders deliberated on various aspects of India-Malaysia ties.PM Modi arrives at Kuala Lumpur, Malaysia
May 31st, 09:42 am
PM Modi arrived at Kuala Lumpur in Malaysia. He would be meeting PM Mahathir Mohamad and discussing aspects relating to India-Malaysia cooperation.PM's Statement prior to his departure to Indonesia, Malaysia and Singapore
May 28th, 10:05 pm
Following is the text of the Prime Minister Shri Narendra Modi's departure statement prior to his visit to Indonesia, Malaysia and Singapore.মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী টুন ড০ মহাথিৰ মহম্মদক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
May 14th, 05:21 pm
মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ বাবে মাননীয় টুন ড০ মহাথিৰ মহম্মদক টেলিফোনযোগে অভিনন্দন জনায় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।এচিয়ান-ভাৰতঃ একে মূল্যবোধ, উমৈহতীয়া ভৱিষ্যতঃ নৰেন্দ্ৰ মোদী
January 26th, 05:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীয়ে দেশৰ নেতৃস্থানীয় বাতৰিকাকতৰ সম্পাদকীয় পৃষ্ঠাত ‘এচিয়ান-ভাৰতঃ একে মূল্যবোধ, উমৈহতীয়া ভৱিষ্যতঃ নৰেন্দ্ৰ মোদী’ শিৰোনামেৰে লিখা প্ৰৱন্ধ প্ৰকাশ পাইছে। তলত প্ৰৱন্ধটো সম্পূৰ্ণকৈ তুলি দিয়া হ’ল।PM hails article by ASEAN Chair Singapore’s PM, Mr. Lee Hsien Loong
January 25th, 11:32 am
Hailing article by ASEAN Chair Singapore's PM, It beautifully covers the rich history, robust cooperation and promising future of India-ASEAN relations.”